• Home
  • Privacy Policy
  • Terms & Conditions
Sunday, May 28, 2023
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    কোন দিশে গৈছে অসমীয়া সংস্কৃতি! পেঁ পেঁ পেঁ আৰু কৰিশ্মা নাথৰ ভুল?

    এয়া কেৱল ভাৰততে সম্ভৱ! নিশা দুবাৰকৈ যৌন সম্ভোগ (Sex) কৰিবলৈ অমান্তি হয় পত্নী; খঙত স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক

    আকৌ এখন ‘টোলগেট’ত (Tollgate) ধন দিবলৈ সাজু হওক আপুনি! নতুন বছৰৰ পৰাই আৰম্ভ হ’ব এই টোলগেটখন

    অসাৱধানতাই হৈ পৰিল কাল! কাণত হেডফোন লগাই গান শুনি ৰে’ললাইনেৰে গৈ আছিল; হৰ্ণ নুশুনাৰ বাবেই দ্ৰুতবেগী ৰে’লে কাটি থৈ গ’ল এজন যুৱকক

    নৃশংস! ভাতত বিহ (Poison) মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে; এই ঘটনা অসমৰে, জানিবলৈ পৰা হোৱা নাই হত্যাৰ কাৰণ!

    কেতিয়াবা আৰক্ষীৰো হয় ভুল! আৰক্ষী-ডকাইতৰ মাজত সংঘৰ্ষ; এই সংঘৰ্ষত গুলীবিদ্ধ হ’ল এজন সাধাৰণ যুৱক, ভুলবশত যুৱকজনৰ ভৰিত গুলিয়াইছিল বুলি স্বীকাৰো কৰে আৰক্ষীয়ে

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    ঋণ লোৱা ৰাজ্যৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে লোৱা কেৰালাঃ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

    ‘মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখি…!’- মহিলাক লৈ কৰা এই বিতৰ্কিত মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে যোগ গুৰু ৰামদেৱে (Yoga Guru Ramdev), Watch Viral Video

    আজৱ চখ! এলিয়েন (Alien)ৰ দৰে চেহেৰা পাবলৈ এইগৰাকী মহিলাই খৰচ কৰিলে লাখ লাখ টকা; টকাৰ পৰিমান শুনিলে আপুনিও হৈ উঠিব আচৰিত!

    চাওক, বুজক আৰু শিকক! কেৱল এযোৰ জোতাৰ বাবে নিজৰ জীৱন বিপদত পেলোৱা এইজন লোকক কি বুলি ক’ব আপুনি? গাৰ নোম শিঁয়ৰি উঠোৱা এক দৃশ্য, Watch Viral Video

    আজৱ ঘটনা! ওজন কমোৱাৰ ধৰিলে জেদ; তাঁৰেৰে চিলাই দিলে নিজৰ আটাইকেইটা দাঁত, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    আজৱ ঘটনা! বেমাৰৰ বাবে কাটিবলগীয়া হ’ল মহিলাৰ নাক (Nose)! তাৰ পিছত চিকিৎসকে কৌশলেৰে হাততে সংৰোপন কৰিলে নতুন নাক, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

    সাৱধানৰ মৰণ নাই! এজন লোকৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল মালবাহী ৰে’ল; তাৰ পিছত…গাৰ নোম শিঁয়ৰি উঠোৱা দৃশ্য, Viral Videoটো চাওক আৰু অলপ বুজক

    Health Tips: প্লাষ্টিকৰ বটলত (Plastic Bottles) পানী খায় নেকি? যদি খায় তেন্তে সাৱধান, কাৰণ আপোনাৰ হ’ব পাৰে এইসমূহ ৰোগ, আহক জানো কি কি?

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    ঘোষণা কৰা হ’ল ২০১৮ আৰু ২০১৯ বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    জানি থওক! এই ৰঙৰ ৰুমালে (Hanky) আপোনাৰ জীৱনলৈ আনিব পাৰে সুখ-সমৃদ্ধি; আহিব সৌভাগ্য আঁতৰিব দুৰ্ভাগ্য, পিছে ৰাশি অনুসৰি পকেটত ৰাখক এইবোৰ ৰঙৰ ৰুমাল, আহক জানো কি কি?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    Health Tips: কৰবালৈ ফুৰিবলৈ গ’লে ৰাস্তাত আপোনাৰো বমি (Vomiting) হয় নেকি? যদি হয় তেন্তে বেগত ৰাখিব এইকেইটা বস্তু, কেতিয়াও নহ’ব বমি, আহক জানি লওক কি কি বস্তু?

    জানি থওক! জোতা-চেণ্ডেল (Shoes-Slippers) ওলোটাকৈ থ’ব নালাগে বুলি জ্যেষ্ঠজনে কোৱা হয়তো আপুনি শুনিছে; কিন্তু জানেনে কিয়? শুনি আপুনিও হ’ব আচৰিত, পিছে জানো আহক কিয়?

    জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে (Before Sleeping) কৰি লওক এইবোৰ কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

    জানি থওক! মানী বেগত (Purse) এই বস্তুবোৰ ৰাখিলে কেতিয়াও নহ’ব টকাৰ অভাৱ; সদায়ে থাকিব মা লক্ষ্মীৰ আৰ্শীবাদ, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! কেতিয়াও আনৰ পৰা নল’ব এইবোৰ বস্তু (Free Things); অন্যথা কেতিয়াও দুৰ্ভাগ্যই লগ এৰা নিদিব, লগতে সৌভাগ্য থাকিব আঁতৰি, পিছে জানো আহক কি কি বস্তু?

    জানি থওক! ধ্বংসৰ কাৰণ হৈ পৰে সূৰ্যাস্তৰ (Sunset) পিছত কৰা এইবোৰ কাম; ঘৰৰ পৰা নোহোৱা হয় সুখ-শান্তি, অসন্তুষ্ট হৈ গুচি যায় ধনৰ দেৱী মা লক্ষ্মী, পিছে জানো আহক কি কি কাম?

    জানি থওক! ধাৰে পিছ নেৰা হৈছে নেকি? তেন্তে ঘৰৰ (Home) পৰা এতিয়াই বাহিৰ কৰি দিয়ক এইবোৰ বস্তু; আঁতৰি যাব দৰিদ্ৰতা, জিলিকি উঠিব ভাগ্য, পিছ জানো আহক কি কি বস্তু?

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
Health Tips: কি দাইল আপুনি খাই ভাল পায়? কিন্তু আটাইকেইবিধ দাইলৰ ভিতৰত ‘ৰহৰ দাইল’ (Toor Dal) শ্ৰেষ্ঠ; পিছে কিয় জানো আহক, তাৰ বাবে পঢ়ি লওক লাভালাভবোৰ কি কি?

মাতৃৰ নামত কলংক! মাতৃয়ে হত্যা (Murder) কৰিলে এটি ৪ বছৰীয়া কণমানিক; ৪ মহলীয়া অট্টালিকাৰ পৰা পেলাই দিয়ে তললৈ, কাৰণটো জানি আপোনাৰো উঠিব খং, Watch Video

দাঢ়ি থাকিলে বা টুপী পিন্ধিলেই সকলো মুছলমান জেহাদী-সন্ত্ৰাসবাদী নহয়ঃ AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল (Badruddin Ajmal)

Toor Dal Benefits: কিছুমান লোকৰ ঘৰত দৈনিক ৰহৰ দাইল (Toor Dal) বনায়। ৰহৰ দাইল প্ৰ'টিন আৰু পুষ্টিৰে সমৃদ্ধ। দৈনিক ৰহৰ দাইল খালে কি কি লাভালাভ হ'ভ পাৰে।

Khatang Khobor by Khatang Khobor
August 5, 2022
in স্বাস্থ্য, খাদ্য
0 0
Share on FacebookShare on Twitter

Toor Dal Health Benefits: প্ৰায়ভাগ ঘৰত খাদ্যত দৈনিক দাইল বনোৱা হয়। চিকিৎসকসকলে দৈনিক দাল খোৱাৰ পৰামৰ্শ দিয়ে। দাইল খোৱাত ই যিমানে সুস্বাদু সিমানে ইয়াৰ পৰা অধিক লাভালাভ পোৱা যায়। যিসকল লোকে দৈনিক দাইল খায় তেওঁলোকৰ শৰীৰত প্ৰ’টিন আৰু পুষ্টিৰ অভাৱ নহয়। আপুনি যিকোনো দাইল খাব পাৰে, কিন্তু মানুহে ৰহৰ দাইল আটাইতকৈ বেছি ভাল পায়। যদি আপুনি এই দাইল ৰুটী বা চাউলৰ সৈতে খাই তেন্তে ই আটাইতকৈ সুস্বাদু হৈ যায়। আন দাইলৰ তুলনাত ৰহৰ দাইলত অধিক প্ৰ’টিন থাকে। আহক জানো ৰহৰ দাইলৰ লাভালাভবোৰ কি কি?

ৰহৰ দাইলত থকা পুষ্টিকৰ উপাদান (Toor Dal Nutrition)
ৰহৰ দাইলত যথেষ্ট পৰিমাণৰ প্ৰ’টিন পোৱা যায়। ইয়াত কেলচিয়াম, আইৰন, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম, ফছফৰাছ, তাম, চিলেনিয়াম, জিংক আৰু মেংগানিজ পোৱা যায়। এই সকলোবোৰ ভিটামিন আৰু খনিজ পদাৰ্থই আপোনাক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

ৰহৰ দাইলৰ লাভালাভ (Toor Dal Benefits)
১. ওজন হ্ৰাস কৰাত সহায় (Weight Loss)- যদি আপুনি মেদবহুলতাত ভুগি আছে, তেন্তে আপুনি নিশ্চিতভাৱে আহাৰত ৰহৰ দাইল অন্তৰ্ভুক্ত কৰা উচিত। ইয়াত ফাইবাৰ আৰু প্ৰ’টিন প্ৰচুৰ পৰিমানত পোৱা যায়, যাৰ ফলত পেট দীঘলীয়া সময়ৰ বাবে ভৰ্তি হৈ থাকে আৰু ভোক নালাগে।

২- ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে (Immunity)- যিসকলে দৈনিক ৰহৰ দাইল খাই তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ৰহৰ দাইলত ইমিউনোমডুলেটৰী (Immunomodulator) গুণাগুণ থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-smelly-underarms-in-summer-home-remedies/10892/

৩- ডায়েবেটিছ (Diabetes) নিয়ন্ত্ৰণ কৰে – ৰহৰ দাইলত পৰ্যাপ্ত এণ্টি-অক্সিডেণ্ট থাকে, যি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৰহৰ দাইল কমপ্লেক্স কাৰ্বোহাইড্ৰেটৰ এটা ভাল উৎস। ডায়েবেটিছ ৰোগীসকলে ৰহৰ দাইল খাব লাগে।

৪- হজম শক্তিশালী (Digestion) কৰে- ৰহৰ দাইল খোৱাৰ ফলত হজম উন্নত হয়। ইয়াত যথেষ্ট ফাইবাৰ থাকে, যিয়ে পেট ফিট ৰখাত সহায় কৰে। যিসকল লোকে দৈনিক ৰহৰ দাইল খায় তেওঁলোকৰ পেট সম্পৰ্কীয় সমস্যা নহয়।

৫- গৰ্ভাৱস্থাত উপকাৰী (Pregnancy)- ৰহৰ দাইলত ফলিক এচিড থাকে যি গৰ্ভাৱস্থাত মাতৃ আৰু সন্তানৰ বিকাশৰ বাবে উপকাৰী। ফলিক এচিডে কেঁচুৱাৰ বিকাশত সহায় কৰে।

Photo: Google

আৰু পঢ়কঃ https://khatangkhobor.com/%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%ae/on-cctv-bengaluru-woman-throws-her-4-year-old-from-4th-floor-girl-dies-watch-video/10902/

Tags: FoodHealthHealth BenefitsHealth Care TipsToor DalToor Dal Benefitsখাদ্যৰহৰ দাইলৰহৰ দাইলৰ লাভালাভস্বাস্থ্যস্বাস্থ্যৰ পৰামৰ্শস্বাস্থ্যৰ লাভালাভ
Previous Post

মাতৃৰ নামত কলংক! মাতৃয়ে হত্যা (Murder) কৰিলে এটি ৪ বছৰীয়া কণমানিক; ৪ মহলীয়া অট্টালিকাৰ পৰা পেলাই দিয়ে তললৈ, কাৰণটো জানি আপোনাৰো উঠিব খং, Watch Video

Next Post

দাঢ়ি থাকিলে বা টুপী পিন্ধিলেই সকলো মুছলমান জেহাদী-সন্ত্ৰাসবাদী নহয়ঃ AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল (Badruddin Ajmal)

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • Dating
  • KK Fact Check
  • Uncategorized
  • Uncategorzied
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • জীৱন শৈলী
  • ফেশ্বন
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য

Recent News

Jonny Jackpot Internet on line casino overview New Zealand

May 23, 2023

Kids, Work and Marijuana Stocks

May 18, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist