• Home
  • Privacy Policy
  • Terms & Conditions
Saturday, February 4, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

    আকৌ এখন ‘টোলগেট’ত (Tollgate) ধন দিবলৈ সাজু হওক আপুনি! নতুন বছৰৰ পৰাই আৰম্ভ হ’ব এই টোলগেটখন

    অসাৱধানতাই হৈ পৰিল কাল! কাণত হেডফোন লগাই গান শুনি ৰে’ললাইনেৰে গৈ আছিল; হৰ্ণ নুশুনাৰ বাবেই দ্ৰুতবেগী ৰে’লে কাটি থৈ গ’ল এজন যুৱকক

    নৃশংস! ভাতত বিহ (Poison) মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে; এই ঘটনা অসমৰে, জানিবলৈ পৰা হোৱা নাই হত্যাৰ কাৰণ!

    কেতিয়াবা আৰক্ষীৰো হয় ভুল! আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষ; এই সংঘৰ্ষত গুলীবিদ্ধ হ’ল এজন সাধাৰণ যুৱক, ভুলবশত যুৱকজনৰ ভৰিত গুলিয়াইছিল বুলি স্বীকাৰো কৰে আৰক্ষীয়ে

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

    অলপ সাৱধান হওক আপুনিও! ডিঙিত চকলেট (Chocolate Stuck) লাগি ৮ বছৰীয়া কণমানিৰ কৰুণ মৃত্যু; স্কুলৰ ভিতৰত ঘটে এই ঘটনা, কান্দোনত ভাগি পৰিছে মাতৃ

    খুবেই ভয়ংকৰ! দুখন ডাম্পাৰৰ (Dumper) মুখামুখি খুন্দা; দুৰ্ঘটনাটোত দুয়োখন ডাম্পাৰৰ চালকে হেৰুৱাই প্ৰাণ, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুয়োখন ডাম্পাৰে চূৰ্ণ-বিচূৰ্ণ

    জীৱ শ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড! পথাৰৰ পকা ধান খোৱাৰ বাবে ৰচীৰে ফাঁচী লগাই হত্যা গৰুক; এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

    আজৱ চখ! এলিয়েন (Alien)ৰ দৰে চেহেৰা পাবলৈ এইগৰাকী মহিলাই খৰচ কৰিলে লাখ লাখ টকা; টকাৰ পৰিমান শুনিলে আপুনিও হৈ উঠিব আচৰিত!

    চাওক, বুজক আৰু শিকক! কেৱল এযোৰ জোতাৰ বাবে নিজৰ জীৱন বিপদত পেলোৱা এইজন লোকক কি বুলি ক’ব আপুনি? গাৰ নোম শিঁয়ৰি উঠোৱা এক দৃশ্য, Watch Viral Video

    আজৱ ঘটনা! ওজন কমোৱাৰ ধৰিলে জেদ; তাঁৰেৰে চিলাই দিলে নিজৰ আটাইকেইটা দাঁত, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    আজৱ ঘটনা! বেমাৰৰ বাবে কাটিবলগীয়া হ’ল মহিলাৰ নাক (Nose)! তাৰ পিছত চিকিৎসকে কৌশলেৰে হাততে সংৰোপন কৰিলে নতুন নাক, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    সাৱধানৰ মৰণ নাই! এজন লোকৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল মালবাহী ৰে’ল; তাৰ পিছত…গাৰ নোম শিঁয়ৰি উঠোৱা দৃশ্য, Viral Videoটো চাওক আৰু অলপ বুজক

    Health Tips: প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান, কাৰণ আপোনাৰ হ’ব পাৰে এইসমূহ ৰোগ, আহক জানো কি কি?

    ভুল স্বামীৰ, কিন্তু শাস্তি দিলে পত্নীক! প্ৰেমিকাৰ সৈতে গাড়ীৰ ভিতৰত হাতে-লোটে ধৰা পৰিল স্বামী; তাৰ পিছত সেই গাড়ীৰে পত্নীক মহটিয়াই থৈ যায় স্বামীয়ে, চাওক Viral Video

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    জানি থওক! জোতা-চেণ্ডেল (Shoes-Slippers) ওলোটাকৈ থ’ব নালাগে বুলি জ্যেষ্ঠজনে কোৱা হয়তো আপুনি শুনিছে; কিন্তু জানেনে কিয়? শুনি আপুনিও হ’ব আচৰিত, পিছে জানো আহক কিয়?

    জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে (Before Sleeping) কৰি লওক এইবোৰ কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

    জানি থওক! মানী বেগত (Purse) এই বস্তুবোৰ ৰাখিলে কেতিয়াও নহ’ব টকাৰ অভাৱ; সদায়ে থাকিব মা লক্ষ্মীৰ আৰ্শীবাদ, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! কেতিয়াও আনৰ পৰা নল’ব এইবোৰ বস্তু (Free Things); অন্যথা কেতিয়াও দুৰ্ভাগ্যই লগ এৰা নিদিব, লগতে সৌভাগ্য থাকিব আঁতৰি, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম; ঘৰৰ পৰা নোহোৱা হয় সুখ-শান্তি, অসন্তুষ্ট হৈ গুচি যায় ধনৰ দেৱী মা লক্ষ্মী, পিছে জানো আহক কি কি কাম?

    জানি থওক! ধাৰে পিছ নেৰা হৈছে নেকি? তেন্তে ঘৰৰ (Home) পৰা এতিয়াই বাহিৰ কৰি দিয়ক এইবোৰ বস্তু; আঁতৰি যাব দৰিদ্ৰতা, জিলিকি উঠিব ভাগ্য, পিছ জানো আহক কি কি বস্তু?

    জানি থওক! ভুলতেও কাৰোৰে পৰা এইবোৰ বস্তু বিনামূলীয়াকৈ (Free) নল’ব; নহ’লে দৰিদ্ৰতাই লগ নেৰিব, হ’ব ধনৰ (Money) অভাৱ, পিছে আহক জানো কি কি বস্তু?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। বাতৰি অনুসৰি, নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হোৱাত ক্ষুব্ধ স্বামীয়ে ডিঙি চেপি পত্নীক কৰে হত্যা, যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Khatang Khobor by Khatang Khobor
December 9, 2022
in ৰাষ্ট্ৰীয়, ক্ৰাইম
0 0
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ (Uttar Pradesh) আমৰোহা জিলাৰ (Amroha District) পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। বাতৰি অনুসৰি, নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হোৱাত ক্ষুব্ধ স্বামীয়ে (Husband) ডিঙি চেপি পত্নীক (Wife) কৰে হত্যা (Murder), যাক আৰক্ষীয়ে (Police) গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এগৰাকী ৩৪ বছৰীয়া লোকে নিজৰ ৩০ বছৰীয়া পত্নীক হত্যা (Murder) কৰে, কাৰণ মহিলাগৰাকীয়ে এটা ৰাতিতে দুবাৰকৈ দুবাৰকৈ যৌন সম্ভোগ কৰাৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল।

আৰক্ষীৰ সন্মুখত এক ভিডিঅ’ বিবৃতিত অভিযুক্তজনে হত্যাৰ কথা স্বীকাৰ কৰিছে। লোকজনে কয় যে তেওঁ সোমবাৰে নিশা তেওঁৰ পত্নীক যৌন সম্ভোগৰ বাবে জগাইছিল। কিছু সময়ৰ পিছ লোকজনে সি পুনৰ যৌন সম্ভোগ কৰিব বিচাৰিছিল, কিন্তু পত্নীয়ে অস্বীকাৰ কৰিছিল। যাৰ ফলত লোকজনৰ খং উঠিছিল আৰু ৰচীৰ টুকুৰাৰে ডিঙি চেপি মহিলাগৰাকীৰ হত্যা কৰে। হত্যাৰ পিছত মৃতদেহটো এটা পলিথিন বস্তাত পেক কৰি ঘৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত দলিয়াই দিছিল, তাৰ পিছত লোকজনে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যে তেওঁৰ পত্নী নিৰুদ্দেশ হৈছে।

আৰক্ষীয়ে মঙলবাৰে ঠাকুৰদ্বাৰৰ ৰাতুপুৰা গাঁৱৰ ওচৰত এগৰাকী মহিলাৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ (Deadbody Recover) কৰে। ঠাকুৰদ্বাৰ আৰক্ষী থানাত হত্যাৰ এজাহাৰ পঞ্জীয়ন কৰাৰ পিছত, তেওঁলোকে তেওঁলোকৰ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহটোৰ ফটো ওচৰৰ আৰক্ষী থানাৰ সৈতে শ্বেয়াৰ কৰে। আমৰোহাত দাখিল কৰা এটা নিৰুদ্দেশৰ ঘটনাৰ সৈতে মিলোৱাৰ পিছত মুৰাদাবাদ আৰক্ষীয়ে (Moradabad Police) মৃতদেহটো চিনাক্ত কৰিবলৈ অভিযুক্ত লোকজনক মাতে, কিন্তু আৰক্ষীয়ে সোধা-পোছা কৰি থকাৰ সময়ত লোকজন ভাঙি পৰে আৰু নিজৰ অপৰাধ স্বীকাৰ কৰে।

উল্লেখ্য আমৰোহাৰ বাসিন্দা ভুক্তভোগী মৃত মহিলাগৰাকীৰ বিয়া ২০১৩ চনতে হৈছিল। দুয়োৰে ৩টা সন্তান আছে। অভিযুক্তই নিজৰ ঘৰৰ মহলাত এখন বেকাৰী চলায়, আনহাতে তেওঁৰ পৰিয়াল প্ৰথম মহলাত থাকে। বৰ্তমান, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰি আছে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/astro-tips-for-hanky-these-auspicious-colour-of-rumal/12762/

Tags: Amroha DistrictCrimeMoradabad PoliceMurder CaseNationalSexUttar PradeshWife Killed By Husband For Sexঅপৰাধআমৰোহা জিলাউত্তৰ প্ৰদেশমুৰাদাবাদ আৰক্ষীযৌন সম্ভোগযৌন সম্ভোগ নকৰাৰ বাবে পত্নীক হত্যাৰাষ্ট্ৰীয়হত্যাকাণ্ড
Previous Post

জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • KK Fact Check
  • Uncategorized
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

December 9, 2022
জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

December 8, 2022
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist