গুৰুত্বপূৰ্ণ খবৰঃ আজিৰে পৰা গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া বাছ (Pink Buses); যাত্ৰীয়ে ব্যৱহাৰ নকৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ, কেৱল ৪খন বাছহে চলাচল কৰিব ৰাজপথত
আজিৰে পৰা গুলপীয়া বাছৰ (Pink Buses) যাত্ৰা অস্তমিত…কেৱল ৪ খন বাছহে চলাচল কৰিব মহানগৰীৰ ৰাজপথত। বন্ধ কৰি দিয়া হ’ল ২১খন ...
Read more