চাপৰত (Chapar) ভয়ংকৰ দুৰ্ঘটনা (Horrific Road Accident) । চাপৰৰ ধীৰঘাটত (Dhirghat) এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে ৰাজপথতে দপ-দপকৈ জ্বলি উঠিল বাহন দুখন। ডাম্পাৰ আৰু বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষ (Dumper And Bike Collision)।
সংৰ্ঘষৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথতে দপ-দপকৈ জ্বলি উঠিল বাহনখন। বাইক আৰোহী দুজন (Two Bike Riders Died) জ্বলি ছাইত পৰিণত হ’ল। এতিয়াও চিনাক্ত হোৱা নাই আৰোহী দুজন। ডাম্পাৰ খনৰ নম্বৰ AS 17 C 0373 বাইকখন নম্বৰ জ্বলি ছাই হয়। অগ্নি নিৰ্বাপন বাহানীয়ে জুই নিৰ্বাপনৰ কৰে। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হয় মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Photo & Input: Nurjamal sk
Discussion about this post