কামপুৰত (Kampur) মৃত্যুৰ কিৰিলি! বাঢ়নি পানীত পৰি কামপুৰত পুনৰ মৃত্যু দুটি শিশুৰ (Baby Drowned) ৷ কচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা (Tragic Incident) ৷ একেখন গাঁৱৰে দুটি শিশুৰ কৰুণ মৃত্যু ৷ সমনীয়াৰ লগতে খেলি থকাৰ মাজতে বাঢ়নি পানীত পৰি যায় শিশু দুটি ৷
আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-2-baby-drowned-by-flood-in-assam/9275/
শিশু দুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত্যু হোৱা শিশু দুটিৰ নাম জোনাইদ আলম (৩) (3 Years Old Baby Died) আৰু চাইমা খাতুন (৮) (8 Years Old Baby Died)। ইফালে এই শিশু দুটিৰ মৃত্যুৰ লগতে মাগুৰ গাঁও দীঘলী ডুবাত বাঢ়নি পানীত নাৱৰ পৰা পৰি এগৰাকী কিশোৰীৰ মৃত্যু হয়। মৃত কিশোৰীগৰাকীৰ নাম ফাটেমা খাতুন। কামপুৰত (Kampur) এইপৰ্যন্ত বানত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১১জনলৈ বৃদ্ধি ৷
Photo & Input: আমিনুল হক
Discussion about this post