• Home
  • Privacy Policy
  • Terms & Conditions
Monday, March 27, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    কোন দিশে গৈছে অসমীয়া সংস্কৃতি! পেঁ পেঁ পেঁ আৰু কৰিশ্মা নাথৰ ভুল?

    এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

    আকৌ এখন ‘টোলগেট’ত (Tollgate) ধন দিবলৈ সাজু হওক আপুনি! নতুন বছৰৰ পৰাই আৰম্ভ হ’ব এই টোলগেটখন

    অসাৱধানতাই হৈ পৰিল কাল! কাণত হেডফোন লগাই গান শুনি ৰে’ললাইনেৰে গৈ আছিল; হৰ্ণ নুশুনাৰ বাবেই দ্ৰুতবেগী ৰে’লে কাটি থৈ গ’ল এজন যুৱকক

    নৃশংস! ভাতত বিহ (Poison) মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে; এই ঘটনা অসমৰে, জানিবলৈ পৰা হোৱা নাই হত্যাৰ কাৰণ!

    কেতিয়াবা আৰক্ষীৰো হয় ভুল! আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষ; এই সংঘৰ্ষত গুলীবিদ্ধ হ’ল এজন সাধাৰণ যুৱক, ভুলবশত যুৱকজনৰ ভৰিত গুলিয়াইছিল বুলি স্বীকাৰো কৰে আৰক্ষীয়ে

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    আজৱ চখ! এলিয়েন (Alien)ৰ দৰে চেহেৰা পাবলৈ এইগৰাকী মহিলাই খৰচ কৰিলে লাখ লাখ টকা; টকাৰ পৰিমান শুনিলে আপুনিও হৈ উঠিব আচৰিত!

    চাওক, বুজক আৰু শিকক! কেৱল এযোৰ জোতাৰ বাবে নিজৰ জীৱন বিপদত পেলোৱা এইজন লোকক কি বুলি ক’ব আপুনি? গাৰ নোম শিঁয়ৰি উঠোৱা এক দৃশ্য, Watch Viral Video

    আজৱ ঘটনা! ওজন কমোৱাৰ ধৰিলে জেদ; তাঁৰেৰে চিলাই দিলে নিজৰ আটাইকেইটা দাঁত, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    আজৱ ঘটনা! বেমাৰৰ বাবে কাটিবলগীয়া হ’ল মহিলাৰ নাক (Nose)! তাৰ পিছত চিকিৎসকে কৌশলেৰে হাততে সংৰোপন কৰিলে নতুন নাক, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    সাৱধানৰ মৰণ নাই! এজন লোকৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল মালবাহী ৰে’ল; তাৰ পিছত…গাৰ নোম শিঁয়ৰি উঠোৱা দৃশ্য, Viral Videoটো চাওক আৰু অলপ বুজক

    Health Tips: প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান, কাৰণ আপোনাৰ হ’ব পাৰে এইসমূহ ৰোগ, আহক জানো কি কি?

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    জানি থওক! জোতা-চেণ্ডেল (Shoes-Slippers) ওলোটাকৈ থ’ব নালাগে বুলি জ্যেষ্ঠজনে কোৱা হয়তো আপুনি শুনিছে; কিন্তু জানেনে কিয়? শুনি আপুনিও হ’ব আচৰিত, পিছে জানো আহক কিয়?

    জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে (Before Sleeping) কৰি লওক এইবোৰ কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

    জানি থওক! মানী বেগত (Purse) এই বস্তুবোৰ ৰাখিলে কেতিয়াও নহ’ব টকাৰ অভাৱ; সদায়ে থাকিব মা লক্ষ্মীৰ আৰ্শীবাদ, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! কেতিয়াও আনৰ পৰা নল’ব এইবোৰ বস্তু (Free Things); অন্যথা কেতিয়াও দুৰ্ভাগ্যই লগ এৰা নিদিব, লগতে সৌভাগ্য থাকিব আঁতৰি, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম; ঘৰৰ পৰা নোহোৱা হয় সুখ-শান্তি, অসন্তুষ্ট হৈ গুচি যায় ধনৰ দেৱী মা লক্ষ্মী, পিছে জানো আহক কি কি কাম?

    জানি থওক! ধাৰে পিছ নেৰা হৈছে নেকি? তেন্তে ঘৰৰ (Home) পৰা এতিয়াই বাহিৰ কৰি দিয়ক এইবোৰ বস্তু; আঁতৰি যাব দৰিদ্ৰতা, জিলিকি উঠিব ভাগ্য, পিছ জানো আহক কি কি বস্তু?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
জানি থওক! আজি কাতি বিহু (Kati bihu); আজিৰ দিনটোত ভুলতেও নকৰিব এইকেইটা কাম, নহ’লে মা লক্ষ্মী অসন্তুষ্ট হ’ব, জানো আহক কি কি?

আজৱ ঘটনা! বান্দৰৰ সৈতে ধেমালি কৰি যুৱতীৰ হ'ল এই দশা! ভিডিঅ'টো চালে আপুনিও হয়তো বান্দৰ দেখিলে ভয় খোৱা কৰিব, Watch Viral Video

আকৌ চৰ্চাত অংক 'ছাৰ'! ছাত্ৰীক যৌন নিৰ্যাতন (Sexual Harassment) অংক মাষ্টৰ বিনোদ গোস্বামীৰ; নিলম্বনৰ লগতে আটক হ'ল গোস্বামী ছাৰ, ২০১৬টো একেই কু-কাৰ্য কৰি হৈছিল নিলম্বন

জানি থওক! আজি কাতি বিহু (Kati bihu); আজিৰ দিনটোত ভুলতেও নকৰিব এইকেইটা কাম, নহ’লে মা লক্ষ্মী অসন্তুষ্ট হ’ব, জানো আহক কি কি?

আজি কাতি বিহু (Kati bihu)। অসমীয়াৰ তিনিটা বিহুৰ অন্যতম হ'ল এই কঙালী বিহু

Khatang Khobor by Khatang Khobor
October 18, 2022
in অসম, জীৱন শৈলী
0 0
Share on FacebookShare on Twitter

আজি কাতি বিহু (Kati bihu)। অসমীয়াৰ তিনিটা বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰিব। আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি৷

সেই উদ্দেশ্যে পুৱাৰে পৰা ব্যস্ত অসমবাসী লোক। তুলসীৰ তল ভালদৰে চাফ-চিকুন কৰি সৰা-মচা কৰাৰ লগতে চাকি দিবৰ বাবে বাঁহৰ বিশেষ সাজ তৈয়াৰ কৰাতো ব্যস্ত হৈ পৰিছে বহু লোক।

ঘৰৰ লগতে খেতি পথাৰতো আজিৰ দিনটোত চাকি দি মা-লক্ষ্মীক সেৱা জৱোনা হয়। যাতে ঘৰৰ মংগল হয় আৰু খেতি পথাৰত শস্য ভৰপূৰ হয়।

পিছে জানেনে এই কাতিৰ বিহুৰ (Kati bihu) দিনটোত ভুলতেও নকৰিব এইকেইটা কাম, জানো আহক কি কি?

১. কাতি বিহুৰ দিনটোত কেতিয়াও দেৰিলৈকে শুই নাথাকিব। ৰাতিপুৱা বহু সোনকালে উঠাৰ চেষ্টা কৰিব। বিশেষ কৰি মহিলাসকলে পুৱা সোনকালে উঠিয়েই স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তুলসী তল মুচিব তাৰপাছত তুলসীক উদ্দেশ্যি জল নিবেদন কৰক। বিশেষ কৰি পুৱাই যদি এনে কৰিব পাৰে, তেতিয়া মা লক্ষ্মী খুবেই প্ৰসন্ন হ’ব।

২. এই বিশেষ দিনটোত সম্পূর্ণ পজিটিভ চিন্তাধাৰাৰ মাজত থাকিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত জেষ্ঠ্যজনক কেতিয়াও অপমান নকৰিব। পাৰিলে এইদিনত জেষ্ঠ্যজনক সেৱা কৰি আৰ্শীবাদ গ্ৰহণ কৰক।

৩. আজিৰ দিনটোত তুলসীৰ তলত চাকি জ্বলাই মা লক্ষ্মীক আদৰা হয়। গতিকে এই দিনটোত দিনৰ ভাগত বা সন্ধ্যা সময়ত কেতিয়াও নুশুৱ। নহ’লে মা লক্ষ্মী অসন্তোষ হ’ব।

৪. আজিৰ দিনটোত কাৰো লগত কাজিয়া বা বিবাদ নকৰিব। আৰু আনকো কৰিবলৈ নিদিব।

৫. আজিৰ দিনটোত তুলসীৰ আশে-পাশে যাতে লেতেৰা আৱৰ্জনাৰে ভৰি থাকিব নিদিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। লগতে চাফ চিকুন কৰি ৰখাৰ চেষ্টা কৰিব। যিহেতু সন্ধ্যা তুলসীৰ তলত ধূপ চাকি, মাহ প্ৰসাদ দি মা লক্ষ্মীক আদৰা হ’ব।

৬. আজি ঔ টেঙাৰ বাকলিত চাকি দিব পাৰিলে অধিক ভাল, মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুও প্ৰসন্ন হয় বুলি লোকবিশ্বাস আছে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/monkey-grab-girl-hair-watch-viral-video/12330/

Tags: AssamKati bihuLifestyleLifestyle Tipsঅসমকাতি বিহুজীৱনশৈলীজীৱনশৈলী পৰামৰ্শ
Previous Post

আজৱ ঘটনা! বান্দৰৰ সৈতে ধেমালি কৰি যুৱতীৰ হ’ল এই দশা! ভিডিঅ’টো চালে আপুনিও হয়তো বান্দৰ দেখিলে ভয় খোৱা কৰিব, Watch Viral Video

Next Post

আকৌ চৰ্চাত অংক ‘ছাৰ’! ছাত্ৰীক যৌন নিৰ্যাতন (Sexual Harassment) অংক মাষ্টৰ বিনোদ গোস্বামীৰ; নিলম্বনৰ লগতে আটক হ’ল গোস্বামী ছাৰ, ২০১৬টো একেই কু-কাৰ্য কৰি হৈছিল নিলম্বন

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • KK Fact Check
  • Uncategorized
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

March 14, 2023
ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

March 10, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist