• Home
  • Privacy Policy
  • Terms & Conditions
Monday, July 4, 2022
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাছ (Bus Accident); স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ১৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখন ভাঙি চূৰমাৰ হৈ যায়

    হৃদয়বিদাৰক! লাহৰীঘাটত জ্বলিছে এখনৰ পিছত আনখন চিতা; কালিৰে পৰা এতিয়ালৈ ৰাজহুৱা শ্মশানত জ্বলিল ৬খনকৈ চিতা, এতিয়া গাঁওখনৰ প্ৰতিগৰাকী লোকৰ চকুত কেৱল চকুপানী, মণিপুৰৰ ভূমিস্খলনত (Landslide) প্ৰাণ হেৰুৱাইছিল আটাইকেইজনে

    Reels বনাই ভুগিলে এই পৰিনাম; ‘Hero Tu Mera Hero Hai’ এই গানটোত ইউনিফৰ্ম পিন্ধি বনাইছিল Reels; তাৰ পিছৰ পৰিনাম এয়া….Suspend, Watch Trending Video

    বিদায় কিশোৰ; অকলশৰীয়া হৈ পৰিল মাতৃ, কিন্তু এই দুখৰ মাজতে অভিনেতাগৰাকীৰ (Actor Kishor Das) নশ্বৰদেহ আনিবলৈ দিয়া নহয় অসমলৈ

    মণিপুৰত (Manipur) মৃত্যুৰ বিভীষিকা! ‘এয়া ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ ঘটনা’- কয় মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে; ভয়ংকৰ ভূমিস্খলনত (Landslide) বৰ্তমানলৈ ৮১ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ, ৫৫ গৰাকী এতিয়াও আৱদ্ধ

    এটা দুঃখবৰ! উদীয়মান অভিনেতা কিশোৰ দাস (Actor Kishor Das) আৰু আমাৰ মাজত নাই…

    চাঞ্চল্যকৰ ঘটনা! ‘আমাক বিচাৰি নাহিব’- পত্ৰত এই কথা লিখি ঘৰতে মোবাইল এৰি ঘৰৰ পৰা ওলাই যায় ২ গৰাকী ছাত্ৰী; ২৭ জুনতে দুয়ো ওলাই গৈছিল ঘৰৰ পৰা, ছাত্ৰী দুগৰাকীৰ সন্ধান পালে পৰিয়ালক যোগাযোগৰ আহ্বান

    Yeh Dosti Hum Nahi Todenge: কুকুৰ আৰু মানুহৰ বন্ধুত্বৰ এটা সুন্দৰ ভিডিঅ’; ৫ কিলোমিটাৰ দৌৰিলে এখন ই-ৰিক্সাৰ পিছে পিছে, কাৰণ জানিলে আপোনাৰো চকু সেমেকি উঠিব! Watch Emotional Video

    ভুলটো হ’ল ক’ত আৰু কাৰ? মাজৰাস্তাতে ৰৈ গ’ল মহিলা; কনফিউজনত বাইক আৰোহী, তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয়কৈ চোৱাটো প্ৰয়োজন! Watch Viral Video

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    Health Tips: জামুক (Jamun) খাই ভাল পায়নে? যদি পায় তেন্তে আপোনাৰে হৈ আছে লাভ; যদি নাপায় তেন্তে আপোনাৰ হৈ আছে বহু বেছি লোকচান, আহক জানি লওক লাভালাভবোৰ কি কি?

    Health Tips: জামুক (Jamun) খাই ভাল পায়নে? যদি পায় তেন্তে আপোনাৰে হৈ আছে লাভ; যদি নাপায় তেন্তে আপোনাৰ হৈ আছে বহু বেছি লোকচান, আহক জানি লওক লাভালাভবোৰ কি কি?

    Reels বনাই ভুগিলে এই পৰিনাম; ‘Hero Tu Mera Hero Hai’ এই গানটোত ইউনিফৰ্ম পিন্ধি বনাইছিল Reels; তাৰ পিছৰ পৰিনাম এয়া….Suspend, Watch Trending Video

    Reels বনাই ভুগিলে এই পৰিনাম; ‘Hero Tu Mera Hero Hai’ এই গানটোত ইউনিফৰ্ম পিন্ধি বনাইছিল Reels; তাৰ পিছৰ পৰিনাম এয়া….Suspend, Watch Trending Video

    Health Tips: কল (Banana) খাই হয়তো নিশ্চয়কৈ ভাল পায়? কিন্তু জানেনে আপুনি খাই ভালপোৱা এই ফলবিধৰ আছে বহু লাভালাভ, পিছে জানি লও আহক লাভালাভবোৰ কি কি?

    Health Tips: কল (Banana) খাই হয়তো নিশ্চয়কৈ ভাল পায়? কিন্তু জানেনে আপুনি খাই ভালপোৱা এই ফলবিধৰ আছে বহু লাভালাভ, পিছে জানি লও আহক লাভালাভবোৰ কি কি?

    ভুলটো হ’ল ক’ত আৰু কাৰ? মাজৰাস্তাতে ৰৈ গ’ল মহিলা; কনফিউজনত বাইক আৰোহী, তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয়কৈ চোৱাটো প্ৰয়োজন! Watch Viral Video

    ভুলটো হ’ল ক’ত আৰু কাৰ? মাজৰাস্তাতে ৰৈ গ’ল মহিলা; কনফিউজনত বাইক আৰোহী, তাৰ পিছত যি ঘটিল সেয়া আপুনি নিশ্চয়কৈ চোৱাটো প্ৰয়োজন! Watch Viral Video

    Health Tips: সকলোৰে পাকঘৰত পোৱা নেমু (Lemon) এবিধ সাধাৰণ ফল; কিন্তু এই সাধাৰণ ফলবিধৰো আছে অসাধাৰণ গুণাগুণ, আহক জানি লওক গুণাগুণবোৰ কি কি?

    Health Tips: কণী (Egg) স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী বুলি সকলোৱে জানে; কিন্তু কণীৰ হালধীয়া অংশ (Egg Yellow Part) খাব নালাগে? আহক জানি লওক কাৰণবোৰ কি কি?

    Health Tips: ফল খাওতেই গুটি (Fruits Seeds) গিলা যোৱাটো সাধাৰণ কথা; কিন্তু আপুনি জানেনে কিছুমান ফলৰ গুটি আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট অপকাৰী, এই ৫ বিধ ফলৰ গুটি ভুলতেও নাখাব, আহক জানি লওক কি কি?

    Health Tips: কণী (Egg) স্বাস্থ্যৰ বাবে উপকাৰী বুলি সকলোৱে জানে; কিন্তু  কণীৰ বাকলিৰো (Eggshell) আছে বহু গুণাগুণ, পেলাই দিয়াৰ আগতে জানি লওক  কণীৰ বাকলিৰ লাভালাভবোৰ কি কি?

    Health Tips: ডালিম (Pomegranate) খায় নে? ডালিম দেখিবলৈ যিমান ভাল; তাতোকৈ বেছি ইয়াৰ গুণাগুণ ভাল, যিমান পাৰে খাবলৈ আৰম্ভ কৰক, পিছে আহক জানি লওক লাভালাভবোৰ কি কি?

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Health Tips: জামুক (Jamun) খাই ভাল পায়নে? যদি পায় তেন্তে আপোনাৰে হৈ আছে লাভ; যদি নাপায় তেন্তে আপোনাৰ হৈ আছে বহু বেছি লোকচান, আহক জানি লওক লাভালাভবোৰ কি কি?

    Health Tips: জামুক (Jamun) খাই ভাল পায়নে? যদি পায় তেন্তে আপোনাৰে হৈ আছে লাভ; যদি নাপায় তেন্তে আপোনাৰ হৈ আছে বহু বেছি লোকচান, আহক জানি লওক লাভালাভবোৰ কি কি?

    Health Tips: কল (Banana) খাই হয়তো নিশ্চয়কৈ ভাল পায়? কিন্তু জানেনে আপুনি খাই ভালপোৱা এই ফলবিধৰ আছে বহু লাভালাভ, পিছে জানি লও আহক লাভালাভবোৰ কি কি?

    Health Tips: কল (Banana) খাই হয়তো নিশ্চয়কৈ ভাল পায়? কিন্তু জানেনে আপুনি খাই ভালপোৱা এই ফলবিধৰ আছে বহু লাভালাভ, পিছে জানি লও আহক লাভালাভবোৰ কি কি?

    Health Tips: সকলোৰে পাকঘৰত পোৱা নেমু (Lemon) এবিধ সাধাৰণ ফল; কিন্তু এই সাধাৰণ ফলবিধৰো আছে অসাধাৰণ গুণাগুণ, আহক জানি লওক গুণাগুণবোৰ কি কি?

    Health Tips: সকলোৰে পাকঘৰত পোৱা নেমু (Lemon) এবিধ সাধাৰণ ফল; কিন্তু এই সাধাৰণ ফলবিধৰো আছে অসাধাৰণ গুণাগুণ, আহক জানি লওক গুণাগুণবোৰ কি কি?

    Health Tips: কণী (Egg) স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী বুলি সকলোৱে জানে; কিন্তু কণীৰ হালধীয়া অংশ (Egg Yellow Part) খাব নালাগে? আহক জানি লওক কাৰণবোৰ কি কি?

    Health Tips: কণী (Egg) স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী বুলি সকলোৱে জানে; কিন্তু কণীৰ হালধীয়া অংশ (Egg Yellow Part) খাব নালাগে? আহক জানি লওক কাৰণবোৰ কি কি?

    Health Tips: ফল খাওতেই গুটি (Fruits Seeds) গিলা যোৱাটো সাধাৰণ কথা; কিন্তু আপুনি জানেনে কিছুমান ফলৰ গুটি আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট অপকাৰী, এই ৫ বিধ ফলৰ গুটি ভুলতেও নাখাব, আহক জানি লওক কি কি?

    Health Tips: ফল খাওতেই গুটি (Fruits Seeds) গিলা যোৱাটো সাধাৰণ কথা; কিন্তু আপুনি জানেনে কিছুমান ফলৰ গুটি আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট অপকাৰী, এই ৫ বিধ ফলৰ গুটি ভুলতেও নাখাব, আহক জানি লওক কি কি?

    Health Tips: কণী (Egg) স্বাস্থ্যৰ বাবে উপকাৰী বুলি সকলোৱে জানে; কিন্তু  কণীৰ বাকলিৰো (Eggshell) আছে বহু গুণাগুণ, পেলাই দিয়াৰ আগতে জানি লওক  কণীৰ বাকলিৰ লাভালাভবোৰ কি কি?

    Health Tips: কণী (Egg) স্বাস্থ্যৰ বাবে উপকাৰী বুলি সকলোৱে জানে; কিন্তু কণীৰ বাকলিৰো (Eggshell) আছে বহু গুণাগুণ, পেলাই দিয়াৰ আগতে জানি লওক কণীৰ বাকলিৰ লাভালাভবোৰ কি কি?

    Health Tips: ডালিম (Pomegranate) খায় নে? ডালিম দেখিবলৈ যিমান ভাল; তাতোকৈ বেছি ইয়াৰ গুণাগুণ ভাল, যিমান পাৰে খাবলৈ আৰম্ভ কৰক, পিছে আহক জানি লওক লাভালাভবোৰ কি কি?

    Health Tips: ডালিম (Pomegranate) খায় নে? ডালিম দেখিবলৈ যিমান ভাল; তাতোকৈ বেছি ইয়াৰ গুণাগুণ ভাল, যিমান পাৰে খাবলৈ আৰম্ভ কৰক, পিছে আহক জানি লওক লাভালাভবোৰ কি কি?

    Health Tips: আপোনাৰ ভৰিৰ পৰা গোন্ধ (Smelly Feet) ওলায় নেকি? যদি ওলায় তেন্তে গ্ৰহণ কৰক এই ঘৰুৱা টিপছ্ কেইটা; কেতিয়াও জোতা খুলিবলৈ লাজ নকৰিব, আহক জানি লওক কি কি?

    Health Tips: আপোনাৰো বহুত বেছিকৈ ঘাম ওলায় (Sweat Reducing) নেকি? যদি ওলায় তেন্তে গ্ৰহণ কৰক এইকেইটা টিপছ্; অতি শীঘ্ৰে এই সমস্যা আঁতৰি যাব, পিছে জানো আহক কি কি?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
নৃশংস! এনে ভয়ংকৰ ঘটনা হয়তো আপুনি কেতিয়াও শুনা নায় বা দেখা নায়; জীয়েকৰ ভৰি লৈ থানাত আহে অসহায় পিতৃ, ক’লে- শহুৰেকৰ ঘৰৰ মানুহে হত্যা কৰি জ্বলাই দিলে, কেৱল ভৰিখনেই বাচি আছিল

Health Tips: এই বস্তুবোৰ খালে বৃদ্ধি হ'ব পুৰুষৰ 'শক্তি' (Mens Power); লগতে শুক্ৰাণুৰ সংখ্যাও হ'ব বৃদ্ধি, পিছে জানো আহক কি কি?

একপক্ষীয় প্ৰেমৰ পৰিণতি! এচৰ, দুচৰ নহয় ১১টাকৈ পূৰ্ণহতীয়া চৰ শোধালে প্ৰেমিক যুৱকক; এগৰাকী যুৱতীক জোৰ কৰি বাইকত উঠাই নি নিৰ্জন ঠাইত এচিড ঢালিবলৈ কৰিছিল চেষ্টা, তাৰ পিছৰ পৰিণতি এয়া...

নৃশংস! এনে ভয়ংকৰ ঘটনা হয়তো আপুনি কেতিয়াও শুনা নায় বা দেখা নায়; জীয়েকৰ ভৰি লৈ থানাত আহে অসহায় পিতৃ, ক’লে- শহুৰেকৰ ঘৰৰ মানুহে হত্যা কৰি জ্বলাই দিলে, কেৱল ভৰিখনেই বাচি আছিল

ঘটনাটো এতিয়া পোহৰলৈ আহিছে। জীয়েকক হেৰুওৱাৰ পিছত পিতৃয়ে আৰক্ষী চকীত কান্দি-কান্দি শহুৰেকৰ ঘৰৰ নৃশংসতা বৰ্ণনা কৰিছিল

Khatang Khobor by Khatang Khobor
June 10, 2022
in ৰাষ্ট্ৰীয়, ক্ৰাইম
0 0
Share on FacebookShare on Twitter

বিহাৰৰ (Bihar) ভোজপুৰৰ (Bhojpur) মুফাচিল আৰক্ষী থানা (Mufassil Police Station) এলেকাৰ পৰা এক আচৰিত ঘটনা (Horrific Incident) পোহৰলৈ আহিছে। ইয়াৰ বভনগাঁৱা গাঁৱৰ বাসিন্দা অখিলেশ বিন্দৰ (Akhilesh Bind) জীয়ৰী মমতাক (Mamta Devi) সোমবাৰে নিশা তাইৰ শহুৰেকৰ ঘৰৰ মানুহে জ্বলাই হত্যা কৰে। ঘটনাটো এতিয়া পোহৰলৈ আহিছে। জীয়েকক হেৰুওৱাৰ পিছত পিতৃয়ে আৰক্ষী চকীত কান্দি-কান্দি শহুৰেকৰ ঘৰৰ নৃশংসতা বৰ্ণনা কৰিছিল।

পিতৃয়ে কৈছিল, “মোৰ ছোৱালীৰ শহুৰেকৰ ঘৰৰ মানুহ ইমান নৃশংস হ’ব পাৰে, এই কথাটো ভাবিয়েই মোৰ আত্মা কঁপি উঠে। বিয়াৰ পিছৰে পৰা জীয়েকক সদায় মাৰপিট কৰিছিল। ৫ দিন আগতে সীমাই চেৰাই পেলালে। তাইক জ্বলাই হত্যা কৰিলে। তাই কৈয়ে আছিল, “পাপা মোক ইয়াৰ পৰা লৈ যাওক কিন্তু মই তাইক বচাব নোৱাৰিলো। যেতিয়া তাইৰ ওচৰ পাইছিলো তাই সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈছিল। তাইৰ কেৱল ভৰিখনহে বাচি আছিল। আমি ন্যায় বিচাৰো সেইকাৰণে আৰক্ষীক ভৰিখন দিছো (Father Reached The Police Station With The Daughter’s Burnt Leg As Evidence)।’

পিৃত অখিলেশ বিন্দ অসহায় অৱস্থাত আছে। বেগত জীয়েকৰ ভৰি লৈ আৰক্ষী চকীত বহি তেওঁক এয়াই কোৱা দেখা গৈছিল, ‘জীয়েকৰ শহুৰেকৰ ঘৰৰ মানুহক শাস্তি দিয়ক। মোৰ ছোৱালীৰ ভৰি মোনাত আছে। মই তাইক দেখাও নাপালোঁ। ভৰিৰ আঙঠি আৰু পায়েলেৰে গম পালো যে এই মোৰ ছোৱালী মমতা হয়।’

২০২১ চনৰ মে’ মাহত বিবাহ পাশত আৱদ্ধ হৈছিল
উল্লেখ্য অখিলেশ বিন্দে কন্যা মমতাৰ বিয়া ২০২১ চনৰ মে’ মাহত মফুচিল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বেৰোলী গাঁও নিবাসী শত্ৰুঘ্ন বিন্দৰ সৈতে কৰোৱাইছিল। দৰাচলতে, অখিলেশ বিন্দ পত্নীৰ সৈতে গুজৰাটৰ ৰাজকোটত থাকি কাম কৰিছিল। জীয়েক গাঁৱত মোমায়েকৰ সৈতে থাকিছিল। বিয়াৰ পিছৰে পৰা স্বামী গৃহৰ লোকে এক লাখ টকা দাবী (Dowry Case) কৰিবলৈ আৰম্ভ কৰিছিল (Mamta For Demanding Rs 1 Lakh From Her Parents Since Her Marriage)। টকা নিদিয়াৰ বাবে জীয়েকক মাৰপিট কৰিছিল। মমতাৰ ডাঙৰ মামা বিগন বিন্দে কৈছিল যে মমতাই তাইৰ মাহীক ফোনযোগে কৈছিল যে তেওঁৰ স্বামী আৰু শহুৰেক ৰাম প্যাৰে এক লাখ টকা দাবী কৰিছে। সদায়ে মাৰপিট কৰে। আমি টকা দিব নোৱাৰিলোঁ সেইকাৰণে তাইক হত্য়া কৰিলে।

সমগ্ৰ বিষয়টোত ভোজপুৰৰ ASP হিমাংশুয়ে কয় যে অভিযুক্ত এতিয়াও ধৰা পৰা নাই। তদন্ত চলাই থকা হৈছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে মৃতদেহটো প্ৰথমে চান্দি আৰক্ষী থানাৰ অন্তৰ্গত চাৰিপুৰ-বিশুনপুৰৰ চোন নদী ঘাটৰ ওচৰত বালিত পুতি থোৱা হৈছিল। তাৰ পিছত মৃতদেহটো উলিয়াই জ্বলাই দিয়া হৈছিল। বাওঁ ভৰিৰ অলপ অংশ বাকী আছিল, যিটো পিতৃয়ে হস্তান্তৰ কৰিছে। বৃহস্পতিবাৰে, ভৰিখন পাটনাত DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। অভিযুক্ত স্বামী শত্ৰুঘ্ন বিন্দ (Shatrughan Bind) আৰু শহুৰেক ৰাম প্যাৰে বিন্দৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-care-tips-food-for-male-fertility-sperm-count-sperm-quality/9668/

Tags: BiharCrimeDowry CaseFather Reached The Police Station With The Daughter’s Burnt Leg As EvidenceHorrific IncidentMamta For Demanding Rs 1 Lakh From Her Parents Since Her MarriageMufassil Police StationNationalঅসমআচৰিত ঘটনাজীয়েকৰ ভৰি লৈ থানাত আহে অসহায় পিতৃবিয়াৰ পিছৰে পৰা স্বামী গৃহৰ লোকে এক লাখ টকা দাবী কৰিছিলবিহাৰমুফাচিল আৰক্ষী থানাযৌতুকৰ ঘটনাৰাষ্ট্ৰীয়
Previous Post

Health Tips: এই বস্তুবোৰ খালে বৃদ্ধি হ’ব পুৰুষৰ ‘শক্তি’ (Mens Power); লগতে শুক্ৰাণুৰ সংখ্যাও হ’ব বৃদ্ধি, পিছে জানো আহক কি কি?

Next Post

একপক্ষীয় প্ৰেমৰ পৰিণতি! এচৰ, দুচৰ নহয় ১১টাকৈ পূৰ্ণহতীয়া চৰ শোধালে প্ৰেমিক যুৱকক; এগৰাকী যুৱতীক জোৰ কৰি বাইকত উঠাই নি নিৰ্জন ঠাইত এচিড ঢালিবলৈ কৰিছিল চেষ্টা, তাৰ পিছৰ পৰিণতি এয়া…

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • KK Fact Check
  • Uncategorized
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

Health Tips: জামুক (Jamun) খাই ভাল পায়নে? যদি পায় তেন্তে আপোনাৰে হৈ আছে লাভ; যদি নাপায় তেন্তে আপোনাৰ হৈ আছে বহু বেছি লোকচান, আহক জানি লওক লাভালাভবোৰ কি কি?

Health Tips: জামুক (Jamun) খাই ভাল পায়নে? যদি পায় তেন্তে আপোনাৰে হৈ আছে লাভ; যদি নাপায় তেন্তে আপোনাৰ হৈ আছে বহু বেছি লোকচান, আহক জানি লওক লাভালাভবোৰ কি কি?

July 4, 2022
ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাছ (Bus Accident); স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ১৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখন ভাঙি চূৰমাৰ হৈ যায়

ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাছ (Bus Accident); স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ ১৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখন ভাঙি চূৰমাৰ হৈ যায়

July 4, 2022
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist