• Home
  • Privacy Policy
  • Terms & Conditions
Monday, May 16, 2022
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    কৰুণ! স্বামীৰ সন্মুখতে প্ৰাণ হেৰুৱালে শিক্ষয়িত্ৰী পত্নীয়ে; স্কুটীৰে বজাৰ কৰিবলৈ গৈ আছিল দুয়ো, ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে স্কুটীক, ঘটনাস্থলীতে পত্নীৰ মৃত্যু, স্বামীয়ে হাস্পতালত গণি আছে মৃত্যুৰ ক্ষণ

    ভয়ংকৰ! ট্ৰাকক প্ৰচণ্ড খুন্দা ট্ৰাকৰ; দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাক দুয়োখনৰ মাজৰ চেপাত আৱদ্ধ হৈ পৰে হেণ্ডিমেন, ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱটে হেণ্ডিমেনজনে

    পুনৰ চৰ্চাত আচাৰ্য পংকজ পাঠক! আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ চিকিৎসা কৰিবলৈ সাজু হৈছে পংকজ পাঠক; ফেচবুক পোষ্টযোগে পৰেশ বৰুৱাক দিলে ‘কাহ’ৰ ঔষধৰ পৰামৰ্শ, পিছে পংকজ পাঠকে কিয় দিলে এই পৰামৰ্শ? ভাইৰেল হৈ পৰিছে পোষ্টটো…

    Salute Veer! ক’লা হৰিণৰ চোৰাং চিকাৰীৰ গুলীত শ্বহীদ কৰ্তব্যৰত তিনি আৰক্ষী (Three Police Shot Dead By Poachers); দেহত গুলী লগাৰ পিছতো দুৰ্বৃত্তৰ বিৰুদ্ধে দিছিল যুঁজ, কিন্তু অধিক ৰক্তক্ষৰণৰ বাবে মানিলে হাৰ, ৪-৫জনীয়া চোৰাং চিকাৰীৰ দলৰ সৈতে হৈছিল সংঘৰ্ষ

    এয়া পৰীক্ষাই নে? লুকাই-চুৰিকৈ নহয় শিক্ষকৰ সন্মুখতে নকল ছাত্ৰ-ছাত্ৰীৰ; হাতে-হাতে মোবাইল লৈ পৰীক্ষাত লিখিছে উত্তৰ, আনফালে ছাৰো ব্যস্ত মোবাইলতে, মুঠতে ছাত্ৰ-ছাত্ৰীয়ে ভাবি-ভাবি লিখিব লগীয়া হোৱা নাই উত্তৰ, Watch Viral Video

    শোকাৱহ! কেতিয়া, ক’ত, কেনেকৈ মৃত্যুৱে টানি লৈ যায় কোনোৱে নাজানে; মন্দিৰলৈ গৈ আছিল বহুকেইগৰাকী তীৰ্থযাত্ৰী, কিন্তু আদবাটতে বাছত লাগিল ভয়ংকৰ জুই, বাছৰ ভিতৰতে জ্বলি ছাই হ’ল ৪ গৰাকী লোক, আহত ২২ গৰাকী লোকে গণিছে মৃত্যুৰ ক্ষণ

    খুবেই মৰ্মান্তিক! ৭ বছৰীয়া কন্যাক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়ে; বনৰীয়া হাতীয়ে খেদি আহিছিল কন্যা আৰু পিতৃক, পিছত পিতৃয়ে কন্যাক ঘৰলৈ ঠেলি দি নিজে হাতীৰ গচকত মৃত্যুক সাৱটিলে

    ভয়ংকৰ! হঠাৎ ভাঙি পৰিল ৱাটাৰ পাৰ্কৰ শ্লাইড; কেইবা মিটাৰ ওপৰৰ পৰা বাগৰি পৰে বহু কেইজন লোক, এতিয়া হাস্পতালত গনিছে মৃত্যুৰ ক্ষণ, আপুনিও হয়তো কেতিয়াও দেখা নাই এনে ভয়ংকৰ ভিডিঅ’, Watch Viral Video

    চাঞ্চল্যকৰ! অফিচৰ কামৰ হেচা সহিব নোৱাৰি আত্মহত্যা (Suicide) এজন অভিযন্তাৰ; চুৰিৰে ডিঙি ৰেপি আত্মহত্যা কৰিলে অভিযন্তা মৃণাল কলিতাই

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    Health Tips: বিবাহিত পুৰুষৰ (Married Men) ‘শক্তি’ বৃদ্ধি কৰিব এইবিধ চাটনিয়ে; লগতে সুন্দৰ হ’ব যৌন জীৱন (Sex Life), পিছে জানি লওক কি?

    Health Tips: বিবাহিত পুৰুষৰ (Married Men) ‘শক্তি’ বৃদ্ধি কৰিব এইবিধ চাটনিয়ে; লগতে সুন্দৰ হ’ব যৌন জীৱন (Sex Life), পিছে জানি লওক কি?

    এয়া পৰীক্ষাই নে? লুকাই-চুৰিকৈ নহয় শিক্ষকৰ সন্মুখতে নকল ছাত্ৰ-ছাত্ৰীৰ; হাতে-হাতে মোবাইল লৈ পৰীক্ষাত লিখিছে উত্তৰ, আনফালে ছাৰো ব্যস্ত মোবাইলতে, মুঠতে ছাত্ৰ-ছাত্ৰীয়ে ভাবি-ভাবি লিখিব লগীয়া হোৱা নাই উত্তৰ, Watch Viral Video

    এয়া পৰীক্ষাই নে? লুকাই-চুৰিকৈ নহয় শিক্ষকৰ সন্মুখতে নকল ছাত্ৰ-ছাত্ৰীৰ; হাতে-হাতে মোবাইল লৈ পৰীক্ষাত লিখিছে উত্তৰ, আনফালে ছাৰো ব্যস্ত মোবাইলতে, মুঠতে ছাত্ৰ-ছাত্ৰীয়ে ভাবি-ভাবি লিখিব লগীয়া হোৱা নাই উত্তৰ, Watch Viral Video

    ‘বিপদত পৰিলে কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলত সোমাবলৈ আহিব পাৰে; কিন্তু মৰি গ’লেও মই সেই সাম্প্ৰদায়িক দলটোত নাযাওঁ, বিজেপিৰ নাম মুখত লোৱাটোৱেই মোৰ কাৰণে পাপ’- অখিল গগৈ

    ‘বিপদত পৰিলে কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলত সোমাবলৈ আহিব পাৰে; কিন্তু মৰি গ’লেও মই সেই সাম্প্ৰদায়িক দলটোত নাযাওঁ, বিজেপিৰ নাম মুখত লোৱাটোৱেই মোৰ কাৰণে পাপ’- অখিল গগৈ

    ভয়ংকৰ! হঠাৎ ভাঙি পৰিল ৱাটাৰ পাৰ্কৰ শ্লাইড; কেইবা মিটাৰ ওপৰৰ পৰা বাগৰি পৰে বহু কেইজন লোক, এতিয়া হাস্পতালত গনিছে মৃত্যুৰ ক্ষণ, আপুনিও হয়তো কেতিয়াও দেখা নাই এনে ভয়ংকৰ ভিডিঅ’, Watch Viral Video

    ভয়ংকৰ! হঠাৎ ভাঙি পৰিল ৱাটাৰ পাৰ্কৰ শ্লাইড; কেইবা মিটাৰ ওপৰৰ পৰা বাগৰি পৰে বহু কেইজন লোক, এতিয়া হাস্পতালত গনিছে মৃত্যুৰ ক্ষণ, আপুনিও হয়তো কেতিয়াও দেখা নাই এনে ভয়ংকৰ ভিডিঅ’, Watch Viral Video

    Health Tips: ভাট কেৰেলা (Spiny Gourd) খাবলৈ দিলে নাখাও বুলি নক’ব; নহ’লে আপোনাৰে হ’ব লোকচান, পিছে জানি লওঁ আহক ইয়াৰ লাভালাভবোৰ কি কি?

    কি আচৰিত! পৃথিৱীৰ আটাইতকৈ আজৱ লোকজন; যিয়ে নিজৰ শৰীৰত কৰিছে ৫১৬টা ছিদ্ৰ (Pierced Man), গঢ়িলে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড, Watch Video

    Health Tips: পইতা ভাত (Panta Bhat) খাই ভাল পায় নে নাপায়? ভাল পালে লাভ, নাপালে লোকচান; পিছে জানি লওক ইয়াৰ আশ্চৰ্যকৰ লাভালাভবোৰ কি কি?

    প্ৰথমে গাড়ীৰে স্পীডত আহি মহিলাই খুন্দিয়াই বাইক আৰোহীক; খুন্দাত যুৱকজন ফ্লাই অভাৰৰ তলত ছিটিকি পৰি প্ৰাণ হেৰুৱাই, তাৰ পিছত মহিলাগৰাকী কয় কেৱল ‘I Am Sorry’, মহিলাগৰাকীৰ উত্তৰত আন এজন লোকে খঙত কয়-‘আপুনি এজন মানুহক মাৰি পেলাইছে আৰু আপুনি ‘Sorry’ কৈ আছে, চাওক Viral Video

    Health Tips: কেপছিকাম (Capsicum) খাই ভাল পাই নে? যদি পাই তেন্তে আপোনাৰে হ’ব লাভ; নাপালে আপোনাৰে হ’ব লোকচান, পিছে জানি লওক লাভালাভবোৰ কি কি?

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Health Tips: বিবাহিত পুৰুষৰ (Married Men) ‘শক্তি’ বৃদ্ধি কৰিব এইবিধ চাটনিয়ে; লগতে সুন্দৰ হ’ব যৌন জীৱন (Sex Life), পিছে জানি লওক কি?

    Health Tips: বিবাহিত পুৰুষৰ (Married Men) ‘শক্তি’ বৃদ্ধি কৰিব এইবিধ চাটনিয়ে; লগতে সুন্দৰ হ’ব যৌন জীৱন (Sex Life), পিছে জানি লওক কি?

    Health Tips: ভাট কেৰেলা (Spiny Gourd) খাবলৈ দিলে নাখাও বুলি নক’ব; নহ’লে আপোনাৰে হ’ব লোকচান, পিছে জানি লওঁ আহক ইয়াৰ লাভালাভবোৰ কি কি?

    Health Tips: ভাট কেৰেলা (Spiny Gourd) খাবলৈ দিলে নাখাও বুলি নক’ব; নহ’লে আপোনাৰে হ’ব লোকচান, পিছে জানি লওঁ আহক ইয়াৰ লাভালাভবোৰ কি কি?

    Health Tips: পইতা ভাত (Panta Bhat) খাই ভাল পায় নে নাপায়? ভাল পালে লাভ, নাপালে লোকচান; পিছে জানি লওক ইয়াৰ আশ্চৰ্যকৰ লাভালাভবোৰ কি কি?

    Health Tips: পইতা ভাত (Panta Bhat) খাই ভাল পায় নে নাপায়? ভাল পালে লাভ, নাপালে লোকচান; পিছে জানি লওক ইয়াৰ আশ্চৰ্যকৰ লাভালাভবোৰ কি কি?

    Health Tips: কেপছিকাম (Capsicum) খাই ভাল পাই নে? যদি পাই তেন্তে আপোনাৰে হ’ব লাভ; নাপালে আপোনাৰে হ’ব লোকচান, পিছে জানি লওক লাভালাভবোৰ কি কি?

    Health Tips: কেপছিকাম (Capsicum) খাই ভাল পাই নে? যদি পাই তেন্তে আপোনাৰে হ’ব লাভ; নাপালে আপোনাৰে হ’ব লোকচান, পিছে জানি লওক লাভালাভবোৰ কি কি?

    Lifestyle Tips: ভিজা কাপোৰে কৈ দিব আপোনাৰ চিলিণ্ডাৰত গেছ (Gas Cylinder) কিমান আছে; আজিয়েই কৰক ট্ৰাই, কেৱল জানি লওঁক এই সহজ Trickটো

    Lifestyle Tips: গাড়ীৰে যাত্ৰা কৰাৰ সময়ত আপোনাৰো বমি হয় (Vomiting) নেকি? তেন্তে এই টিপছ্ কেইটা আপোনাৰ কাৰণে হ’ব পাৰে লাভজনক, জানো আহক কি কি?

    Health Tips: তিতাকেৰেলা (Bitter Gourd Seeds) খোৱাৰ পিছত গুটিবোৰ কি কৰে? যদি পেলাই দিয়ে তেন্তে বন্ধ কৰক; নহ’লে নাপাব এইবোৰ লাভালাভ, পিছে জানো আহক কি কি?

    Health Tips: শুবলৈ যোৱাৰ আগতে (Before Sleeping) পুৰুষসকলে (Mens) গাখীৰত এইবিধ বস্তু মিহলাই খাওক; পাব এই আশ্চৰ্যকৰ লাভালাভ, লগতে বৃদ্ধি হ’ব…পিছে জানো আহক কি?

    Health Tips: যৌন শক্তি (Sex Power) বৃদ্ধি কৰিব এই ১০ বিধ খাদ্যই; আজিৰে পৰা খাবলৈ আৰম্ভ কৰি দিয়ক, কিন্তু তাৰ আগতে জানি লওঁক কি কি আৰু ইয়াৰ লাভালাভ?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
ভয়ংকৰ! স্কৰপিঅ’ বাহনক মহটিয়ালে যাত্ৰীবাহী ৰে’লে; ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই বাহনখনক খুন্দিয়াই, কৰুণ মৃত্যুক সাৱটে এগৰাকী মহিলাসহ দুজন লোকে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে বিধ্বস্ত স্কৰপিঅ’খন

নাভূত-নাশ্ৰুত ঘটনা! বন্ধুৱে বান্ধৱীৰ ঘৰত খাবলৈ গ'ল ঈদ; কৰিলে সুৰাৰ পাৰ্টী, তাৰ পিছত সুৰাৰ নিচাত বন্ধুৰ চকু পৰিল বান্ধৱীৰ টকা আৰু অলংকাৰৰ ওপৰত, অৱশেষত লোভ সামৰিব নোৱাৰি বন্ধুৱে বিৰিয়ানীৰ সৈতে গিলিলে হীৰাৰ হাৰ, সোণৰ চেইন আৰু ১.৪৫ লাখৰ অলংকাৰ, তাৰ পিছত...

Health Tips: তিতাকেৰেলা (Bitter Gourd Seeds) খোৱাৰ পিছত গুটিবোৰ কি কৰে? যদি পেলাই দিয়ে তেন্তে বন্ধ কৰক; নহ'লে নাপাব এইবোৰ লাভালাভ, পিছে জানো আহক কি কি?

ভয়ংকৰ! স্কৰপিঅ’ বাহনক মহটিয়ালে যাত্ৰীবাহী ৰে’লে; ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই বাহনখনক খুন্দিয়াই, কৰুণ মৃত্যুক সাৱটে এগৰাকী মহিলাসহ দুজন লোকে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে বিধ্বস্ত স্কৰপিঅ’খন

ধেমাজি (Dhemaji) কেকুৰিত (Kekuri) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে

Khatang Khobor by Khatang Khobor
May 9, 2022
in অসম, খবৰ
0 0
Share on FacebookShare on Twitter

ধেমাজি (Dhemaji) কেকুৰিত (Kekuri) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত (Two Person Died)। দুৰ্ঘটনাটোত আহত হোৱা এগৰাকী মহিলাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও আদবাটতে মৃত্যুক সাৱটে।

সোমবাৰে পুৱা ধেমাজি জিলাৰ (Dhemaji) পানীতোলা ৰে’ল ক্ৰচিঙত (Panitula Train Crossing) নাহৰলগুনৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ৰে’লে পানীতোলাত থকা উন্মোক্ত ৰে’ল ক্ৰচিং পাৰ হ’বলৈ লওঁতেই এখন স্কৰপিঅ’ গাড়ীক মহতিয়াই নিয়াৰ ফলত গাড়ী খনত থকা ডিম্পল বুঢ়াগোঁহাই নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে অন্য এগৰাকী মহিলা নিৰ্মলা দলেক সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু ৰাস্তাতে কৰুণ মৃত্যুক সাৱটি লয়।

https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.33-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.34-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.35-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.36-PM-1.mp4
https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.37-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.39-PM-1.mp4
https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.38-PM-1.mp4
https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.42-PM-2.mp4
https://khatangkhobor.com/wp-content/uploads/2022/05/WhatsApp-Video-2022-05-09-at-1.22.40-PM-1.mp4

মৃত ডিম্পল বুঢ়াগোহাঁই ঘৰ কেকুৰিত আৰু নিৰ্মলা দলে ঘৰ কেকুৰি মিছিং গাঁৱত বুলি জানিব পৰা গৈছে। উত্তেজিত ৰাইজে পিছত জোনাই পৰা তেজপুৰ অভিমুখে আহি থকা ৰে’লখন অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত (Locals Protest) কৰে। স্থানীয় ৰাইজে ৰে’ল অৱৰোধৰ জৰিয়তে বহুবাৰ চৰকাৰক এখন চৰকাৰী ৰে’লগেট স্থাপন কৰিব লাগে বুলি দাবী জনাই আহিছে যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে প্ৰতিবাদী ৰাইজে।

Photo & Input: গিৰিশ বৰুৱা

আৰু পঢ়কঃ https://khatangkhobor.com/news/national/chennai-man-gulps-jewellery-worth-rs-1-45-lakh-with-biryani-at-friends-eid-party/8811/

Tags: AssamDhemajiHorrific Road AccidentKekuriKhoborPanitula Train CrossingProtestTwo Person Diedঅসমকেকুৰিখবৰদুজন লোক নিহতধেমাজিপানীতোলা ৰে'ল ক্ৰচিংপ্ৰতিবাদভয়ংকৰ পথ দুৰ্ঘটনা
Previous Post

নাভূত-নাশ্ৰুত ঘটনা! বন্ধুৱে বান্ধৱীৰ ঘৰত খাবলৈ গ’ল ঈদ; কৰিলে সুৰাৰ পাৰ্টী, তাৰ পিছত সুৰাৰ নিচাত বন্ধুৰ চকু পৰিল বান্ধৱীৰ টকা আৰু অলংকাৰৰ ওপৰত, অৱশেষত লোভ সামৰিব নোৱাৰি বন্ধুৱে বিৰিয়ানীৰ সৈতে গিলিলে হীৰাৰ হাৰ, সোণৰ চেইন আৰু ১.৪৫ লাখৰ অলংকাৰ, তাৰ পিছত…

Next Post

Health Tips: তিতাকেৰেলা (Bitter Gourd Seeds) খোৱাৰ পিছত গুটিবোৰ কি কৰে? যদি পেলাই দিয়ে তেন্তে বন্ধ কৰক; নহ’লে নাপাব এইবোৰ লাভালাভ, পিছে জানো আহক কি কি?

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • KK Fact Check
  • Uncategorized
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

কৰুণ! স্বামীৰ সন্মুখতে প্ৰাণ হেৰুৱালে শিক্ষয়িত্ৰী পত্নীয়ে; স্কুটীৰে বজাৰ কৰিবলৈ গৈ আছিল দুয়ো, ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে স্কুটীক, ঘটনাস্থলীতে পত্নীৰ মৃত্যু, স্বামীয়ে হাস্পতালত গণি আছে মৃত্যুৰ ক্ষণ

কৰুণ! স্বামীৰ সন্মুখতে প্ৰাণ হেৰুৱালে শিক্ষয়িত্ৰী পত্নীয়ে; স্কুটীৰে বজাৰ কৰিবলৈ গৈ আছিল দুয়ো, ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে স্কুটীক, ঘটনাস্থলীতে পত্নীৰ মৃত্যু, স্বামীয়ে হাস্পতালত গণি আছে মৃত্যুৰ ক্ষণ

May 16, 2022
নৃশংস! সামান্য ‘লুডু’ খেলক লৈ চুৰিৰে হানি-খুচি হত্যা (Murder) কৰিলে বন্ধুৱে বন্ধুক; বিয়াৰ ৰভাতলিতে উঠিল চিতা, পৰিয়ালৰ মাজত উঠিল কান্দোনৰ ৰোল

নৃশংস! সামান্য ‘লুডু’ খেলক লৈ চুৰিৰে হানি-খুচি হত্যা (Murder) কৰিলে বন্ধুৱে বন্ধুক; বিয়াৰ ৰভাতলিতে উঠিল চিতা, পৰিয়ালৰ মাজত উঠিল কান্দোনৰ ৰোল

May 16, 2022
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist