প্ৰায়ে মঞ্চত বিভিন্ন সময়ত বিভিন্নধৰণৰ মন্তব্য কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ (Singer Zubeen Garg)। জুবিনৰ গানৰ দৰেই তেওঁৰ মন্তব্যবোৰেও যথেষ্ট জনপ্ৰিয়তা লাভ কৰে।
কিন্তু বৃহস্পতিবাৰে বৰপেটাৰ (Barpeta) হাউলীৰ মৌটুপুৰীত লক্ষ্মী পূজা উপলক্ষ্যে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত কৰা এক মন্তব্যই আৱেগিক কৰি তুলিছে সকলোকে।
সাংস্কৃতিক অনুষ্ঠানখনত তেওঁ কয় যে- ‘যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম, যিদিনা নোৱাৰা হ’ম সেইদিনাই মৰি যাম। খটম, বাই বাই। জুবিনৰ (Singer Zubeen Garg) এই মন্তব্যই আৱেগিক কৰি তোলে উপস্থিত সকলোকে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-man-cut-by-train-at-dibrugarh-in-assam/12277/
Discussion about this post