চিনেমা জগত ছলমান খানৰ অনুৰাগীৰ আজৱ কাণ্ড। ছলমানৰ ছবি চলি থকাৰ সময়তে চিনেমা হলৰ ভিতৰতে ফটকা ফুটালে ছলমানৰ অনুৰাগীয়ে। by Khatang Khobor November 14, 2023