হাৰ্টথ্ৰৱ জুবিন গাৰ্গক (Zubeen Garg) ভালপোৱাসকলৰ বাবে দুঃখবৰ। অহা বছৰৰ পৰা ৰঙালী বিহুৰ (Bohag Bihu) কোনো অনুষ্ঠান নকৰে জুবিন গাৰ্গে (Zubeen Garg)। সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰিলে জনপ্ৰিয় গায়ক জুবিনে গাৰ্গে।
জুবিনে (Zubeen Garg) সংবাদ মাধ্যমৰ আগত কয়- অহা বছৰ মোৰ ৫০ বছৰ হ’ব গতিকে মই বিহু এৰি দিম আৰু একো নকও No Comment’। লগতে জুবিনে ইয়াকো কয় যে, -বিহুৰ চিষ্টেম যদি সকলোৱে মিলি সলাব বিচাৰিছে সলাই দিয়ক।‘সদায় অসুবিধা হ’ব শিল্পী সকলৰ। মই বিহুত ইমান Interested নহয়।’
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/food/health-tips-benefits-of-eating-soaked-raisins/6593/
Discussion about this post