• Home
  • Privacy Policy
  • Terms & Conditions
Friday, September 29, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম  !!!

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম !!!

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    “সংবাদ ৰত্ন বঁটা”

    “সংবাদ ৰত্ন বঁটা”

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    Feng Shui Cat For Home And Office !!

    Feng Shui Cat For Home And Office !!

    আজি কৰম পূজা।

    আজি কৰম পূজা।

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

জানি থওক! যদি আপুনি ভাগ্যৱান তেন্তে সপোনত (Dream) দেখা পাব এইবোৰ বস্তু; এই সপোনবোৰে ভৱিষ্যৎ ভাল হোৱাৰ দিয়ে ইংগিত, পিছে জানো আহক কি কি বস্তু?

জানি থওক! ভুলতেও কাৰোৰে পৰা এইবোৰ বস্তু বিনামূলীয়াকৈ (Free) নল'ব; নহ'লে দৰিদ্ৰতাই লগ নেৰিব, হ'ব ধনৰ (Money) অভাৱ, পিছে আহক জানো কি কি বস্তু?

খুবেই ভয়ংকৰ! আনন্দ মনেৰে ৰাস চাই উভতিছিল ঘৰলৈ; কিন্তু আদবাটতে একেলগে ৫জন যুৱকে হেৰুৱালে প্ৰাণ, চালকৰ টোপনি অহাৰ বাবেই সংঘটিত এই দুৰ্ঘটনা, গাড়ী কাটি উলিয়াব লগা হ’ল মৃতদেহ, Watch Video

ৰাসৰ (Raas Mahotsav) আনন্দৰ মাজতেই নিশা নলবাৰীত (Nalbari) দুটাকৈ ভয়ংকৰ ঘটনা (Horrific Road Accident) সংঘটিত হয়

Khatang Khobor by Khatang Khobor
November 17, 2022
in অসম, খবৰ
0 0
Share on FacebookShare on Twitter

ৰাসৰ (Raas Mahotsav) আনন্দৰ মাজতেই নিশা নলবাৰীত (Nalbari) দুটাকৈ ভয়ংকৰ ঘটনা (Horrific Road Accident) সংঘটিত হয়। বৃহস্পতিবাৰে পুৱতি নিশা হাওলিৰ পৰা ৰাস চাই অহা এখন আৰতিগা বাহন ভয়ংকৰ দুৰ্ঘটনাত (Ertiga Car Road Accident) পতিত হয়।

বানেকুছি আৰু ঘগ্ৰাপাৰত সংঘটিত হয় এই দুৰ্ঘটনা দুটা। জানিব পৰা অনুসৰি হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ পথতে বানেকুছিত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ৰেলিঙত (Ertiga Car Colided With Bridge Railing) খুন্দা মাৰিছিল বাহনখনে।

Watch Video-

https://khatangkhobor.com/wp-content/uploads/2022/11/WhatsApp-Video-2022-11-17-at-10.35.54-AM.mp4

 

ঘগ্ৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱতী (One Women Died)। – Video

https://khatangkhobor.com/wp-content/uploads/2022/11/WhatsApp-Video-2022-11-17-at-10.35.56-AM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/11/WhatsApp-Video-2022-11-17-at-10.35.55-AM.mp4

দুৰ্ঘটনাটোৰ ফলত দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজনৰ চিকিৎসালয়ত মৃত্যু হয়। দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS 01 BG 5995। বাহনখনত ৮ জন লোক আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা এজন লোক সৌভাগ্যক্ৰমে ৰক্ষা পৰে। চালক জনৰ টোপনি অহাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই বাহনখনৰ চালকসহ ৪ জনকৈ যুৱকে (4 Man Died)। দুৰ্ঘটনাটোত নিহত যুৱককেইজনৰ নাম ক্ৰমে জাহেদুল ৰহমান, অজিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ। আনহাতে আহত অভিজিত, সীমান্ত, শংকৰ আৰু জাহিদুৰ ৰহমান। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল চূৰ্ণ-বিচূৰ্ণ হৈ যায় বাহনখন। বাহনখন কাটি উলিওৱা হয় মৃতদেহ।

আনহাতে ঘগ্ৰাপাৰতো আন এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱতী (One Women Died)। দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ নাম পৰিস্মিতা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত আহত সুস্মিতা আৰু ভাস্কৰ কলিতা নামৰ দুগৰাকী লোক।

আনহাতে দুয়োটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনকো ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

Photo & Input: Khatang Khobor

আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-dream-science-types-of-dreams-and-their-meanings/12593/

Tags: 4 Man DiedAssamErtiga Car Colided With Bridge RailingHorrific Road AccidentKhoborNalbariNalbari Policeঅসমখবৰদুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই বাহনখনৰ চালকসহ ৪ জনকৈ যুৱকেনলবাৰীনলবাৰী আৰক্ষীনিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ৰেলিঙত খুন্দা আৰতিগা বাহনৰভয়ংকৰ পথ দুৰ্ঘটনা
Previous Post

জানি থওক! যদি আপুনি ভাগ্যৱান তেন্তে সপোনত (Dream) দেখা পাব এইবোৰ বস্তু; এই সপোনবোৰে ভৱিষ্যৎ ভাল হোৱাৰ দিয়ে ইংগিত, পিছে জানো আহক কি কি বস্তু?

Next Post

জানি থওক! ভুলতেও কাৰোৰে পৰা এইবোৰ বস্তু বিনামূলীয়াকৈ (Free) নল’ব; নহ’লে দৰিদ্ৰতাই লগ নেৰিব, হ’ব ধনৰ (Money) অভাৱ, পিছে আহক জানো কি কি বস্তু?

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • Azerbajany Mostbet
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Cryptocurrency News
  • Death
  • Flood
  • FOREST
  • India Mostbet
  • JOB
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • political
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

The Way Term Paper Writing Services Work?

September 29, 2023

How to Play Free Online Casino Games

September 29, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist