• Home
  • Privacy Policy
  • Terms & Conditions
Friday, September 29, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম  !!!

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম !!!

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    “সংবাদ ৰত্ন বঁটা”

    “সংবাদ ৰত্ন বঁটা”

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    Feng Shui Cat For Home And Office !!

    Feng Shui Cat For Home And Office !!

    আজি কৰম পূজা।

    আজি কৰম পূজা।

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
এটা সামান্য ভুল! ই-ৰিক্সা চালকক মহিলাই ৯০ ছেকেণ্ডত শোধালে ১৭টা চৰ; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আটক মহিলাক, Watch Viral Video

মাতৃ তোমাক প্ৰনাম! এগৰাকী মাতৃয়ে এনেদৰে প্ৰাণ ৰক্ষা কৰিলে পুত্ৰৰ; ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত প্ৰশংসা বিভিন্নজনৰ, Watch Viral Video

Independence Day| 'আমি কোনখন অসমত বাস কৰি আছো; মৃতদেহত মানুহৰ জাতি থাকে নেকি, মৃত শৰীৰে কোনোবা বামুণ, কলিতা, কোঁচক চিনাক্ত কৰিব পাৰে নেকি?'- মঙলদৈৰ ঘটনা উল্লেখ কৰি এই কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই

এটা সামান্য ভুল! ই-ৰিক্সা চালকক মহিলাই ৯০ ছেকেণ্ডত শোধালে ১৭টা চৰ; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আটক মহিলাক, Watch Viral Video

দিল্লীৰ কাষৰীয়া ইউপিৰ নয়ডাত এজন ই-ৰিক্সা চালকে গাড়ী এখন স্পৰ্শ হোৱাৰ পিছত মহিলা এগকাৰীয়ে আইন হাতত তুলি লয়। মহিলাগৰাকীয়ে ই-ৰিক্সা চালকজনক ৰাজহুৱাকৈ চৰ মাৰিবলৈ আৰম্ভ কৰিছিল। কেৱল এয়াই নহয়, মহিলাগৰাকীয়ে ভুক্তভোগীৰ পৰা মোবাইল আৰু টকাও কাঢ়ি লৈছিল। ইয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল (Viral Video) হৈ পৰিছে।

Khatang Khobor by Khatang Khobor
August 13, 2022
in ৰাষ্ট্ৰীয়
0 0
Share on FacebookShare on Twitter

Noida Viral Video: আপোনাৰ নিশ্চয়কৈ মনত আছে প্ৰিয়দৰ্শিনীৰ কথা। লক্ষ্ণৌৰ (Lucknow) ৰাজপথত এগৰাকী কেব চালকক উপৰ্যুপৰি চৰ শোধাই সংবাদৰ শিৰোনাম দখল কৰিছিল প্ৰিয়দৰ্শিনীয়ে। এইবাৰ আন এগৰাকী প্ৰিয়দৰ্শিনীৰ আৱিৰ্ভাৱ ঘটিল ৰাজপথত। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দ্বিতীয় গৰাকী প্ৰিয়দৰ্শিনীৰ এটা ভিডিঅ’।

উত্তৰ প্ৰদেশৰ (Uttarpradesh) নয়ডাত (Noida) এগৰাকী মহিলাই এজন ই-ৰিক্সা চালকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল কাৰণ তেওঁৰ ৰিক্সাই মহিলাগৰাকীৰ গাড়ী স্পৰ্শ কৰিছিল (Lady Slapping E-Rickshaw Driver)। ক্ষুব্ধ মহিলাগৰাকীয়ে ই-ৰিক্সা চালকজনক ৰখাইছিল, তাৰ পিছত ছাৰ্টৰ কলাৰ ধৰি গাড়ীৰ ওচৰলৈ লৈ গৈছিল আৰু তাৰ পিছত তেওঁক উপৰ্যুপৰি চৰ শোধাবলৈ আৰম্ভ কৰিছিল। এতিয়া এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰিছে।

জানিবলৈ দিয়া অনুসৰি মহিলাগৰাকীয়ে ৯০ ছেকেণ্ডৰ ভিতৰত ই-ৰিক্সা চালকজনক ৰাজহুৱাভাৱে ১৭ বাৰ চৰ শোধাইছিল (17 Slap)। তাত বহুতো লোক উপস্থিত আছিল। কিন্তু কোনেও মহিলাগৰাকীক বাধা দিবলৈ চেষ্টা কৰা নাছিল।

সেই সময়ছোৱাত ই-ৰিক্সা চালকজনে মহিলাগৰাকীক একো এটা মাত মতা নাছিল। কেৱল লোকজনক প্ৰহাৰ কৰিয়েই আছিল। কেৱল এয়াই নহয়, মহিলাগৰাকীয়ে ভুক্তভোগীৰ পৰা টকা আৰু মোবাইলো কাঢ়ি লৈছিল। কোৱা হৈছে যে ই-ৰিক্সা চালকজনক এনেদৰে চৰ শোধোৱা মহিলাগৰাকী বিজেপি মহিলা মৰ্চাৰ সদস্য।

Watch Viral Video-

गाड़ी टच होने पर 90 सेकंड में जड़े 17 थप्पड़

ई- रिक्शा से गाड़ी टच होने पर एक महिला ने चालक को बाजार में जमकर पीटा| मामला नोएडा का है। pic.twitter.com/TGe6RXUDbT

— Shubhankar Mishra (@shubhankrmishra) August 13, 2022

https://khatangkhobor.com/wp-content/uploads/2022/08/LDDd8MVWSyWjVZ6R.mp4

অভিযোগ অনুসৰি, ই-ৰিক্সা চালক মিঠুনে চেক্টৰ ১১০ৰ বজাৰৰ মাজেৰে গৈ থকা সময়তে শ্ৰমিক কুঞ্জৰ নিৱাসী কিৰণ সিং নামৰ মহিলাগৰাকীৰ চাৰিচকীয়া বাহনখনত সামান্য স্পৰ্শ কৰিছিল। সেই অপৰাধতে গাড়ীৰ পৰা নামি আহি মহিলাগৰাকীয়ে মিঠুনক চোলাত ধৰি টানি লৈ যোৱাৰ লগতে উপৰ্যুপৰি চৰ শোধায়।

একে সময়তে, কিছুমান লোকক ইয়াৰ এটা ভিডিঅ’ বনোৱা দেখা গৈছিল। তাত উপস্থিত কোনোবাই এই ভিডিঅ’টো ছচিয়েল মিডিয়াত আপলোড কৰে, যিটো এতিয়া ভাইৰেল হৈ পৰিছে। যেতিয়া ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল, মানুহে মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছিল। মহিলাগৰাকীৰ বিৰুদ্ধে ই-ৰিক্সা চালক মিঠুনে আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ পিছতে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কিৰণ সিং নামৰ মহিলাগৰাকীক (Women Detain)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২১ চনত উত্তৰ প্ৰদেশৰে লক্ষ্ণৌত সংঘটিত হৈছিল এনে এক অনুৰূপ ঘটনা। প্ৰিয়দৰ্শিনী যাদৱ নামৰ এগৰাকী মহিলাই বিনা অপৰাধতে ৰাজপথত এগৰাকী কেব চালকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। ঘটনাৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Photo: Twitter

আৰু পঢ়কঃ https://khatangkhobor.com/news/national/mother-saved-her-little-son-from-a-cobra-snake-viral-video/11122/

Tags: Lady Slapping E-Rickshaw DriverNationalNoidaNoida Viral VideoSocial Media Viral VideoTrending VideoUttarpradeshWomen Detainই-ৰিক্সা চালকক মহিলাই ৯০ ছেকেণ্ডত শোধালে ১৭টা চৰউত্তৰ প্ৰদেশছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ'ট্ৰেণ্ডিং ভিডিঅ'নয়ডানয়ডাৰ ভাইৰেল ভিডিঅ’মহিলাক আটকৰাষ্ট্ৰীয়
Previous Post

মাতৃ তোমাক প্ৰনাম! এগৰাকী মাতৃয়ে এনেদৰে প্ৰাণ ৰক্ষা কৰিলে পুত্ৰৰ; ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত প্ৰশংসা বিভিন্নজনৰ, Watch Viral Video

Next Post

Independence Day| ‘আমি কোনখন অসমত বাস কৰি আছো; মৃতদেহত মানুহৰ জাতি থাকে নেকি, মৃত শৰীৰে কোনোবা বামুণ, কলিতা, কোঁচক চিনাক্ত কৰিব পাৰে নেকি?’- মঙলদৈৰ ঘটনা উল্লেখ কৰি এই কথা ক’লে হিমন্ত বিশ্ব শৰ্মাই

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • Azerbajany Mostbet
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Cryptocurrency News
  • Death
  • Flood
  • FOREST
  • India Mostbet
  • JOB
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • political
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

The Way Term Paper Writing Services Work?

September 29, 2023

How to Play Free Online Casino Games

September 29, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist