পট্টা লাভৰ আশাত বন্দী গুৱাহাটীৰ ১৮খন পাহাৰত বসবাস কৰা লাখ-লাখ লোকক আশাহত কৰিলে চৰকাৰে।
নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বিপৰীতে পাহাৰত ভূমিৰ পট্টা নিদিয়াৰ কথা বিধানসভাত স্পষ্ট কৰিলে ৰাজহ মন্ত্রীয়ে।
পট্টাৰ দাবীত অব্যাহত থাকিব সংগ্ৰাম ৷ ক’লে গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰবীনজ্যোতি কলিতাই।
Discussion about this post