• Home
  • Privacy Policy
  • Terms & Conditions
Friday, September 29, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম  !!!

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম !!!

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    “সংবাদ ৰত্ন বঁটা”

    “সংবাদ ৰত্ন বঁটা”

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    Feng Shui Cat For Home And Office !!

    Feng Shui Cat For Home And Office !!

    আজি কৰম পূজা।

    আজি কৰম পূজা।

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
Health Tips: সকলোৰে পাকঘৰত পোৱা নেমু (Lemon) এবিধ সাধাৰণ ফল; কিন্তু এই সাধাৰণ ফলবিধৰো আছে অসাধাৰণ গুণাগুণ, আহক জানি লওক গুণাগুণবোৰ কি কি?

হৃদয়বিদাৰক! মণিপুৰৰ ভূমিস্খলনৰ (Manipur Landslide) ঘটনাই শোকৰ ছাঁ পেলাইছে অসমতো; অসমৰ ১৭জন লোক বৰ্তমানেও ভূমিস্খলনত সন্ধানহীন, এতিয়া লোককেইজনৰ ঘৰত কান্দোনৰ ৰোল, অসমৰ এজন সেনা জোৱানেও হেৰুৱাইছিল প্ৰাণ

ভুলটো হ'ল ক'ত আৰু কাৰ? মাজৰাস্তাতে ৰৈ গ'ল মহিলা; কনফিউজনত বাইক আৰোহী, তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয়কৈ চোৱাটো প্ৰয়োজন! Watch Viral Video

Health Tips: সকলোৰে পাকঘৰত পোৱা নেমু (Lemon) এবিধ সাধাৰণ ফল; কিন্তু এই সাধাৰণ ফলবিধৰো আছে অসাধাৰণ গুণাগুণ, আহক জানি লওক গুণাগুণবোৰ কি কি?

Lemon Health Benefits: প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে নেমু (Lemon)। ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্যচৰ্চাৰ ক্ষেত্ৰত নেমুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

Khatang Khobor by Khatang Khobor
July 1, 2022
in স্বাস্থ্য, খাদ্য
0 0
Share on FacebookShare on Twitter

Lemon Health Benefits: প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে নেমু (Lemon)। ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য্যচৰ্চাৰ ক্ষেত্ৰত নেমুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। নেমুত থকা ‘চি‘ ভিটামিনে শৰীৰৰ শ্ৰীবৃদ্ধিত যথেষ্ট অৰিহণা যোগায় । মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’ আৰু ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা ,কাৰ্বহাইড্ৰেট ,কেলচিয়াম , পটাছিয়াম , ক’পাৰ, থায়মিন, চাইট্ৰিক আৰু ফলিক এচিড আদিবোৰো নেমুত প্ৰচুৰ পৰিমাণে থাকে। নেমুত ১.০ শতাংশ প্র’টিন, ০.৩ শতাংশ খনিজ পদার্থ, ১১.১ শতাংশ কাৰ্ব’হাইড্রেট, ২.৩ শতাংশ আইৰন, ০.০৭ শতাংশ কেলচিয়াম তথা নিক’টিনিক এচিড, ৰিব’ফ্লভিন আদি খাদ্যগুণসমূহ অটুট আছে।

আহক জানি লওক নেমুৰ (Lemon) লাভালাভবোৰ কি কি?

১. শৰীৰৰ ওজন নিয়মীয়াতকৈ অধিক বাঢ়িলে সেই ওজন নিয়মীয়া কৰিবলৈ হ’লে নেমুৰ ৰসৰ ব্যৱহাৰৰ অতি উপকাৰী।

২. দাঁতৰ আলু উখহা, বিষ হোৱা আদি বেমাৰ নিৰাময়ৰ কাৰণে নেমুৰস উপকাৰী।

৩. তেজ পৰিস্কাৰ কৰি ৰখাত নেমুৰসে সহায় কৰে।

৪. চুলি নসৰা কৰিবলৈ নাইবা চুলি নতুনকৈ গজাবৰ বাবে নেমৰস চুলিৰ গুৰিত লগাব লাগে।

৫. ভৰিৰ গেৰোৱা ফাটিলে তাক নিৰাময় কৰিবলৈ নেমুৰস লগাব লাগে।

৬. পেটৰ অসুখত ভুগিলে তৎক্ষণাৎ নিৰাময় কৰাৰ একমাত্র উপায় কেবল নেমুৰস।

৭. শৰীৰৰ ছালৰ বেমাৰ নহ’বৰ কাৰণে, ছালৰ মিহি আৰু মসৃণ হৈ থাকিবৰ বাবে নেমুৰস শ্রেয়।

৮. কাপোৰত মামৰৰ দাগ লাগিলে তাক গুচাবলৈ নেমু ৰস ব্যৱহাৰ কৰিলে দাগ নাইকিয়া হয়।

৯. উফি নাশ কৰিবলৈ একমাত্র উপায় হ’ল নেমুৰসৰ ব্যৱহাৰ।

১০. নেমুত থকা ভিটামিন চিয়ে দাঁতৰ ৰোগ প্ৰতিৰোধৰ ওপৰি সৌন্দৰ্য বৃদ্ধিতো যথেষ্ট সহায় কৰে।

১১. বদহজমী, বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ স্থান অতুলনীয়।

১২. পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।

১৩. মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।

১৪. চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।

১৫. সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।

১৬. ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।

১৭. আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।

১৮. জণ্ডিচ ৰোগত ভোগা লোকৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমু উপকাৰী ফল।

১৯. জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময়ত নেমু অতি উপকাৰী।

২০. ঘা আৰু চৰ্মৰোগ নিৰ্মূলত নেমুৰ ৰস, মিঠাতেল(সৰিয়হ)বা নাৰিকলৰ তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়।

২১. নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা লোকৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ।

২২. মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু অটল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে।

২৩. দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।

২৪. প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।

২৫. একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি ৩০ মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে।

২৬. গৰমৰ দিনত মানুহৰ দেহৰ পৰা ঘামৰ লগত অধিক পৰিমাণে খনিজ পদাৰ্থ বাহিৰ ওলাই যায়, তেতিয়া নেমুৰ চৰবতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে।

২৭. নেমুৰ ৰসৰ লগত চেনি-নিমখ মিহলাই খোৱাৰ ফলত মানৱ দেহত কেলছিয়াম আৰু পটাছিয়াম হ্ৰাস পোৱাত বাধাৰ সৃষ্টি কৰে। বেছিকৈ ঘমা লোকে নেমুৰ চৰবতৰ লগত পদিনাৰ পাতৰ ৰস আৰু অকণমান ক’লা নিমখ মিশ্ৰণ কৰি খালে দেহত শক্তি পায়।

২৮. নেমুত থকা ভিটামিন চি আৰু পটেচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

২৯. নেমুৰ ৰসে দাঁতৰ বিষৰ, মুখৰ দুৰ্গন্ধ , দাঁতত দাগ পৰা আদিত উপকাৰী।

৩০. নেমু ৰস জণ্ডিচ ৰোগীৰ বাবে অতিকৈ উপকাৰী।

৩১. দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।

৩২. নেমুত থকা চাইট্ৰিক এচিডে এই পাথৰ বিধ কিডনীত গঢ়লোৱাত বাধা দিয়ে।

৩৩. নেমুত আছে ভিটামিন C আৰু পটেচিয়াম , যিয়েই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, নেমুত থকা পটেচিয়ামে হৃদপিণ্ডৰ কৰ্ম ক্ষমতা বৃদ্ধিত সহায় কৰে,

৩৪. নেমুৰ ৰসে শৰীৰত উপকাৰী কলেষ্টেৰলৰ মাত্রা বৃদ্ধি কৰাৰ বিপৰীতে অপকাৰী কলেষ্টেৰলৰ মাত্রা হ্ৰাস কৰে।

৩৫. নেমুৰ ৰসত থাকে বেক্টেৰিয়া প্ৰতিৰোধ কৰাৰ ক্ষমতা। ডিঙি, মুখৰ ঘাঁ তথা টনচিলত হোৱা সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা নেমুৰ ৰসত আছে।

৩৬. নেমুত থকা ভিটামিন C-এ মানসিক চাপ দূৰ কৰাৰ লগতে শৰীৰত শক্তি বৃদ্ধিত সহায় কৰে। কিডনীৰ পাথৰ বোৰৰ ভিতৰত কেলচিয়াম অক্সালেট অন্যতম আৰু নেমুত থকা চাইট্ৰিক এচিডে এই পাথৰ বিধ কিডনীত গঢ়লোৱাত বাধা দিয়ে ।

৩৭. নেমুৰ ৰসে লিভাৰ পৰিস্কাৰ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-manipur-massive-landslide-17-assam-workers-miising/10139/

Tags: FoodHealthHealth BenefitsHealth Care TipsLemonLemon Health BenefitsLifestyleখাদ্যজীৱনশৈলীনেমুনেমুৰ লাভালাভস্বাস্থ্যস্বাস্থ্যৰ লাভালাভ
Previous Post

হৃদয়বিদাৰক! মণিপুৰৰ ভূমিস্খলনৰ (Manipur Landslide) ঘটনাই শোকৰ ছাঁ পেলাইছে অসমতো; অসমৰ ১৭জন লোক বৰ্তমানেও ভূমিস্খলনত সন্ধানহীন, এতিয়া লোককেইজনৰ ঘৰত কান্দোনৰ ৰোল, অসমৰ এজন সেনা জোৱানেও হেৰুৱাইছিল প্ৰাণ

Next Post

ভুলটো হ’ল ক’ত আৰু কাৰ? মাজৰাস্তাতে ৰৈ গ’ল মহিলা; কনফিউজনত বাইক আৰোহী, তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয়কৈ চোৱাটো প্ৰয়োজন! Watch Viral Video

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • Azerbajany Mostbet
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Cryptocurrency News
  • Death
  • Flood
  • FOREST
  • India Mostbet
  • JOB
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • political
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

The Way Term Paper Writing Services Work?

September 29, 2023

How to Play Free Online Casino Games

September 29, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist