• Home
  • Privacy Policy
  • Terms & Conditions
Wednesday, August 10, 2022
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    অমানুষিক! ‘মই মাৰিছো মোৰ ল’ৰাক’- সুৰাৰ নিচাত পিতৃয়ে ব্লেডেৰে কাণ কাটিলে ১০ বছৰীয়া পুত্ৰৰ; নিজমুখে কৰিলেও স্বীকাৰ, ঘটনাটোৰ পিছতে অঞ্চলজুৰি চাঞ্চল্য

    Mission Suicide! কিন্তু ফেইল; ২২ ছেকেণ্ডৰ এই ভিডিঅ’টোৱে আপোনাৰো আত্মা কঁপাই তুলিব, Watch Viral Video

    সাৱধান! মোবাইল চাৰ্জত দি কাণত হেডফোন লগাই চাই আছিল ভিডিঅ’; সেই সময়তে হয় বিদ্যুৎস্পৃষ্ট, কৰুণ মৃত্যুক (Tragic Died) সাৱটে প্ৰীতমে, পৰিয়ালটোত কান্দোনৰ ৰোল

    আৰু কি হ’ব বাকী আছে! বোৱাৰীয়ে ‘দা’ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে শাহুৱেক আৰু ঘৰত বন কৰা ছোৱালীৰ মাতৃক; হত্যা কৰি দাখন পেলাই দিয়ে পুখুৰীত, এতিয়া বোৱাৰীৰ ঠিকনা জেল

    ‘হেলমেট’ (Helmet) বিক্ৰেতাই পিন্ধা নাছিল হেলমেট; পিঠি-কান্ধ-হাত সকলোতে হেলমেট কিন্তু নাছিল মূৰত…যাৰ পৰিণতিত- ‘কাটিলে চালান’, যোৰহাটৰ এই ঘটনাটোৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে

    খং নামেই চণ্ডাল! এটা সাধাৰণ কথাৰ বাবে হৈছিল তৰ্ক-বিতৰ্ক; পৰিণতিত বায়েকৰ সন্মুখতে খুলশালীয়েকে ভিনিয়েকক ইটাৰে কোবাই কোবাই কৰিলে হত্যা (Murder), এই নোহোৱা-নোপজা ঘটনা অসমৰে

    ‘Road Par Nahi Chalegi Tumhari Marzi’-ষ্টাণ্ট কৰি-কৰি কথমপি প্ৰাণ ৰক্ষা যুৱকৰ; দিল্লী আৰক্ষীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি লিখিলে এই কথা, Watch Accident Viral Video

    ঘোচ খাবলৈ পিন্ধে নেকি আৰক্ষীৰ পোছাক! থানাৰ ভিতৰতে ঘোচ (Bribe) লৈ হাতে-লোটে ধৰা পৰিল এজন আৰক্ষী বিষয়া; দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিলে ASI চবিন পল দাসক

    হায় ৰে স্বাস্থ্য বিভাগ! ৩ মাহ পূৰ্বে এটি ৪ বছৰীয়া শিশুক কামুৰিছিল কুকুৰে; কিন্তু চিকিৎসকে ৰেবিছ ইঞ্জেকচন দিয়াৰ পৰিৱৰ্তে এটা TTবেজী আৰু মলম লগাই পঠাই দিছিল, এতিয়া কৰুণ মৃত্যুক সাৱটিলে শিশুটিয়ে

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    Health Tips: ঔ টেঙা (Elephant Apple) খায় নে নাখায়; যদি খায় তেন্তে আপোনাৰে হৈ আছে বহু লাভালাভ, যদি নাখায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ…

    Health Tips: ঔ টেঙা (Elephant Apple) খায় নে নাখায়; যদি খায় তেন্তে আপোনাৰে হৈ আছে বহু লাভালাভ, যদি নাখায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ…

    Mission Suicide! কিন্তু ফেইল; ২২ ছেকেণ্ডৰ এই ভিডিঅ’টোৱে আপোনাৰো আত্মা কঁপাই তুলিব, Watch Viral Video

    Mission Suicide! কিন্তু ফেইল; ২২ ছেকেণ্ডৰ এই ভিডিঅ’টোৱে আপোনাৰো আত্মা কঁপাই তুলিব, Watch Viral Video

    Health Tips: অমিতা যিমান উপকাৰী তাতোকৈ দুগুণ উপকাৰী অমিতা গছৰ পাত (Papaya Leaves); ইয়াৰ আছে বহু আশ্চৰ্যকৰ লাভালাভ, পিছে জানি লও আহক কি কি?

    Health Tips: অমিতা যিমান উপকাৰী তাতোকৈ দুগুণ উপকাৰী অমিতা গছৰ পাত (Papaya Leaves); ইয়াৰ আছে বহু আশ্চৰ্যকৰ লাভালাভ, পিছে জানি লও আহক কি কি?

    ‘Road Par Nahi Chalegi Tumhari Marzi’-ষ্টাণ্ট কৰি-কৰি কথমপি প্ৰাণ ৰক্ষা যুৱকৰ; দিল্লী আৰক্ষীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি লিখিলে এই কথা, Watch Accident Viral Video

    ‘Road Par Nahi Chalegi Tumhari Marzi’-ষ্টাণ্ট কৰি-কৰি কথমপি প্ৰাণ ৰক্ষা যুৱকৰ; দিল্লী আৰক্ষীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি লিখিলে এই কথা, Watch Accident Viral Video

    আচৰিত ঘটনা! চিকিৎসকে ৰোগীৰ পেটৰ পৰা উলিয়ালে এটা ষ্টীলৰ গিলাচ (Steel Glass In Stomach); কিন্তু লোকজনৰ পেটত কেনেদৰে সোমাল ইমান ডাঙৰ বস্তুবিধ, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…Viral Photo

    দাঢ়ি থাকিলে বা টুপী পিন্ধিলেই সকলো মুছলমান জেহাদী-সন্ত্ৰাসবাদী নহয়ঃ AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল (Badruddin Ajmal)

    Health Tips: কি দাইল আপুনি খাই ভাল পায়? কিন্তু আটাইকেইবিধ দাইলৰ ভিতৰত ‘ৰহৰ দাইল’ (Toor Dal) শ্ৰেষ্ঠ; পিছে কিয় জানো আহক, তাৰ বাবে পঢ়ি লওক লাভালাভবোৰ কি কি?

    Lifestyle Tips: ঘামৰ দুৰ্গন্ধই (Smelly Underarms) আমনি কৰিছে নেকি? এই উপায়বোৰেৰে সমস্যাটো আঁতৰি যাব, কেৱল জানি লওক উপায়বোৰ কি কি?

    ভাগ্যৰ খেলা! মৃত্যুৰ দুৱাৰ দলিৰ পৰা এনেদৰে ঘূৰি আহিল এইজন লোক; ভিডিঅ’টো চালে আপুনিও আচৰিত হৈ উঠিব, Watch Viral Video

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Health Tips: ঔ টেঙা (Elephant Apple) খায় নে নাখায়; যদি খায় তেন্তে আপোনাৰে হৈ আছে বহু লাভালাভ, যদি নাখায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ…

    Health Tips: ঔ টেঙা (Elephant Apple) খায় নে নাখায়; যদি খায় তেন্তে আপোনাৰে হৈ আছে বহু লাভালাভ, যদি নাখায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ…

    Health Tips: অমিতা যিমান উপকাৰী তাতোকৈ দুগুণ উপকাৰী অমিতা গছৰ পাত (Papaya Leaves); ইয়াৰ আছে বহু আশ্চৰ্যকৰ লাভালাভ, পিছে জানি লও আহক কি কি?

    Health Tips: অমিতা যিমান উপকাৰী তাতোকৈ দুগুণ উপকাৰী অমিতা গছৰ পাত (Papaya Leaves); ইয়াৰ আছে বহু আশ্চৰ্যকৰ লাভালাভ, পিছে জানি লও আহক কি কি?

    Lifestyle Tips: সপোনত ‘সুৰা’ (Liquor In Dream) দেখা পাইছে নেকি? যদি দেখিছে তেন্তে এয়া ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ ইংগিত! কেৰিয়াৰ-টকাৰ সৈতে আছে পোনপটীয়া সম্পৰ্ক, আহক জানো কেনেকৈ?

    Lifestyle Tips: সপোনত ‘সুৰা’ (Liquor In Dream) দেখা পাইছে নেকি? যদি দেখিছে তেন্তে এয়া ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ ইংগিত! কেৰিয়াৰ-টকাৰ সৈতে আছে পোনপটীয়া সম্পৰ্ক, আহক জানো কেনেকৈ?

    Health Tips: কি দাইল আপুনি খাই ভাল পায়? কিন্তু আটাইকেইবিধ দাইলৰ ভিতৰত ‘ৰহৰ দাইল’ (Toor Dal) শ্ৰেষ্ঠ; পিছে কিয় জানো আহক, তাৰ বাবে পঢ়ি লওক লাভালাভবোৰ কি কি?

    Health Tips: কি দাইল আপুনি খাই ভাল পায়? কিন্তু আটাইকেইবিধ দাইলৰ ভিতৰত ‘ৰহৰ দাইল’ (Toor Dal) শ্ৰেষ্ঠ; পিছে কিয় জানো আহক, তাৰ বাবে পঢ়ি লওক লাভালাভবোৰ কি কি?

    Lifestyle Tips: ঘামৰ দুৰ্গন্ধই (Smelly Underarms) আমনি কৰিছে নেকি? এই উপায়বোৰেৰে সমস্যাটো আঁতৰি যাব, কেৱল জানি লওক উপায়বোৰ কি কি?

    Lifestyle Tips: ঘামৰ দুৰ্গন্ধই (Smelly Underarms) আমনি কৰিছে নেকি? এই উপায়বোৰেৰে সমস্যাটো আঁতৰি যাব, কেৱল জানি লওক উপায়বোৰ কি কি?

    Lifestyle Tips: চুলি সৰা (Hair Fall) আৰু পাতল চুলিৰ (Thinning Hair) সমস্যাত ভুগি আছে নেকি? যদি ভুগিছে তেন্তে এই টিপছ আপোনাৰ বাবেই; কেৱল এই ২ বিধ বস্তু নাৰিকল তেলত মিহলি কৰক, পিছে জানো আহক কি কি?

    Health Tips: লেটেকু (Burmese Grapes) খাই ভাল পায়নে? যদি পাই আপোনাৰে হৈ আছে বহু লাভালাভ; যদি নাপায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ, জানো আহক কি কি?

    Health Tips: ৰাতিপুৱা শুই উঠি চোবাবলৈ আৰম্ভ কৰক নৰসিংহ পাত (Curry Leaves); পাব এইবোৰ লাভালাভ, আহক জানো কি কি?

    Health Tips: সকলোৰে পাকঘৰত পোৱা এবিধ সাধাৰণ মচলা ‘লং (Clove)’; কিন্তু আপুনি জানেনে এই মচলাবিধৰ আছে বহু অসাধাৰণ লাভালাভ, পিছে জানি লও আহক কি কি?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
চিকিৎসক ভগৱানৰ দ্বিতীয় ৰূপ! দুৰ্ঘটনাত ৯০ ডিগ্ৰী বেঁকা হৈ পৰিছিল পাকিস্তানৰ Afsheen Gulৰ ডিঙি; সেই সময়ত তাইৰ বয়স আছিল মাত্ৰ ১০ মাহ, এতিয়া ভাৰতৰ চিকিৎসকে সুস্থ কৰি তুলিলে তাইক

কৰুণ! চিপ লৈ আত্মহত্যা (Suicide) জিঅ' টেলিকম অভিযন্তাৰ; জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ, যুৱকজনৰ মৃত্যুত কান্দোনৰ ৰোল পৰিয়ালটোত

এয়া আকৌ কি প্ৰেম (Love)! প্ৰেমিকে কৰিলে প্ৰতাৰণা (Cheat); প্ৰতিশোধ ল'বলৈ প্ৰেমিকাই বিয়া কৰোৱালে প্ৰেমিকৰ পিতৃক আৰু তাৰ পিছত....

চিকিৎসক ভগৱানৰ দ্বিতীয় ৰূপ! দুৰ্ঘটনাত ৯০ ডিগ্ৰী বেঁকা হৈ পৰিছিল পাকিস্তানৰ Afsheen Gulৰ ডিঙি; সেই সময়ত তাইৰ বয়স আছিল মাত্ৰ ১০ মাহ, এতিয়া ভাৰতৰ চিকিৎসকে সুস্থ কৰি তুলিলে তাইক

পাকিস্তানী কিশোৰী (Pakistani Girl) আফছিন গুলৰ (Afsheen Gul) জন্ম সাধাৰণ শিশুৰ দৰে হৈছিল। যেতিয়া তাইৰ বয়স ১০ মাহ আছিল তেতিয়া তাই এদিন এনেদৰে বাগৰি পৰিছিল যে তাইৰ মূৰ আৰু ডিঙিত গুৰুতৰ আঘাত পাইছিল। দুৰ্ঘটনাটোত তাইৰ ডিঙিটো প্ৰায় ৯০ ডিগ্ৰী বেঁকা হৈ গৈছিল। এতিয়া বহু বছৰৰ পিছত তাইৰ জীৱন স্বাভাৱিক হৈ আহিছে।

Khatang Khobor by Khatang Khobor
July 26, 2022
in আন্তঃৰাষ্ট্ৰীয়, বিবিধ
0 0
Share on FacebookShare on Twitter

Pakistani Girl Afsheen Gul Head Stuck At One Side: পাকিস্তানৰ (Pakistan) এগৰাকী কিশোৰীক ভাৰতৰ চিকিৎসকে নতুন জীৱন দান কৰিছে। কিশোৰীগৰাকীৰ নাম আফছিন গুল (Afsheen Gul) যাৰ ডিঙি যোৱা ১৩ বছৰ ধৰি সোঁফালে ৯০ ডিগ্ৰী বেঁকা হৈ আছিল (Neck Stuck In Painful Condition Up To 90 Degree Gets New Life After Indian Surgery)। তাই এতিয়া লাহে লাহে বাকী শিশুসকলৰ দৰে স্বাভাৱিক জীৱন যাপন কৰিবলৈ চেষ্টা কৰি আছে। তাই এতিয়া তাইৰ বছৰ পুৰণি সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে কিয়নো এতিয়া অস্ত্ৰোপচাৰৰ জৰিয়তে তাইৰ ডিঙি চিধা কৰি দিয়া হৈছে। শৈশৱকালত আফছিনৰ সৈতে এটা দুৰ্ঘটনা ঘটিছিল, যাৰ বাবে তাই বহু বছৰ ধৰি এক অসহনীয় বিষৰ সন্মুখীন হৈ আছিল।

১০ মাহ বয়সত ঘটিছিল দুৰ্ঘটনাটো (Incident)

পাকিস্তানৰ (Pakistan) সিন্ধু প্ৰদেশৰ (Sindh) এই কিশোৰীগৰাকীৰ ভাগ্যই কম বয়সতে এনে সমস্যাৰ পাহাৰ সৃষ্টি কৰিছে, যাৰ বাবে এই কণমানিটিয়ে বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। আফছিনৰ জীৱনত এই টাৰ্ণিং পইণ্টটো সেই সময়ত আহিছিল যেতিয়া তাই কথা ক’বও পৰা নাছিল। দৰাচলতে তাই হয়তো ইমানখিনিও বুজি পোৱা নাছিল যে তাইৰ সৈতে কিমান ডাঙৰ দুৰ্ঘটনা ঘটিছে। তাই আনকি তাইৰ বেদনা আৰু অৱস্থা বৰ্ণনা কৰিব পৰা নাছিল। কেৱল তাইৰ মাক-দেউতাক আৰু ভাতৃ আছিল যিয়ে তাইৰ বেদনা আৰু দুখ বুজি পাইছিল আৰু তাইক উৎসাহিত কৰিছিল যে এদিন তাই ভাল হৈ উঠিব। উল্লেখ্য আফছিন তাইৰ ভনীয়েকৰ কোলাৰ পৰা পিছলি পৰিছিল। বাগৰি পৰাৰ ফলত তাইৰ কান্দোনৰ শব্দ শুনিছিল আৰু তেতিয়া তাইক মাক-দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল, যিয়ে তাইক ঔষধ দিছিল, কিন্তু তাইৰ অৱস্থা উন্নত হোৱা নাছিল। তাইৰ বিষ আৰু বাঢ়ি গৈছিল। সাধাৰণ আৰ্থিক অৱস্থাত থকা পৰিয়ালটোৰ ওচৰত জীয়েকৰ চিকিৎসা কৰিবলৈও ধন নাছিল।

ডাঃ ৰাজাগোপালন
ডাঃ ৰাজাগোপালন

এই ৰোগটোৱে আৰু অধিক কঠিন কৰি তুলিছিল

দুৰ্ঘটনাটোৰ পিছত আফছিনৰ পৰিয়ালৰ সদস্যসকলে ভাবিছিল যে তেওঁলোকৰ ছোৱালীৰ ডিঙি নিজে নিজে ঠিক হৈ যাব, কিন্তু সেয়া নহ’ল। দৰাচলতে, তেওঁলোকৰ কন্যাৰ চেৰেব্ৰেল পালচিৰ (Cerebral Palsy) অভিযোগ আছিল। যিটোৰ বিষয়ে সকলোৱে পিছতহে গম পাইছিল। চেৰেব্ৰেল পালচিৰ (Cerebral Palsy) বাবে শিশুটিৰ সমস্যা আৰু অধিক বৃদ্ধি পাইছিল। তাৰ কিছু সময়ৰ পিছত এখন বাতৰি কাকতত আফছিনৰ বিষয়ে এক বিতং প্ৰবন্ধ প্ৰকাশ কৰা হৈছিল আৰু তাৰ পিছতহে মানুহৰ মনোযোগ আফছিন গুলৰ ফালে গৈছিল। ইয়াৰ পিছত GoFundMeৰ জৰিয়তে প্ৰায় ২৫ লাখ টকা সংগ্ৰহ কৰা হৈছিল আৰু তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ অসুবিধাটো অতিক্ৰম কৰাৰ পথ পৰিষ্কাৰ হৈ পৰিছিল।

ভগৱানৰ সুদৃষ্টি পৰিল আফছিনৰ ওপৰত
আফছিনৰ ভাতৃ য়াকুবে ভাৰতীয় চিকিৎসক ৰাজাগোপালন কৃষ্ণনৰ বিষয়ে শুনিছিল যিয়ে এনে জটিল অস্ত্ৰোপচাৰ কৰাত মহাৰথী আছিল। যেতিয়া কোনোধৰণে তেওঁৰ সৈতে সংযোগ কৰা হ’ল তেতিয়া তেওঁ লগে লগে এই অস্ত্ৰোপচাৰটো কৰিবলৈ সন্মত হ’ল। আৰু এইধৰণে তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আৰম্ভ হৈছিল। ডাঃ ৰাজাগোপালনে আগতেও একেধৰণৰ সমস্যাত ভুগি থকা যুৱকৰ অস্ত্ৰোপচাৰ কৰিছিল। আজি তেওঁৰ সহায়ত, আফছিনৰ এটা সফল অস্ত্ৰোপচাৰ কৰা হৈছে, কিন্তু তাই এতিয়াও ছাপৰ্ট ছিষ্টেমত আছে। কিন্তু তাই তাইৰ আগৰ জীৱনটো ভালদৰে জীয়াব পাৰিব, কিয়নো তাইৰ ডিঙি সম্পূৰ্ণভাবে চিধা হৈ গৈছে। একে সময়তে, ড. ৰাজাগোপালনে প্ৰতি সপ্তাহত Skype জৰিয়তে তাইৰ ৰিকভাৰীৰ ওপৰত নজৰ ৰাখিছে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/news/tragic-incident-jio-telecom-engineer-commited-suicide-at-bilasipara-in-assam/10727/

Tags: ১৩ বছৰ ধৰি সোঁফালে ৯০ ডিগ্ৰী বেঁকা হৈ আছিলAfsheen GulCerebral PalsyInternationalNeck Stuck In Painful Condition Up To 90 Degree Gets New Life After Indian SurgeryOthersPakistanPakistani GirlPakistani Girl Afsheen Gul Head Stuck At One SideRajagopalan Krishnanআন্তঃৰাষ্ট্ৰীয়আফছিন গুলচেৰেব্ৰেল পালচিডাঃ ৰাজাগোপালনপাকিস্তানপাকিস্তানী যুৱতীবিবিধ
Previous Post

কৰুণ! চিপ লৈ আত্মহত্যা (Suicide) জিঅ’ টেলিকম অভিযন্তাৰ; জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ, যুৱকজনৰ মৃত্যুত কান্দোনৰ ৰোল পৰিয়ালটোত

Next Post

এয়া আকৌ কি প্ৰেম (Love)! প্ৰেমিকে কৰিলে প্ৰতাৰণা (Cheat); প্ৰতিশোধ ল’বলৈ প্ৰেমিকাই বিয়া কৰোৱালে প্ৰেমিকৰ পিতৃক আৰু তাৰ পিছত….

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • KK Fact Check
  • Uncategorized
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

Health Tips: ঔ টেঙা (Elephant Apple) খায় নে নাখায়; যদি খায় তেন্তে আপোনাৰে হৈ আছে বহু লাভালাভ, যদি নাখায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ…

Health Tips: ঔ টেঙা (Elephant Apple) খায় নে নাখায়; যদি খায় তেন্তে আপোনাৰে হৈ আছে বহু লাভালাভ, যদি নাখায় তেন্তে পঢ়ি লওক এই লাভালাভবোৰ…

August 9, 2022
অমানুষিক! ‘মই মাৰিছো মোৰ ল’ৰাক’- সুৰাৰ নিচাত পিতৃয়ে ব্লেডেৰে কাণ কাটিলে ১০ বছৰীয়া পুত্ৰৰ; নিজমুখে কৰিলেও স্বীকাৰ, ঘটনাটোৰ পিছতে অঞ্চলজুৰি চাঞ্চল্য

অমানুষিক! ‘মই মাৰিছো মোৰ ল’ৰাক’- সুৰাৰ নিচাত পিতৃয়ে ব্লেডেৰে কাণ কাটিলে ১০ বছৰীয়া পুত্ৰৰ; নিজমুখে কৰিলেও স্বীকাৰ, ঘটনাটোৰ পিছতে অঞ্চলজুৰি চাঞ্চল্য

August 9, 2022
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist