মহানগৰীৰ (Guwahati) হাটীগাঁৱত (Hatigaon) সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। GMCৰ জাৱৰ কঢ়িওৱা বাহনে মহটিয়ালে এজন যুৱকক (GMC Car Collided Scooty)। মৃত যুৱজনৰ নাম তীৰ্থ প্ৰতিম ডেকা বুলি জানিব পৰা গৈছে (One Boy Spot Died)। যুৱকজন প্ৰথমে হোণ্ডাই মটৰ্ছত কাম কৰিছিল সম্প্ৰতি KIA Motorsত কৰ্মৰত বুলি জানিব পৰা গৈছে।
যুৱকজনৰ ঘৰ নাৰেংগীত (Narengi) বুলি জানিব পৰা গৈছে। KIA Motorsৰ ছেলচত কৰ্মৰত আছিল যুৱকজন। ইতিমধ্যে যুৱকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। স্কুটীৰে গৈ আছিল যুৱকজন। ঘটনাৰ পিছতে স্থানীয় ৰাইজে আৱদ্ধ কৰে হাতীগাঁও ভেটাপাৰা পথ (Hatigaon Vetapara Road)। হাতীগাঁও লিটল ফ্লাৱাৰ স্কুলৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।
Photo & Input: Ramesh Baishya
Published By: Dulu Medhi
Discussion about this post