য’তে সুযোগ, তাতে বেপাৰ! নাম উল্লেখ নকৰিলেও হয়তো বুজি পাইছে কাৰ কথা কৈ আছো; পৰেশ বৰুৱাৰ পিছত এইবাৰ মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকললৈ বিশেষ বিধান আচাৰ্য পংকজ পাঠকৰ, পিছে কি আছে বিধানত? ভাইৰেল হৈ পৰিছে পোষ্টটো…
পুনৰ চৰ্চাত আচাৰ্য পংকজ পাঠক (Pankaj Pathak)! য'তে সুযোগ পাই তাতে বেপাৰ কৰা আচাৰ্য পংকজ পাঠকৰ পুনৰ এটা ফেচবুক পোষ্ট...

































