• Home
  • Privacy Policy
  • Terms & Conditions
Sunday, May 28, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    কোন দিশে গৈছে অসমীয়া সংস্কৃতি! পেঁ পেঁ পেঁ আৰু কৰিশ্মা নাথৰ ভুল?

    এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

    আকৌ এখন ‘টোলগেট’ত (Tollgate) ধন দিবলৈ সাজু হওক আপুনি! নতুন বছৰৰ পৰাই আৰম্ভ হ’ব এই টোলগেটখন

    অসাৱধানতাই হৈ পৰিল কাল! কাণত হেডফোন লগাই গান শুনি ৰে’ললাইনেৰে গৈ আছিল; হৰ্ণ নুশুনাৰ বাবেই দ্ৰুতবেগী ৰে’লে কাটি থৈ গ’ল এজন যুৱকক

    নৃশংস! ভাতত বিহ (Poison) মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে; এই ঘটনা অসমৰে, জানিবলৈ পৰা হোৱা নাই হত্যাৰ কাৰণ!

    কেতিয়াবা আৰক্ষীৰো হয় ভুল! আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষ; এই সংঘৰ্ষত গুলীবিদ্ধ হ’ল এজন সাধাৰণ যুৱক, ভুলবশত যুৱকজনৰ ভৰিত গুলিয়াইছিল বুলি স্বীকাৰো কৰে আৰক্ষীয়ে

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

    আজৱ চখ! এলিয়েন (Alien)ৰ দৰে চেহেৰা পাবলৈ এইগৰাকী মহিলাই খৰচ কৰিলে লাখ লাখ টকা; টকাৰ পৰিমান শুনিলে আপুনিও হৈ উঠিব আচৰিত!

    চাওক, বুজক আৰু শিকক! কেৱল এযোৰ জোতাৰ বাবে নিজৰ জীৱন বিপদত পেলোৱা এইজন লোকক কি বুলি ক’ব আপুনি? গাৰ নোম শিঁয়ৰি উঠোৱা এক দৃশ্য, Watch Viral Video

    আজৱ ঘটনা! ওজন কমোৱাৰ ধৰিলে জেদ; তাঁৰেৰে চিলাই দিলে নিজৰ আটাইকেইটা দাঁত, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    আজৱ ঘটনা! বেমাৰৰ বাবে কাটিবলগীয়া হ’ল মহিলাৰ নাক (Nose)! তাৰ পিছত চিকিৎসকে কৌশলেৰে হাততে সংৰোপন কৰিলে নতুন নাক, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    সাৱধানৰ মৰণ নাই! এজন লোকৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল মালবাহী ৰে’ল; তাৰ পিছত…গাৰ নোম শিঁয়ৰি উঠোৱা দৃশ্য, Viral Videoটো চাওক আৰু অলপ বুজক

    Health Tips: প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান, কাৰণ আপোনাৰ হ’ব পাৰে এইসমূহ ৰোগ, আহক জানো কি কি?

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    জানি থওক! জোতা-চেণ্ডেল (Shoes-Slippers) ওলোটাকৈ থ’ব নালাগে বুলি জ্যেষ্ঠজনে কোৱা হয়তো আপুনি শুনিছে; কিন্তু জানেনে কিয়? শুনি আপুনিও হ’ব আচৰিত, পিছে জানো আহক কিয়?

    জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে (Before Sleeping) কৰি লওক এইবোৰ কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

    জানি থওক! মানী বেগত (Purse) এই বস্তুবোৰ ৰাখিলে কেতিয়াও নহ’ব টকাৰ অভাৱ; সদায়ে থাকিব মা লক্ষ্মীৰ আৰ্শীবাদ, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! কেতিয়াও আনৰ পৰা নল’ব এইবোৰ বস্তু (Free Things); অন্যথা কেতিয়াও দুৰ্ভাগ্যই লগ এৰা নিদিব, লগতে সৌভাগ্য থাকিব আঁতৰি, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম; ঘৰৰ পৰা নোহোৱা হয় সুখ-শান্তি, অসন্তুষ্ট হৈ গুচি যায় ধনৰ দেৱী মা লক্ষ্মী, পিছে জানো আহক কি কি কাম?

    জানি থওক! ধাৰে পিছ নেৰা হৈছে নেকি? তেন্তে ঘৰৰ (Home) পৰা এতিয়াই বাহিৰ কৰি দিয়ক এইবোৰ বস্তু; আঁতৰি যাব দৰিদ্ৰতা, জিলিকি উঠিব ভাগ্য, পিছ জানো আহক কি কি বস্তু?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
ভয়ংকৰ! কোনোবাই কৰিলে ভুল; ভুগিলে কোনোবাই, ট্ৰেইলাৰ চালকৰ ভুলৰ বাবে নিঃশেষ হ’ল এটা পৰিয়াল, কৰুণ মৃত্যুক সাৱটিলে কণমানি পুত্ৰসহ এহাল পিতৃ-মাতৃয়ে, কেমেৰাত বন্দী দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য

পাশৱিক কাণ্ড! ২ কণমানিৰ চকুৰ সন্মুখতে দ্বিতীয় পত্নীক কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা (Murder) কৰিলে স্বামীয়ে; পূৰ্বেও প্ৰথমা পত্নীক হত্যা কৰিছিল পাষণ্ড স্বামী মজিবুৰে, এতিয়া কণমানি দুটিৰ চকুত কেৱল চকুপানী

সকলো সম্ভৱ! আত্মহত্যা কৰিবলৈ স্বামী-স্ত্ৰীয়ে একেলগে ৰছীৰে লগালে ফাঁচী; কিন্তু অত্যাধিক ওজন হোৱাৰ বাবে ছিঙি গ'ল পত্নীৰ ৰছী, ৰক্ষা পৰিল পত্নীৰ প্ৰাণ, আনহাতে মৃত্যুক সাৱটিলে স্বামীয়ে

ভয়ংকৰ! কোনোবাই কৰিলে ভুল; ভুগিলে কোনোবাই, ট্ৰেইলাৰ চালকৰ ভুলৰ বাবে নিঃশেষ হ’ল এটা পৰিয়াল, কৰুণ মৃত্যুক সাৱটিলে কণমানি পুত্ৰসহ এহাল পিতৃ-মাতৃয়ে, কেমেৰাত বন্দী দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য

পঞ্জাৱৰ (Punjab) বেহৰাম ফাগৱাৰা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত (Phagwara-Chandigarh National Highway) হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)

Khatang Khobor by Khatang Khobor
September 13, 2022
in ৰাষ্ট্ৰীয়
0 0
Share on FacebookShare on Twitter

পঞ্জাৱৰ (Punjab) বেহৰাম ফাগৱাৰা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত (Phagwara-Chandigarh National Highway) হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। ৰাষ্ট্ৰীয় ঘাইপথত এখন শিলভৰ্তি ট্ৰেইলাৰ (Trailer Overturned) বাগৰি পৰাত কৰুণ মৃত্যুক সাৱটিলে পুত্ৰসহ এহাল পিতৃ-মাতৃয়ে (3 Family Members Died)। ইফালে দুৰ্ঘটনাটোত আন তিনিজন লোকো গুৰুতৰভাবে আহত (3 Person Critically Injured) হয়।

এই লোমহৰ্ষক দুৰ্ঘটনাৰ দৃশ্য বন্দী হ’ল চিচি টিভিৰ কেমেৰাত (CCTV Footage Viral)। দুৰ্ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে যদিও, এইটো কেতিয়া হৈছিল, বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাটো জলন্ধৰৰ মহিলপুৰ চকত সংঘটিত হৈছিল। মৃত সকলো একেটা পৰিয়ালৰে আছিল।

ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি এখন ১৮ চকীয়া ট্ৰেইলাৰে গতি কম নকৰাকৈয়ে টাৰ্ণিং ল’বলৈ চেষ্টা কৰাত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰ খন দুখন চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰে।

দুৰ্ঘটনাটোত এখন বাহনত যাত্ৰা কৰা মাতৃ-পিতৃ আৰু তেওঁলোকৰ পুত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয়। আনখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়, কিন্তু বাহনখনত থকা আটাইকেইজন লোকৰ কথমপি প্ৰাণৰক্ষা। সম্পূৰ্ণ ঘটনাটো হাইৱে’ত স্থাপন কৰা কেমাৰাত বন্দী হয়। ঘটনাটোৰ পিছত ট্ৰেইলৰখনৰ চালক মেজৰ সিং পলায়ন কৰে।

https://khatangkhobor.com/wp-content/uploads/2022/09/QKS163fzfrqArAxj.mp4

Three members of a family died at Behram on Phagwara-Chandigarh National Highway as a truck rammed into a loaded trailer after latter coming from the opposite side suddenly took a turn towards Mahilpur. @ndtv #RoadSafety pic.twitter.com/5iq9tkQg30

— Mohammad Ghazali (@ghazalimohammad) September 13, 2022

দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা স্বামী-স্ত্ৰী নিজৰ পুত্ৰৰ সৈতে গড়শংকৰলৈ গৈ আছিল। কিন্তু আদবাটতে দুৰ্ঘটনাত পতিত হয়। বেহৰাম আৰক্ষীয়ে ট্ৰেইলাৰ চালক মেজৰ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

দুৰ্ঘটনাটোৰ লোমহৰ্ষক দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত (Social Media Viral Video)।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%ae/horrific-murder-case-second-wife-killed-by-husband-at-lakhimpur-in-assam/11698/

Tags: CCTV Footage ViralHorrific Road AccidentNationalPhagwara-Chandigarh National HighwayPunjabSocial Media Viral VideoTrending VideoViral VideoWatch Videoচাওক ভিডিঅ'ছচিয়েল মিডিয়াত ভিডিঅ' ভাইৰেলট্ৰেণ্ডিং ভিডিঅ'পঞ্জাৱবেহৰাম ফাগৱাৰা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথভয়ংকৰ পথ দুৰ্ঘটনাভাইৰেল ভিডিঅ'ভাইৰেল হ’ল চিচি টিভিৰ কেমেৰাৰ দৃশ্যৰাষ্ট্ৰীয়
Previous Post

পাশৱিক কাণ্ড! ২ কণমানিৰ চকুৰ সন্মুখতে দ্বিতীয় পত্নীক কুঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা (Murder) কৰিলে স্বামীয়ে; পূৰ্বেও প্ৰথমা পত্নীক হত্যা কৰিছিল পাষণ্ড স্বামী মজিবুৰে, এতিয়া কণমানি দুটিৰ চকুত কেৱল চকুপানী

Next Post

সকলো সম্ভৱ! আত্মহত্যা কৰিবলৈ স্বামী-স্ত্ৰীয়ে একেলগে ৰছীৰে লগালে ফাঁচী; কিন্তু অত্যাধিক ওজন হোৱাৰ বাবে ছিঙি গ’ল পত্নীৰ ৰছী, ৰক্ষা পৰিল পত্নীৰ প্ৰাণ, আনহাতে মৃত্যুক সাৱটিলে স্বামীয়ে

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • Dating
  • KK Fact Check
  • Uncategorized
  • Uncategorzied
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

Jonny Jackpot Internet on line casino overview New Zealand

May 23, 2023

Kids, Work and Marijuana Stocks

May 18, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist