দুগৰাকী পত্নী থকাৰ পিছতো নাবালিকাক কৰিলে ধৰ্ষণ (Rape)। এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও (Bongaigaon) জিলাৰ বিদ্যাপুৰ থানাৰ অন্তৰ্গত ভাণ্ডাৰাণী গাঁৱত।
ধৰ্ষণ (Rape) কৰে কোকৰাঝাৰ (Kokrajhar) জিলাৰ দেওডোবা গাঁৱৰ ৰবিয়াল শ্বেখে লগতে আন এজন যুৱকে। বঙাইগাঁৱৰ (Bongaigaon) ভাণ্ডাৰাণীত সংঘটিত হৈছে এই ঘটনা। ধৰ্ষণৰ পূৰ্বে নিশা অপহৰণ কৰিছিল ছাত্ৰীগৰাকীক। অপহৰণ (Kidnape) কৰি মুখত সোপা দি বলপূৰ্বকভাৱে কৰিলে ধৰ্ষণ।
উল্লেখ্য বঙাইগাঁও জিলা ভাণ্ডাৰাণী গাঁৱৰ এগৰাকী নাবালিকাৰ মুখত সোপা দি বলপূৰ্বকভাৱে কৰিলে ধৰ্ষণ। আৰু ধৰ্ষণ কাৰীৰ ঘৰ হৈছে কোকৰাঝাৰ জিলাৰ দেওডোবা গাঁৱৰ ৰবিয়াল শ্বেখ লগতে আন এজন যুবক।
এই লম্পট ৰবিয়াল শ্বেখৰ কামনাৰ বলি হোৱা নাবালিকা গৰাকী অষ্ঠম শ্ৰেণীত অধ্যয়নৰত আছিল। ৰাতি আনুমানিক ৮ বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা গৰাকীক মুখত সোপা দি মৰাপাট খেতিত কৰিলে ধৰ্ষণ। কেৱল ধৰ্ষণ কৰিয়েই ক্ষান্ত নাথাকি শাৰীৰিকভাৱে অত্যাচাৰো চলাইছিল বুলি জানিব পৰা গৈছে।
Photo & Input: Nurjamal sk
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/rapper-inlay-diamond-on-his-forehead-worth-175-crores/4681/
Discussion about this post