• Home
  • Privacy Policy
  • Terms & Conditions
Monday, July 4, 2022
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাছ (Bus Accident); স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ১৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখন ভাঙি চূৰমাৰ হৈ যায়

    হৃদয়বিদাৰক! লাহৰীঘাটত জ্বলিছে এখনৰ পিছত আনখন চিতা; কালিৰে পৰা এতিয়ালৈ ৰাজহুৱা শ্মশানত জ্বলিল ৬খনকৈ চিতা, এতিয়া গাঁওখনৰ প্ৰতিগৰাকী লোকৰ চকুত কেৱল চকুপানী, মণিপুৰৰ ভূমিস্খলনত (Landslide) প্ৰাণ হেৰুৱাইছিল আটাইকেইজনে

    Reels বনাই ভুগিলে এই পৰিনাম; ‘Hero Tu Mera Hero Hai’ এই গানটোত ইউনিফৰ্ম পিন্ধি বনাইছিল Reels; তাৰ পিছৰ পৰিনাম এয়া….Suspend, Watch Trending Video

    বিদায় কিশোৰ; অকলশৰীয়া হৈ পৰিল মাতৃ, কিন্তু এই দুখৰ মাজতে অভিনেতাগৰাকীৰ (Actor Kishor Das) নশ্বৰদেহ আনিবলৈ দিয়া নহয় অসমলৈ

    মণিপুৰত (Manipur) মৃত্যুৰ বিভীষিকা! ‘এয়া ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ ঘটনা’- কয় মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে; ভয়ংকৰ ভূমিস্খলনত (Landslide) বৰ্তমানলৈ ৮১ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ, ৫৫ গৰাকী এতিয়াও আৱদ্ধ

    এটা দুঃখবৰ! উদীয়মান অভিনেতা কিশোৰ দাস (Actor Kishor Das) আৰু আমাৰ মাজত নাই…

    চাঞ্চল্যকৰ ঘটনা! ‘আমাক বিচাৰি নাহিব’- পত্ৰত এই কথা লিখি ঘৰতে মোবাইল এৰি ঘৰৰ পৰা ওলাই যায় ২ গৰাকী ছাত্ৰী; ২৭ জুনতে দুয়ো ওলাই গৈছিল ঘৰৰ পৰা, ছাত্ৰী দুগৰাকীৰ সন্ধান পালে পৰিয়ালক যোগাযোগৰ আহ্বান

    Yeh Dosti Hum Nahi Todenge: কুকুৰ আৰু মানুহৰ বন্ধুত্বৰ এটা সুন্দৰ ভিডিঅ’; ৫ কিলোমিটাৰ দৌৰিলে এখন ই-ৰিক্সাৰ পিছে পিছে, কাৰণ জানিলে আপোনাৰো চকু সেমেকি উঠিব! Watch Emotional Video

    ভুলটো হ’ল ক’ত আৰু কাৰ? মাজৰাস্তাতে ৰৈ গ’ল মহিলা; কনফিউজনত বাইক আৰোহী, তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয়কৈ চোৱাটো প্ৰয়োজন! Watch Viral Video

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    Reels বনাই ভুগিলে এই পৰিনাম; ‘Hero Tu Mera Hero Hai’ এই গানটোত ইউনিফৰ্ম পিন্ধি বনাইছিল Reels; তাৰ পিছৰ পৰিনাম এয়া….Suspend, Watch Trending Video

    Reels বনাই ভুগিলে এই পৰিনাম; ‘Hero Tu Mera Hero Hai’ এই গানটোত ইউনিফৰ্ম পিন্ধি বনাইছিল Reels; তাৰ পিছৰ পৰিনাম এয়া….Suspend, Watch Trending Video

    Health Tips: কল (Banana) খাই হয়তো নিশ্চয়কৈ ভাল পায়? কিন্তু জানেনে আপুনি খাই ভালপোৱা এই ফলবিধৰ আছে বহু লাভালাভ, পিছে জানি লও আহক লাভালাভবোৰ কি কি?

    Health Tips: কল (Banana) খাই হয়তো নিশ্চয়কৈ ভাল পায়? কিন্তু জানেনে আপুনি খাই ভালপোৱা এই ফলবিধৰ আছে বহু লাভালাভ, পিছে জানি লও আহক লাভালাভবোৰ কি কি?

    ভুলটো হ’ল ক’ত আৰু কাৰ? মাজৰাস্তাতে ৰৈ গ’ল মহিলা; কনফিউজনত বাইক আৰোহী, তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয়কৈ চোৱাটো প্ৰয়োজন! Watch Viral Video

    ভুলটো হ’ল ক’ত আৰু কাৰ? মাজৰাস্তাতে ৰৈ গ’ল মহিলা; কনফিউজনত বাইক আৰোহী, তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয়কৈ চোৱাটো প্ৰয়োজন! Watch Viral Video

    Health Tips: সকলোৰে পাকঘৰত পোৱা নেমু (Lemon) এবিধ সাধাৰণ ফল; কিন্তু এই সাধাৰণ ফলবিধৰো আছে অসাধাৰণ গুণাগুণ, আহক জানি লওক গুণাগুণবোৰ কি কি?

    Health Tips: কণী (Egg) স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী বুলি সকলোৱে জানে; কিন্তু কণীৰ হালধীয়া অংশ (Egg Yellow Part) খাব নালাগে? আহক জানি লওক কাৰণবোৰ কি কি?

    Health Tips: ফল খাওতেই গুটি (Fruits Seeds) গিলা যোৱাটো সাধাৰণ কথা; কিন্তু আপুনি জানেনে কিছুমান ফলৰ গুটি আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট অপকাৰী, এই ৫ বিধ ফলৰ গুটি ভুলতেও নাখাব, আহক জানি লওক কি কি?

    Health Tips: কণী (Egg) স্বাস্থ্যৰ বাবে উপকাৰী বুলি সকলোৱে জানে; কিন্তু  কণীৰ বাকলিৰো (Eggshell) আছে বহু গুণাগুণ, পেলাই দিয়াৰ আগতে জানি লওক  কণীৰ বাকলিৰ লাভালাভবোৰ কি কি?

    Health Tips: ডালিম (Pomegranate) খায় নে? ডালিম দেখিবলৈ যিমান ভাল; তাতোকৈ বেছি ইয়াৰ গুণাগুণ ভাল, যিমান পাৰে খাবলৈ আৰম্ভ কৰক, পিছে আহক জানি লওক লাভালাভবোৰ কি কি?

    Health Tips: আপোনাৰ ভৰিৰ পৰা গোন্ধ (Smelly Feet) ওলায় নেকি? যদি ওলায় তেন্তে গ্ৰহণ কৰক এই ঘৰুৱা টিপছ্ কেইটা; কেতিয়াও জোতা খুলিবলৈ লাজ নকৰিব, আহক জানি লওক কি কি?

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন

    Health Tips: আপোনাৰো বহুত বেছিকৈ ঘাম ওলায় (Sweat Reducing) নেকি? যদি ওলায় তেন্তে গ্ৰহণ কৰক এইকেইটা টিপছ্; অতি শীঘ্ৰে এই সমস্যা আঁতৰি যাব, পিছে জানো আহক কি কি?

    Health Tips: কৰদৈ (Star Fruit) খাবলৈ ভাল পায়নে? যদি নাপায় তেন্তে ইয়াৰ আশ্চৰ্যকৰ গুণাগুণবোৰ পঢ়িলে আপুনিও খাবলৈ বাধ্য হৈ পৰিব, তাৰ আগতে জানি লওক ইয়াৰ লাভালাভবোৰ কি কি?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
Salute! অপৰাধী ধৰিবলৈ গৈ বলিয়া বানে উটুৱাই নিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এজন কনিষ্টবলক; কনিষ্টবলজনৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাঁপ দিছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে, আজি দুয়োজনৰে উদ্ধাৰ মৃতদেহ

কৰুণ! ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা (Suicide) এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ; ইফালে মৃত আৰক্ষী বিষয়াজনৰ পত্নীৰ কান্দি কান্দি অভিযোগ- 'তেওঁক SP-এ বেয়াকৈ গালি-গালাজ কৰিছিল, কামৰ হেঁচা দিছিল

মৰ্মান্তিক! বজ্ৰপাতত (Lightning) কৰুণ মৃত্যুক সাৱটিলে দুই ১৩ বছৰীয়া কিশোৰীসহ এগৰাকী ৭ মহীয়া গৰ্ভৱতী মহিলাই; ঘৰৰ ভিতৰতে বজ্ৰ পৰি হেৰুৱালে প্ৰাণ, বৰষুণৰ বাবে একেটা ঘৰতে আছিল তিনিওগৰাকী

Salute! অপৰাধী ধৰিবলৈ গৈ বলিয়া বানে উটুৱাই নিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এজন কনিষ্টবলক; কনিষ্টবলজনৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাঁপ দিছিল ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে, আজি দুয়োজনৰে উদ্ধাৰ মৃতদেহ

বলিয়া বানে উটুৱাই নিছিল কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্বল কাকতি (Samujjal Kakoti) আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক (Rajiv Bordoloi)

Khatang Khobor by Khatang Khobor
June 20, 2022
in খবৰ
0 0
Share on FacebookShare on Twitter

কামপুৰত (Kampur) দেওবাৰে মাজনিশা সংঘটিত হৈছিল এক শোকাৱহ ঘটনা (Tragic Incident)। কামপুৰৰ পাছনিজাৰ মধুপুৰত সংঘটিত হৈছিল এই ঘটনা। বলিয়া বানে উটুৱাই নিছিল কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্বল কাকতি (Samujjal Kakoti) আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক (Rajiv Bordoloi)।

নিশা এক বজাত এটা অপৰাধী ধৰিবলৈ গৈছিল চাৰিজনীয়া আৰক্ষীৰ দলটোৱে। দুজন আৰক্ষীৰ প্ৰাণৰক্ষা পৰিল যদিও বলিয়া বানে উটুৱাই নিলে ভাৰপ্ৰাপ্ত আৰক্ষী (OC) আৰু কনিষ্টবলজনক (Constable)। জানিব পৰা মতে কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাঁপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে। সহযোগীৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্বল কাকতিয়ে।

During an ops last night, a team of @assampolice fell in a water body in Kampur area of Nagaon. To save the colleagues, OC SI Samujjal Kakoti jumped into water and is untraced yet. UB Constable Rajiv Bordoloi lost his life during rescue ops. 1/2

— GP Singh (@gpsinghips) June 20, 2022

দেওবাৰে নিশা কামপুৰ আৰক্ষী থানাৰ (Kampur Police) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জল কাকতিৰ নেতৃত্বত ৪ জনীয়া এটি দলে নিজ কৰ্তব্য পালন কৰিবলৈ গৈ বাঢ়নি পানীত পৰি যায় ৷ নিশা এটা গোচৰৰ তদন্তৰ বাবে কামপুৰ চাৰিজনীয়া আৰক্ষীৰ দলটো গৈছিল পাছনিজাৰ মধুপুৰলৈ।

পাছনিজাৰ মধুপুৰৰ জলমগ্ন পথচোৱাৰে গৈ থকা অৱস্থাত হঠাৎ বাঢ়নি পানীত পৰি ডুব যায় কনিষ্টবল ৰাজীৱ বৰদলৈ। ৰাজীৱ বৰদলৈৰ উদ্ধাৰৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জল কাকতি আগবাঢ়ি যায় যদিও কনিষ্টবল ৰাজীৱ বৰদলৈৰ লগতে অ’চি সমুজ্জল কাকতিও সন্ধানহীন হৈ যায় ৷

সৌভাগ্যক্ৰমে কনিষ্টবল ৰঞ্জিত বৰা আৰু আনজন কনিষ্টবলক বাঢ়নি পানীতে জীৱন্তে আবদ্ধ হৈ পৰে। পিছত প্ৰায় একঘণ্টাৰ পিছত জীৱন্তে আৰক্ষী দুজনক স্থানীয় এজন যুৱকে কলৰ ভুৰেৰে উদ্ধাৰ কৰে। অ’চিসহ দুজনকৈ আৰক্ষী সন্ধানহীন হোৱাৰ পিছতে নিশাই SDRF-এ তিনিখন নাও লৈ উদ্ধাৰ অভিযান চলাইছিল।

পুৱতি নিশা কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত পুৱাৰ ভাগতহে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জল কাকতিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বানে প্ৰাণ কাঢ়ি নিয়া আৰক্ষী বিষয়া সমুজ্জল কাকতিৰ ঘৰ কামৰূপৰ চাংসাৰিত আৰু কনিষ্টবল ৰাজীৱ বৰদলৈৰ ঘৰ নগাঁৱৰ হুজগাঁৱত বুলি জানিব পৰা গৈছে।

উল্লেখ্য কিছুদিনৰ আগত যোৱা ৩ জুনত নগাঁৱৰ বেবেজিয়া আৰক্ষী চকীৰ পৰা কামপুৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা সমুজ্জল কাকতি অতি অমায়িক আৰক্ষী বিষয়াজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ কামপুৰত। অতি অমায়িক আৰক্ষী দুজনৰ মৃতদেহ কামপুৰ থানালৈ অনাৰ পিছতে দল-সংগঠন আৰু সচেতন লোকসকলে শেষ শ্ৰদ্ধা নিবেদন কৰে ।

Photo & Input: Aminul Hoque
Published By: Dulu Medhi

আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-police-officer-suicide-at-mariani-in-assam/9874/

Tags: G P SinghKampurKampur PoliceKhoborOC Samujjal KakotiRajiv BordoloiTragic Incidentকনিষ্টবল ৰাজীৱ বৰদলৈকামপুৰকামপুৰ আৰক্ষীখবৰজি পি সিংভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্বল কাকতিশোকাৱহ ঘটনা
Previous Post

কৰুণ! ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা (Suicide) এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ; ইফালে মৃত আৰক্ষী বিষয়াজনৰ পত্নীৰ কান্দি কান্দি অভিযোগ- ‘তেওঁক SP-এ বেয়াকৈ গালি-গালাজ কৰিছিল, কামৰ হেঁচা দিছিল

Next Post

মৰ্মান্তিক! বজ্ৰপাতত (Lightning) কৰুণ মৃত্যুক সাৱটিলে দুই ১৩ বছৰীয়া কিশোৰীসহ এগৰাকী ৭ মহীয়া গৰ্ভৱতী মহিলাই; ঘৰৰ ভিতৰতে বজ্ৰ পৰি হেৰুৱালে প্ৰাণ, বৰষুণৰ বাবে একেটা ঘৰতে আছিল তিনিওগৰাকী

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • KK Fact Check
  • Uncategorized
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাছ (Bus Accident); স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ১৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখন ভাঙি চূৰমাৰ হৈ যায়

ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাছ (Bus Accident); স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ১৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখন ভাঙি চূৰমাৰ হৈ যায়

July 4, 2022
হৃদয়বিদাৰক! লাহৰীঘাটত জ্বলিছে এখনৰ পিছত আনখন চিতা; কালিৰে পৰা এতিয়ালৈ ৰাজহুৱা শ্মশানত জ্বলিল ৬খনকৈ চিতা, এতিয়া গাঁওখনৰ প্ৰতিগৰাকী লোকৰ চকুত কেৱল চকুপানী, মণিপুৰৰ ভূমিস্খলনত (Landslide) প্ৰাণ হেৰুৱাইছিল আটাইকেইজনে

হৃদয়বিদাৰক! লাহৰীঘাটত জ্বলিছে এখনৰ পিছত আনখন চিতা; কালিৰে পৰা এতিয়ালৈ ৰাজহুৱা শ্মশানত জ্বলিল ৬খনকৈ চিতা, এতিয়া গাঁওখনৰ প্ৰতিগৰাকী লোকৰ চকুত কেৱল চকুপানী, মণিপুৰৰ ভূমিস্খলনত (Landslide) প্ৰাণ হেৰুৱাইছিল আটাইকেইজনে

July 4, 2022
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist