• Home
  • Privacy Policy
  • Terms & Conditions
Tuesday, March 21, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    কোন দিশে গৈছে অসমীয়া সংস্কৃতি! পেঁ পেঁ পেঁ আৰু কৰিশ্মা নাথৰ ভুল?

    এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

    আকৌ এখন ‘টোলগেট’ত (Tollgate) ধন দিবলৈ সাজু হওক আপুনি! নতুন বছৰৰ পৰাই আৰম্ভ হ’ব এই টোলগেটখন

    অসাৱধানতাই হৈ পৰিল কাল! কাণত হেডফোন লগাই গান শুনি ৰে’ললাইনেৰে গৈ আছিল; হৰ্ণ নুশুনাৰ বাবেই দ্ৰুতবেগী ৰে’লে কাটি থৈ গ’ল এজন যুৱকক

    নৃশংস! ভাতত বিহ (Poison) মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে; এই ঘটনা অসমৰে, জানিবলৈ পৰা হোৱা নাই হত্যাৰ কাৰণ!

    কেতিয়াবা আৰক্ষীৰো হয় ভুল! আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষ; এই সংঘৰ্ষত গুলীবিদ্ধ হ’ল এজন সাধাৰণ যুৱক, ভুলবশত যুৱকজনৰ ভৰিত গুলিয়াইছিল বুলি স্বীকাৰো কৰে আৰক্ষীয়ে

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    আজৱ চখ! এলিয়েন (Alien)ৰ দৰে চেহেৰা পাবলৈ এইগৰাকী মহিলাই খৰচ কৰিলে লাখ লাখ টকা; টকাৰ পৰিমান শুনিলে আপুনিও হৈ উঠিব আচৰিত!

    চাওক, বুজক আৰু শিকক! কেৱল এযোৰ জোতাৰ বাবে নিজৰ জীৱন বিপদত পেলোৱা এইজন লোকক কি বুলি ক’ব আপুনি? গাৰ নোম শিঁয়ৰি উঠোৱা এক দৃশ্য, Watch Viral Video

    আজৱ ঘটনা! ওজন কমোৱাৰ ধৰিলে জেদ; তাঁৰেৰে চিলাই দিলে নিজৰ আটাইকেইটা দাঁত, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    আজৱ ঘটনা! বেমাৰৰ বাবে কাটিবলগীয়া হ’ল মহিলাৰ নাক (Nose)! তাৰ পিছত চিকিৎসকে কৌশলেৰে হাততে সংৰোপন কৰিলে নতুন নাক, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    সাৱধানৰ মৰণ নাই! এজন লোকৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল মালবাহী ৰে’ল; তাৰ পিছত…গাৰ নোম শিঁয়ৰি উঠোৱা দৃশ্য, Viral Videoটো চাওক আৰু অলপ বুজক

    Health Tips: প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান, কাৰণ আপোনাৰ হ’ব পাৰে এইসমূহ ৰোগ, আহক জানো কি কি?

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    জানি থওক! জোতা-চেণ্ডেল (Shoes-Slippers) ওলোটাকৈ থ’ব নালাগে বুলি জ্যেষ্ঠজনে কোৱা হয়তো আপুনি শুনিছে; কিন্তু জানেনে কিয়? শুনি আপুনিও হ’ব আচৰিত, পিছে জানো আহক কিয়?

    জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে (Before Sleeping) কৰি লওক এইবোৰ কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

    জানি থওক! মানী বেগত (Purse) এই বস্তুবোৰ ৰাখিলে কেতিয়াও নহ’ব টকাৰ অভাৱ; সদায়ে থাকিব মা লক্ষ্মীৰ আৰ্শীবাদ, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! কেতিয়াও আনৰ পৰা নল’ব এইবোৰ বস্তু (Free Things); অন্যথা কেতিয়াও দুৰ্ভাগ্যই লগ এৰা নিদিব, লগতে সৌভাগ্য থাকিব আঁতৰি, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম; ঘৰৰ পৰা নোহোৱা হয় সুখ-শান্তি, অসন্তুষ্ট হৈ গুচি যায় ধনৰ দেৱী মা লক্ষ্মী, পিছে জানো আহক কি কি কাম?

    জানি থওক! ধাৰে পিছ নেৰা হৈছে নেকি? তেন্তে ঘৰৰ (Home) পৰা এতিয়াই বাহিৰ কৰি দিয়ক এইবোৰ বস্তু; আঁতৰি যাব দৰিদ্ৰতা, জিলিকি উঠিব ভাগ্য, পিছ জানো আহক কি কি বস্তু?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
আকৌ কেনা লাগিল Ind Vs Saৰ খেলত! প্ৰথমে সাপ আৰু এতিয়া কুকুৰ; খেল চলি থকাৰ সময়তে খেলপথাৰত প্ৰৱেশ কুকুৰৰ…কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে খেলখন, পিছে এইবাৰ স্থান দিল্লী, Watch Video

Lifestyle Tips: নমৰাকৈ ঘৰৰ পৰা নিগনি (Rats) আঁতৰাব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে ইয়াতকৈ ভাল উপায় আৰু ক'তো নাপাব, ঘৰত কেতিয়াও দেখা নাপাব নিগনি, আহক জানো উপায়বোৰ কি কি?

ক্লাছৰুম নে ৰণথলী! ক্লাছৰ ভিতৰতে দুজন ছাত্ৰৰ প্ৰচণ্ড মাৰপিট; এজনে যদি মাৰে লাথ, আনজনে শোধাই চৰ, কিন্তু কোনোৱে ৰখাবলৈ কৰা নাছিল চেষ্টা, Watch Viral Video

আকৌ কেনা লাগিল Ind Vs Saৰ খেলত! প্ৰথমে সাপ আৰু এতিয়া কুকুৰ; খেল চলি থকাৰ সময়তে খেলপথাৰত প্ৰৱেশ কুকুৰৰ…কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে খেলখন, পিছে এইবাৰ স্থান দিল্লী, Watch Video

Ind Vs Sa In cricket ground: গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজত সাপ ওলোৱাৰ চাঞ্চল্যকৰ ঘটনা মাৰ নৌযাওতেই পুনৰ একে ঘটনা ঘটিল দিল্লীত। সাপৰ পিছত এইবাৰ খেলপথাৰত প্ৰৱেশ কুকুৰৰ। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অন্তিম এদিনীয়া খেলৰ সময়ত সংঘটিত হৈছিল এই ঘটনা।

Khatang Khobor by Khatang Khobor
October 13, 2022
in ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
Share on FacebookShare on Twitter

Ind Vs Sa: সৌ সিদিনাই সংঘটিত হৈছিল গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত (Guwahati Barsapara Cricket Stadium) অনুষ্ঠিত হোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি-২০ খেলত। খেল চলি থকাৰ মাজতে কাৰেণ্ট আৰু সাপে সৃষ্টি কৰিছিল বিসংগতিৰ। খেলৰ মাজতেই দুডাল সাপ ওলোৱাৰ লগতে ষ্টেডিয়ামৰ ফ্লাড লাইট হঠাৎ বন্ধ হৈ পৰিছিল। এই ঘটনাৰ পিছতে সৰ্বত্ৰে চৰ্চাও চলিছিল। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ এই ঘটনাৰ পিছতে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই (ACA Secretary Devajit Saikia) এক সংবাদমেলো সম্বোধন কৰিছিল। তেওঁ কৈছিল- ‘সাপ ওলোৱাটো কোনো ইছ্যু নহয়! বেলেগ বেলেগ দেশতো সাপ ওলায়। সাপ ওলোৱাৰ বাবে সকলোৱে মনোৰঞ্জনহে পাইছে। হয়তো তেওঁ ঠিক কথাই কৈছিল কাৰণ এইবাৰ সাপ নহয়, কুকুৰে প্ৰৱেশ কৰিলে ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতে। পিছে এইবাৰ স্থান দিল্লী। ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতে বাৰে বাৰে লাগি আছে কেনা।

Dog invades pitch. pic.twitter.com/sH7adhr78G

— That-Cricket-Girl (@imswatib) October 11, 2022

https://khatangkhobor.com/wp-content/uploads/2022/10/zIG2GZuuilzkMiHE.mp4

দৰাচলতে মঙলবাৰে দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত (Delhi Arun Jaitley Stadium) ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয়খন এদিনীয়া খেল (Ind Vs Aus ODI Match) চলি থকাৰ সময়তে খেলপথাৰত প্ৰৱেশ কৰে এটা কুকুৰে (Dog Enters In Ground)। দক্ষিণ আফ্ৰিকাৰ বেটিঙৰ সময়তে কুকুৰৰ এনে আকস্মিক প্ৰৱেশত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল খেলখন। বৰ্তমান ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে কেইবাখনো ফটো (Social Media Viral Photo)।

অৱশ্যে পিছত কুকুৰটো বাহিৰলৈ উলিয়াই দিয়াৰ পিছত পুনৰ স্বাভাৱিকভাৱেই খেলখন অনুষ্ঠিত হয়। উল্লেখ্য যে, নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়াত ৭ উইকেটত জয়লাভ কৰি চিৰিজ নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ভাৰতে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-how-to-get-rid-of-rats-without-killing-and-harming/12258/

Tags: DelhiDelhi Arun Jaitley StadiumDog Enters In GroundInd Vs Aus ODI MatchInd Vs SaNationalSocial Media Viral PhotoSportsWatch Videoখেলপথাৰত প্ৰৱেশ কুকুৰৰচাওক ভিডিঅ'ছচিয়েল মিডিয়াত ভাইৰেল ফটোদিল্লীদিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেটৰাষ্ট্ৰীয়
Previous Post

Lifestyle Tips: নমৰাকৈ ঘৰৰ পৰা নিগনি (Rats) আঁতৰাব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে ইয়াতকৈ ভাল উপায় আৰু ক’তো নাপাব, ঘৰত কেতিয়াও দেখা নাপাব নিগনি, আহক জানো উপায়বোৰ কি কি?

Next Post

ক্লাছৰুম নে ৰণথলী! ক্লাছৰ ভিতৰতে দুজন ছাত্ৰৰ প্ৰচণ্ড মাৰপিট; এজনে যদি মাৰে লাথ, আনজনে শোধাই চৰ, কিন্তু কোনোৱে ৰখাবলৈ কৰা নাছিল চেষ্টা, Watch Viral Video

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • KK Fact Check
  • Uncategorized
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

March 14, 2023
ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

March 10, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist