বিজেপিৰ (BJP) গুৰুত্বপূর্ণ সভাত বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali)। সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা শ্বেৰমান আলীৰ। ‘মই বিজেপিৰ সভা বুলি গম নাপাওঁ, টয়লেটলৈহে আহিছিলো’- বিজেপিৰ সভাত আপুনি কি কৰি আছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত এই উত্তৰ দিলে বিধায়কগৰাকীয়ে।
কেমেৰা দেখি পলায়ন কৰি কাষতে থকা টয়লেটত সোমাল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী।
Photo & Input: Ramesh Baishya
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/raijor-dol-leader-comments-on-anand-mishra-in-assam/6768/
Discussion about this post