পুনৰ চৰ্চাত স্বাস্থ্য বিভাগ! নিজৰ দেহত বিষাক্ত ইনজেক্টচ্যন লৈ আত্মহত্যা GMCHৰ এজন যুৱ কৰ্মচাৰীৰ; জ্যেষ্ঠ বিষয়াৰে হোৱা কাজিয়াৰ বাবে এই পথ বাচি লোৱাৰ অভিযোগ
প্ৰায়ে প্ৰতিদিনে স্বাস্থ্য বিভাগৰ গাফিলতিৰ খবৰ পোহৰলৈ আহিয়েই আছে। এইবাৰ GMCHত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ শৰীৰত বিষাক্ত ইনজেক্টচ্যন...


































