Watch Viral Video: পৃথিৱীত প্ৰতিদিনে পথ দুৰ্ঘটনাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়, য’ত প্ৰায়ভাগ অসাৱধানতাৰ কাৰণ হয়। প্ৰতিদিনে সামাজিক মাধ্যমত পথ দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য (Accident Video) দেখা পোৱা যায়। আজি এই খণ্ডটোত এনে এটা গাৰ নোম শিঁয়ৰি উঠোৱা ভিডিঅ’ আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো য’ত অভাৰটেক কৰি যুৱকৰ এই অৱস্থা হ’ল। এই হৃহয় কঁপোৱা ভিডিঅ’টো ছচিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত @ShockingClip নামৰ আইডিৰে শ্বেয়াৰ কৰা হৈছে।
— Shocking Videos (@ShockingClip) September 9, 2022
এই ভিডিঅ’টোত এজন বাইক আৰোহী মৃত্যুৰ দুৱাৰ দলিৰ পৰাৰ পৰা ঘূৰি আহে (Bike Accident Viral Video)। ভিডিঅ’টোত আপুনি দেখা পাইছে যে কিছুমান বাহন ৰাস্তাৰ কাষত পাৰ্ক কৰা আছে, আনহাতে অন্য গাড়ীসমূহ আহ-যাহ কৰি আছে। ইয়াত ইয়াত এখন ট্ৰাকো অন্তৰ্ভুক্ত আছে। ট্ৰাকখন লাহে লাহে আহি থাকে আৰু তেতিয়াই এজন বাইক আৰোহীয়ে অভাৰটেক কৰিবলৈ চেষ্টা কৰে। সেই সময়তে এজন লোকে নিজৰ গাড়ীৰ দুৱাৰখন হঠাতে খুলি দিয়ে, যাৰ ফলত বাইক আৰোহীজন খুন্দা খাই আৰু বাগৰি পৰি ট্ৰাকৰ তলত সোমাই যায়। সৌভাগ্যক্ৰমে লোকজন ট্ৰাকৰ মাজত বাগৰি পৰে আৰু প্ৰাণৰক্ষা পৰে, কিন্তু যদি চকাৰ ওচৰত পৰিলে হয় তেন্তে কি অঘটন ঘটিল হয়।
আমাক কমেণ্টত জনাওক এই ভয়ংকৰ দুৰ্ঘটনাটোত আচলতে ভুল কাৰ আছিল বাইক আৰোহীৰ, গাড়ী চালকৰ নে ট্ৰাক চালকৰ?
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/love-case-at-bongaigaon-in-assam/11838/
Discussion about this post