• Home
  • Privacy Policy
  • Terms & Conditions
Friday, September 29, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম  !!!

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম !!!

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    “সংবাদ ৰত্ন বঁটা”

    “সংবাদ ৰত্ন বঁটা”

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    Feng Shui Cat For Home And Office !!

    Feng Shui Cat For Home And Office !!

    আজি কৰম পূজা।

    আজি কৰম পূজা।

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি! পৰ পুৰুষৰ সৈতে পত্নীৰ অশ্লীল ফটো ভাইৰেল; এই কথা সহ্য নহ’ল স্বামীৰ, আৰক্ষীক Voice মেছেজ দি স্বামীয়ে কৰিলে আত্মহত্যা, কাহিনী এইখিনিতেই শেষ হোৱা নাই…সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ

জানি থওক! ভুলক্ৰমে ঝাড়ু (Broom)ত যদি ভৰি লাগি যায় তেন্তে লগে লগে কৰক এই কাম; অন্যথা দৰিদ্ৰতা ঘৰলৈ আহিবলৈ সময় নালাগিব! জানো আহক কি?

ইয়াকে কয় ৰামঠগন! Flipkartত অৰ্ডাৰ কৰিলে Laptop; কিন্তু পেকেটত আহিল 'ঘড়ী' কাপোৰ ধোৱা চাবোন, কোম্পানীয়ে ক'লে 'No Return Possible', চাওক Viral Post

অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি! পৰ পুৰুষৰ সৈতে পত্নীৰ অশ্লীল ফটো ভাইৰেল; এই কথা সহ্য নহ’ল স্বামীৰ, আৰক্ষীক Voice মেছেজ দি স্বামীয়ে কৰিলে আত্মহত্যা, কাহিনী এইখিনিতেই শেষ হোৱা নাই…সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ

পত্নীৰ অবৈধ প্ৰেমৰ (Extramarital Affair) বাবে আত্মহত্যা কৰিলে স্বামীয়ে (Husband Commited Suicide)

Khatang Khobor by Khatang Khobor
September 27, 2022
in খবৰ, ক্ৰাইম
0 0
Share on FacebookShare on Twitter

মহানগৰীৰ লাচিতনগৰত (Lachit Nagar) সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পত্নীৰ অবৈধ প্ৰেমৰ (Extramarital Affair) বাবে আত্মহত্যা কৰিলে স্বামীয়ে (Husband Commited Suicide)। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আত্মহত্যাৰ Voice মেছেজ প্ৰেৰণ কৰি প্ৰণৱ বৰুৱা নামৰ এজন লোকে বাচি ল’লে এই চৰম পথ। এই ঘটনাটোৰ পিছতে মহানগৰীৰ পল্টন বজাৰ থানাৰ (Paltan Bazar Police) ভাৰপ্ৰাপ্ত আৰক্ষীৰ ওপৰত উত্থাপন হৈছে ভয়ংকৰ অভিযোগ ।

কিছুদিন পূৰ্বে মৃত প্ৰণৱৰ পত্নীৰ অশ্লীল ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল (Indecent Picture Viral On Social Media)। ইয়াৰ পাছতে এই কথা সহ্য় কৰিব নোৱাৰি আৰক্ষীৰ সহায় লৈছিল লোকজনে। আৰক্ষীৰ ওচৰত ফটো ভাইৰেল কৰা লোকজনৰ তথ্য দিয়া পাছতো ব্যৱস্থা গ্ৰহণ কৰা নাছিল পল্টন বজাৰ আৰক্ষীয়ে।

সেয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক Whatsappত Voice মেছেজ প্ৰেৰণ কৰি আত্মহত্যা কৰাৰ কথা উল্লেখ কৰি মৃত্যুক আঁকোৱালি লয় প্ৰণৱ বৰুৱাই।

https://khatangkhobor.com/wp-content/uploads/2022/09/WhatsApp-Video-2022-09-27-at-3.04.26-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/09/WhatsApp-Video-2022-09-27-at-3.04.26-PM-1.mp4

পত্নীৰ অবৈধ প্ৰেমৰ পৰিণতিত স্বামীয়ে আত্মহত্যা কৰা ঘটনা (Suicide Case) সংঘটিত হৈছে লাচিতনগৰৰ নাথ পথৰ ঘৰ নং ৯ত। আত্মহত্যাৰ পূৰ্বে প্ৰণৱ বৰুৱাই পল্টনবজাৰ আৰক্ষীৰ লগতে পৰিয়ালৰ লোকলৈ প্ৰেৰণ কৰিছিল আত্মহত্যাৰ খবৰ।

দীৰ্ঘদিনে অবৈধ প্ৰেমত লিপ্ত আছিল প্ৰণৱ বৰুৱাৰ পত্নী ইস্মীতা বৰুৱা। আমিনগাঁৱৰ হিৰেণ বড়োৰ সৈতে অবৈধ প্ৰেম আছিল ইস্মীতাই। সামাজিক মাধ্যমত ইস্মীতা বৰুৱা আৰু হিৰেণ বড়োৰ অশ্লীল ফটো ভাইৰেল হোৱাৰ বাবেই আত্মহত্যা কৰে স্বামীয়ে। মৃত প্ৰণৱে মৃত্যুৰ পূৰ্বে পল্টনবজাৰ আৰক্ষীৰ পৰা সহায় বিচিৰিছিল কিন্ত আৰক্ষীয়ে সহায় নকৰাৰ অভিযোগ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ।

Photo & Input: Ramesh Baishya

আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/vastu-tips-for-broom-lifestyle-tips/11983/

Tags: CrimeHusband Commited SuicideIndecent Picture Viral On Social MediaKhoborPaltan Bazar PoliceSuicide CaseWife Extramarital Affairঅপৰাধআত্মহত্যা কৰিলে স্বামীয়েআত্মহত্যা ঘটনাখবৰপত্নীৰ অবৈধ প্ৰেমপত্নীৰ অশ্লীল ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলপল্টন বজাৰ আৰক্ষী
Previous Post

জানি থওক! ভুলক্ৰমে ঝাড়ু (Broom)ত যদি ভৰি লাগি যায় তেন্তে লগে লগে কৰক এই কাম; অন্যথা দৰিদ্ৰতা ঘৰলৈ আহিবলৈ সময় নালাগিব! জানো আহক কি?

Next Post

ইয়াকে কয় ৰামঠগন! Flipkartত অৰ্ডাৰ কৰিলে Laptop; কিন্তু পেকেটত আহিল ‘ঘড়ী’ কাপোৰ ধোৱা চাবোন, কোম্পানীয়ে ক’লে ‘No Return Possible’, চাওক Viral Post

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • Azerbajany Mostbet
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Cryptocurrency News
  • Death
  • Flood
  • FOREST
  • India Mostbet
  • JOB
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • political
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

The Way Term Paper Writing Services Work?

September 29, 2023

How to Play Free Online Casino Games

September 29, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist