Thursday, September 29, 2022

আন্তঃৰাষ্ট্ৰীয়

ভাল খবৰ! পুনৰ ইতিহাস ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই (Neeraj Chopra); ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ অৰ্জন নীৰজৰ, ডাইমণ্ড লীগত ট্ৰফী জয়লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ

স্বৰ্ণ জয়েৰে পুনৰ অভিলেখ ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই (Golden Boy Neeraj Chopra)। ছুইজাৰলেণ্ডৰ জুৰিখত (Zurich) অনুষ্ঠিত ডায়মণ্ড লীগৰ ফাইনেলত...

Read more

কি যে হ’ব! অত্যুৎসাহত পাহৰিলে সকলো; জয়ৰ আনন্দত মহিলা বক্সাৰে টি-ছাৰ্ট দাঙি দেখুৱালে দেহৰ ব্যক্তিগত অংশ (Private Part), চাওক Viral Video

মহিলা বক্সাৰে দেখুৱালে ব্যক্তিগত অংশ এগৰাকী মহিলা বক্সাৰে বিজয়ৰ পিছত নিজৰ টি-ছাৰ্ট ওপৰলৈ দাঙি দিছিল। সংবাদমাধ্যমৰ বাতৰি অনুসৰি ৩৫ বছৰীয়া...

Read more

পৈশাচিকতাৰ সীমা পাৰ! ৮ বছৰীয়া কণমানিক দলবদ্ধ ধৰ্ষণ (Gangrape); ইমানতে ক্ষান্ত নাথাকি পাষণ্ডকেইটাই কণমানিটিৰ উলিয়াই আনে দুয়োটা চকু আৰু আঁচুৰি গোটেই মুখখন অস্পষ্ট কৰি দিয়ে

প্ৰলয়ংকাৰী বানপানীৰ সৈতে যুঁজি থকা পাকিস্তানত (Pakistan) এতিয়াও সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসা বন্ধ হোৱাৰ চিনে দেখা পোৱা নাই।...

Read more

লজ্জাজনক! লাইভ মেচৰ মাজতে ষ্টেডিয়ামত প্ৰেমিক-প্ৰেমিকাৰ যৌন সম্পৰ্ক; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত দুয়োগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু, Watch Viral Video

কেতিয়াবা এনেকুৱা হয় যেতিয়া কেমেৰাত এনেধৰণৰ লজ্জাজনক কাণ্ড (Shameful Act) বন্দী হৈ যায় যি মানুহৰ বাবে লাজলগা হৈ পৰে। যিকোনো...

Read more

প্ৰেমৰ (Love) নামত বলিয়ালি! প্ৰেমিকাই পৰীক্ষাত কৰিলে ফেইল; খঙত প্ৰেমিকে জ্বলাই দিলে প্ৰেমিকা পঢ়া স্কুল, বিয়া পিছুৱাই যোৱাৰ ভয়ত কৰিলে এই কাণ্ড

প্ৰেম (Love) থকাটো ভাল কথা, কিন্তু যেতিয়া ই বলিয়ালিলৈ ৰূপান্তৰিত হয় তেতিয়া এই প্ৰেমে মানুহক হিংস্ৰক কৰি তোলে। এনেধৰণৰ আজৱ...

Read more

অদ্ভুত দৃশ্য! একেলেথাৰিয়ে বজ্ৰ পৰাৰ ভিডিঅ’ হয়তো আপুনি কেতিয়াও দেখা নাই; ভিডিঅ’টো চালে আপুনিও ক’ব সঁচাকৈয়ে দেখা নাই…Watch Viral Video

Sky Lightning Viral Video: ইণ্টাৰনেটত কেতিয়া, কি দেখা পাই যাব পাৰে, এই কথাটোৰ অনুমান কৰাটো যথেষ্ট কঠিন। ইয়াত কেতিয়াবা এনেধৰণৰ...

Read more

এনেধৰণৰ মানুহো আছে এইখন পৃথিৱীত! গভীৰ টোপনিত নিজৰে ‘গুপ্তাংগ’ কাটি পেলালে এজন লোকে; কিন্তু…কাৰণ জানিলে আপুনিও হৈ উঠিব আচৰিত

এজন মানুহ যিয়ে সপোন দেখি আছিল। কিন্তু সেই টোপনিতে তেওঁ নিজৰে গুপ্তাংগ (Penis) কাটি পেলালে। হয়, এই ঘটনাটো সংঘটিত হৈছে...

Read more

আজৱ ঘটনা! কইনাই ভুলক্ৰমে বিয়াৰ কাৰ্ডত প্ৰিণ্ট কৰোৱালে Porn Siteৰ লিংক; তাৰ পিছত ক’লে-‘মা’ ক্ষমা কৰি দিব, মই এইটো ঠিক কৰি দিম

Porn Site Link On Wedding Card: বিবাহৰ নিমন্ত্ৰণ কাৰ্ড (Wedding Invitation Card) ছপোৱাৰ সময়ত সকলোৱে সাৱধান হয়। সকলোৱে কাৰ্ডখনৰ ভিতৰত...

Read more

আজৱ ঘটনা! এজন যুৱকে এগৰাকী যুৱতীক ইমান জোৰেৰে সাৱটি (Hug) ধৰিলে যে; ভাঙি গ’ল যুৱতীৰ বুকুৰ ৩ ডাল হাঁড়, তাৰ পিছত…

Rib Crushing hug: আপুনি নিশ্চয় বলীউডৰ ছবি 'মুন্না ভাই এমবিবিএছ'ত জাদু কি ঝপ্পীৰ সংলাপ শুনিছে। বিশ্বাস কৰা হয় যে যদি...

Read more

‘বৰষুণ দিলে গছৰ তলত থাকিব নালাগে’- এই কথাষাৰী কিয় হোৱা হয় এই ভিডিঅ’টো চালেহে বুজিব; আপুনি হয়তো কেতিয়াও দেখা নাই এনে ভয়ংকৰ ভিডিঅ’, Watch Viral Video

Sky Lightning Viral Video: বাৰিষা বতৰত (Monsoon), এফালে য'ত বৰষুণে বহুবাৰ মানুহৰ বাবে দুৰ্যোগ হৈ পৰে আনফালে বজ্ৰপাতৰ (Sky Lightning)...

Read more
Page 1 of 20 1 2 20

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist