গুৱাহাটীৰ জু-ৰোডৰ স্পেনিচ গাৰ্ডেনত CBIৰ অভিযান। বিলাসী এপাৰ্টমেণ্টটোৰ B-BLOCKত অভিযান চলাই CBI-এ। অভিযান চলিল দশম মহলাত।
‘ঘোষ ব্ৰাডাৰ্ছ’ৰ স্বত্বাধিকাৰী প্ৰণৱ ঘোষৰ বাসগৃহত চলিল এই অভিযান। প্ৰায় ২০০ কোটি টকা ঋণ অনাদায়ৰ অভিযোগ ঘোষ ব্ৰাডাৰ্ছৰ বিৰুদ্ধে।
Photo: Google
Discussion about this post