• Home
  • Privacy Policy
  • Terms & Conditions
Friday, September 29, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    ইৰাকত অগ্নিকাণ্ড : কাৰাকোছত বিবাহ পাৰ্টিৰ অগ্নিকাণ্ডত প্ৰায় ১১৩ জন লোক নিহত

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম  !!!

    গুৱাহাটীত উপস্থিত শ্ৰীলংকান ক্ৰিকেট টীম !!!

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    মণিপুৰত উত্তেজিত জনতাৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ…

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    নিলাম কৰা হ’ব জম্মু -কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    মেনকা গান্ধীৰ ইস্কনৰ ওপৰত গুৰুতৰ অভিযোগ !!

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    Women Reservation Bill: Any delay in implementing quota will be a gross injustice to Indian women, says Sonia Gandhi

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    লাটভিয়াৰ (Latvia) বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে জয়শংকৰে (Jaishankar ) কৃষ্ণিছ কাৰিন্সক (Krisjanis Karins) অভিনন্দন জনাইছে !!!

    “সংবাদ ৰত্ন বঁটা”

    “সংবাদ ৰত্ন বঁটা”

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    ‘বাগিছাই বাগিছাই কংগ্ৰেছ’

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    “নিপাহ” ভাইৰাছ : মৃত্যু দুজনৰ কোজিকোড জিলাৰ …

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

    প্ৰতিশ্ৰুতি পূৰণত বিফল অসম শক্তি বিভাগ : প্ৰতিক্ৰিয়া ব্যক্ত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পোছাক !!!

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    ৰূপালী জয়ন্তীত গুগলে ভাৰতীয় জনতাক দিলে বিশেষ উপহাৰ…

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    বিশ্বৰ আটাইতকৈ দামী খাদ্য ##

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    হায়দৰাবাদী নিজামি খাদ্য মহোৎসৱ!!!

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা …

    Feng Shui Cat For Home And Office !!

    Feng Shui Cat For Home And Office !!

    আজি কৰম পূজা।

    আজি কৰম পূজা।

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    ২৪ ছেপ্টেম্বৰত গুৱাহাটীত নাপাব সুৰা, বন্ধ থাকিব সকলো সুৰাৰ দোকান !!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

    কাইলৈ উদয়পুৰত পৰিণীতি চোপ্ৰা আৰু আপৰ সাংসদ ৰাঘৱ ছাড্ডাৰ বিবাহ অনুষ্ঠান !!!

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
হায় ৰে শক্তি বিভাগ! ছিঙি পৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি প্ৰথমে বিদ্যুৎস্পৃষ্ট হয় সন্তান; তাৰ পিছত কণমানিটিক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় পিতৃ-মাতৃৰ লগতে ওচৰৰে এজন যুৱক, ৪জনে হেৰুৱালে প্ৰাণ

লজ্জাজনক! শিক্ষক দিৱসৰ দিনাই ফাদিল হ'ল শিক্ষকৰ কু-কাণ্ড; ৬ গৰাকী কণমানি ছাত্ৰীক হোষ্টেলৰ ভিতৰতে যৌন নিৰ্যাতন (Sexually Assaulted) প্ৰধান শিক্ষকৰ, এই ঘটনাটোৰ পিছতে পলায়ন শিক্ষকজনৰ

মূৰ্খামীৰ সীমা পাৰ! পিছফালৰ পৰা আহি আছিল ৰে'ল; আগফালে খোজকাঢ়ি খোজকাঢ়ি যুৱকে বনাই আছিল Reel; তাৰ পিছত যি ঘটিল সেয়া হয়তো আপুনি সপোনতো চাব নিবিচাৰিব, হৃদৰোগীসকলে ভিডিঅ'টো নোচোৱাই ভাল, Watch Viral Video

হায় ৰে শক্তি বিভাগ! ছিঙি পৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি প্ৰথমে বিদ্যুৎস্পৃষ্ট হয় সন্তান; তাৰ পিছত কণমানিটিক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় পিতৃ-মাতৃৰ লগতে ওচৰৰে এজন যুৱক, ৪জনে হেৰুৱালে প্ৰাণ

শক্তি বিভাগৰ (Power Department) গাফিলতিৰ ফলত সংঘটিত হয় এক শোকাৱহ ঘটনা (Tragic Incident)

Khatang Khobor by Khatang Khobor
September 5, 2022
in খবৰ
0 0
Share on FacebookShare on Twitter

শক্তি বিভাগৰ (Power Department) গাফিলতিৰ ফলত সংঘটিত হয় এক শোকাৱহ ঘটনা (Tragic Incident)। বিদ্যুৎস্পৃষ্ট (Electrocution) হোৱা এটি কণমানি শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে পিতৃ-মাতৃসহ শিশুটিয়ে (3 Family Members Death Due To Electrocution)। লগতে এজন প্ৰতিবেশী যুৱকেও প্ৰাণ হেৰুৱাই এই কৰুণ ঘটনাটোত। এই কৰুণ ঘটনাটো সংঘটিত হৈছে হাইলাকান্দিৰ (Hailakandi) বিলাইপুৰত। মৃত কণমানি শিশুটিৰ নাম ৰাজিবুল হুছেইন শ্বেইখ।

শিশুটিৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা পিতৃ-মাতৃৰ নাম ছুফিয়ান হুছেইন শ্বেইখ আৰু হুছনাৰা বেগম শ্বেখ। লগতে প্ৰাণ হেৰুওৱা প্ৰতিবেশী যুৱকজনৰ নাম জাহিদ হুছেইন শ্বেখ।

চাওক ভিডিঅ’-

https://www.facebook.com/watch/?v=774829580404658

লালা থানাৰ এলেকাধীন বিলাইপুৰ গাঁৱত ঘৰৰ কাষতে পথৰ ওপৰত ছিঙি পৰা এটা বিদ্যুৎ পৰিবাহী তাঁৰত লগাৰ ফলতে নিঃশেষ হৈ যায় এটা পৰিয়াল।

এই ঘটনাটোত পৰিয়ালটোৰ আন দুজন লোকো বিদ্যুৎস্পৃষ্ট হৈ আহত হৈছে। সম্প্ৰতি চিকিৎসাধীন হৈ আছে দুয়োজন। এই ঘটনাটোৰ পিছতে কান্দোনৰ ৰোল পৰিয়ালটোত।

ৰাইজে ভুক্তভোগী পৰিয়াললৈ সাহায্য প্ৰদানৰ বাবেও চৰকাৰলৈ দাবী জনাইছে।

Photo: Khatang Khobor

আৰু পঢ়কঃ https://khatangkhobor.com/%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%ae/assam-six-minors-allegedly-sexually-assaulted-by-principal-in-biswanath/11567/

Tags: 3 Family Members Death Due To ElectrocutionAssamElectrocutionHailakandiKhoborPower DepartmentTragic Incidentঅসমখবৰবিদ্যুৎস্পৃষ্টবিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে পিতৃ-মাতৃসহ শিশুৱেশক্তি বিভাগশোকাৱহ ঘটনাহাইলাকান্দি
Previous Post

লজ্জাজনক! শিক্ষক দিৱসৰ দিনাই ফাদিল হ’ল শিক্ষকৰ কু-কাণ্ড; ৬ গৰাকী কণমানি ছাত্ৰীক হোষ্টেলৰ ভিতৰতে যৌন নিৰ্যাতন (Sexually Assaulted) প্ৰধান শিক্ষকৰ, এই ঘটনাটোৰ পিছতে পলায়ন শিক্ষকজনৰ

Next Post

মূৰ্খামীৰ সীমা পাৰ! পিছফালৰ পৰা আহি আছিল ৰে’ল; আগফালে খোজকাঢ়ি খোজকাঢ়ি যুৱকে বনাই আছিল Reel; তাৰ পিছত যি ঘটিল সেয়া হয়তো আপুনি সপোনতো চাব নিবিচাৰিব, হৃদৰোগীসকলে ভিডিঅ’টো নোচোৱাই ভাল, Watch Viral Video

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • Azerbajany Mostbet
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Cryptocurrency News
  • Death
  • Flood
  • FOREST
  • India Mostbet
  • JOB
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • political
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

The Way Term Paper Writing Services Work?

September 29, 2023

How to Play Free Online Casino Games

September 29, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist