• Home
  • Privacy Policy
  • Terms & Conditions
Friday, September 29, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম  !!!

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম !!!

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    “সংবাদ ৰত্ন বঁটা”

    “সংবাদ ৰত্ন বঁটা”

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    Feng Shui Cat For Home And Office !!

    Feng Shui Cat For Home And Office !!

    আজি কৰম পূজা।

    আজি কৰম পূজা।

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
CM Vs CM: ‘আপুনি ভাৰতক ১ নম্বৰ বনাব নালাগে, মোদীজীয়ে ইতিমধ্যে এই কাম কৰি আছে’- হিমন্ত বিশ্ব শৰ্মা আৰু অৰবিন্দ কেজৰিৱালৰ টুইটাৰত টুইট যুদ্ধ

খেল জগতৰ এটা ভাল খবৰ! পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই (Neeraj Chopra); Lausanne Diamond League জয় কৰা প্ৰথম ভাৰতীয় নীৰজ, Watch Video

কৰুণ! একেদিনাই একেসময়তে প্ৰাণ হেৰুৱালে মাতৃ-কন্য়াই; গা ধুই কাপোৰ মেলিবলৈ যাওতেই বিদ্যুৎস্পৃষ্ট হয় (Electrocution) মাতৃ, মাতৃক বচাবলৈ গৈ কন্যাও হয় বিদ্যুৎস্পৃষ্ট, দুয়োৰে মৃত্যু

CM Vs CM: ‘আপুনি ভাৰতক ১ নম্বৰ বনাব নালাগে, মোদীজীয়ে ইতিমধ্যে এই কাম কৰি আছে’- হিমন্ত বিশ্ব শৰ্মা আৰু অৰবিন্দ কেজৰিৱালৰ টুইটাৰত টুইট যুদ্ধ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Delhi CM Arvind Kejriwal) বাকযুদ্ধ এতিয়া তুংগত (Twitter Fight)

Khatang Khobor by Khatang Khobor
August 27, 2022
in ৰাষ্ট্ৰীয়, অসম, ৰাজনীতি
0 0
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Delhi CM Arvind Kejriwal) বাকযুদ্ধ এতিয়া তুংগত (Twitter Fight)। টুইটাৰত টুইট কৰি কৰি এতিয়া এই বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে। টুইটাৰত এগৰাকী মুখ্যমন্ত্ৰীয়ে আনগৰাকী মুখ্যমন্ত্ৰীক বাক্যবাণ নিক্ষেপ কৰি থকা দেখা গৈছে।

শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভাৰতক ১ নম্বৰ দেশ বনাম বুলি কৰা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক উল্লেখ কৰি কয় যে- ‘আপুনি ভাৰতক ১ নং বনাব নালাগে, মোদীজীয়ে ইতিমধ্যে এই কাম কৰি আছে।’

অসম আৰু দিল্লীৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয় সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পৰাই। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ফেইল কৰা বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা অসম চৰকাৰকলৈ কেজৰিৱালে টুইট কৰি কৈছিল যে- ‘বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান নহয়।’

কেজৰিৱালৰ এই টুইটৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালক লক্ষ্য কৰি টুইট কৰে আৰু শিক্ষামন্ত্ৰী হিচাপে কাৰ্যকালত খোলা বিদ্যালয়সমূহৰ এখন তালিকা প্ৰকাশ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) এই টুইটৰ উত্তৰ কেজৰিৱালে এইদৰে দিয়ে যে-‘তেওঁৰ অসম চৰকাৰক সমালোচনা কৰাৰ উদ্দেশ্য নাই। কিন্তু অসম চৰকাৰৰ ভাল কাম-কাজবোৰ চাবলৈ মাতিলে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিব পাৰে আৰু ইজনে সিজনৰ পৰা শিকিলেহে ভাৰত ১ নম্বৰ হ’ব ৷ ইয়াৰ লগতে কেজৰিৱালে তেওঁৰ ‘মেক ইণ্ডিয়া নং-১’ অভিযানৰ বিষয়েও উল্লেখ কৰে।

Unlike in Delhi, we manage fury of floods, dealt with militancy, negotiate hilly & tough terrains – and yet deliver high quality education.

We're amazing hosts. Please come; spend 2 nights in our riverine area and hill districts. See challenges we face. You'll stop lecturing👇

— Himanta Biswa Sarma (@himantabiswa) August 26, 2022

We impart education in six mediums including 14 different tribal languages. Our diversity is something that we'r proud of, cherish, & ensure it to thrive through our unique education system. And yes, we do not have resources like that in Delhi. We're proud of what we've and do!👇

— Himanta Biswa Sarma (@himantabiswa) August 26, 2022

And yes, when you're in Assam, which you so desperately wish to, I will take you to our Medical Colleges, 1000 times better than your Mohalla Clinic. Also meet our bright Govt school teachers & students.

और हाँ, आप देश को No 1 बनाने की चिंता छोड़ दें, वो मोदी जी कर रहे हैं।

— Himanta Biswa Sarma (@himantabiswa) August 26, 2022

 

ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইট কৰি কয়, ‘প্ৰিয় কেজৰিৱাল জী, আপোনাৰ অজ্ঞতা বেদনাদায়ক। মোক আপোনাক সহায় কৰিবলৈ দিয়ক।
দিল্লীতকৈ অসম ৫০ গুণ ডাঙৰ! আমাৰ ৪৪,৫২১ খন চৰকাৰী বিদ্যালয়ত ৬৫ লাখ শিশু পঢ়ে। আনহাতে দিল্লীত ১০০০ খনতকৈ অলপ বেছি বিদ্যালয় আছে। আমাৰ দুই লাখ শিক্ষকৰ এক নিষ্ঠাবান বাহিনী আছে। ১.১৮ লাখ মধ্যাহ্ন ভোজন কৰ্মী আছে। আমাৰ প্ৰত্যাহ্বানবোৰ দেখিলে বক্তৃতা দিবলৈ পাহৰি যাব। বানপানী, সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসম। দিল্লীৰ দৰে আমাৰ সম্পদ নাই। অসমলৈ আহিলে মই আপোনাক মেডিকেল কলেজলৈ লৈ যাম, যি আপোনাৰ মহল্লাৰ ক্লিনিকতকৈ ভাল। লগতে আমাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও চিনাকি কৰাই দিম।”

হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ প্ৰত্যুত্তৰত কেজৰিৱালে কয় যে-‘हमारे यहाँ कहावत है। कोई पूछे “मैं कब आऊँ” और आप कहें “कभी भी आ जाओ” इसका मतलब होता है “कभी मत आओ”। मैंने आपसे पूछा “आपके सरकारी स्कूल देखने कब आऊँ” आपने बताया ही नहीं। बताइए कब आऊँ, तभी आ जाऊँगा।’

हमारे यहाँ कहावत है। कोई पूछे “मैं कब आऊँ” और आप कहें “कभी भी आ जाओ” इसका मतलब होता है “कभी मत आओ”।

मैंने आपसे पूछा “आपके सरकारी स्कूल देखने कब आऊँ” आपने बताया ही नहीं। बताइए कब आऊँ, तभी आ जाऊँगा। https://t.co/A7lbp1KVI6

— Arvind Kejriwal (@ArvindKejriwal) August 27, 2022

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%9c%e0%a6%be/neeraj-chopra-makes-history-becomes-first-indian-to-win-diamond-league/11388/

Tags: AAPAssamAssam CM Himanta Biswa SarmaBJPDelhi CM Arvind KejriwalNationalPoliticalTwitter Fightঅসমআপটুইটাৰত বাকযুদ্ধদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালবিজেপিমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰাজনীতিৰাষ্ট্ৰীয়
Previous Post

খেল জগতৰ এটা ভাল খবৰ! পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই (Neeraj Chopra); Lausanne Diamond League জয় কৰা প্ৰথম ভাৰতীয় নীৰজ, Watch Video

Next Post

কৰুণ! একেদিনাই একেসময়তে প্ৰাণ হেৰুৱালে মাতৃ-কন্য়াই; গা ধুই কাপোৰ মেলিবলৈ যাওতেই বিদ্যুৎস্পৃষ্ট হয় (Electrocution) মাতৃ, মাতৃক বচাবলৈ গৈ কন্যাও হয় বিদ্যুৎস্পৃষ্ট, দুয়োৰে মৃত্যু

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • Azerbajany Mostbet
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Cryptocurrency News
  • Death
  • Flood
  • FOREST
  • India Mostbet
  • JOB
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • political
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

The Way Term Paper Writing Services Work?

September 29, 2023

How to Play Free Online Casino Games

September 29, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist