দক্ষিণ ধৰমতুলত কিডনীৰ বেহা-বুধবাৰে উপস্থিত হ’লগৈ সাংসদ প্ৰদ্যুত বৰদলৈ
প্ৰকৃততে কি ঘটিছে মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুলত? কিহৰ তাড়নাত পৰি কিডনী বিক্ৰী কৰিব লগা হৈছে কেইবাটাও পৰিয়ালে? ভুক্তভোগী পৰিয়ালক সাক্ষাত...
প্ৰকৃততে কি ঘটিছে মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুলত? কিহৰ তাড়নাত পৰি কিডনী বিক্ৰী কৰিব লগা হৈছে কেইবাটাও পৰিয়ালে? ভুক্তভোগী পৰিয়ালক সাক্ষাত...
ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত ঘোঁৰামৰা চেংঙেলিজান চাহ-বাগিচাত ঘটিছে এই ভয়ংকৰ ঘটনা। ৰামু কৰ্মকাৰ নামৰ এজন লোকে কলিকতাত গৈ ৩ লাখ টকাৰ...
বিধায়ক অখিল গগৈয়ে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত দাখিল কৰাৰ পূৰ্বে সংবাদমেলত ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন কৰিছিল লখিমপুৰৰ BJP বিধায়ক...
ক'ভিডৰ সময়ত বহু কেইজন সাংবাদিক মৃত্যুমুখত পৰিছে। কেইবাগৰাকীও ক'ভিডত আক্ৰান্ত হৈছে। এই সাংবাদিকসকলৰ বাবে বিশেষ কিবা আঁচনি গ্ৰহণ কৰিছে নেকি?...
উত্তপ্ত বটদ্ৰৱা আৰক্ষী থানা। বটদ্ৰৱাৰ বোৱাৰী নৱনীতা মহন্তৰ হত্যাকাৰীক ফাঁচীৰ দাবী তুলি বটদ্ৰৱা আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিলে বটদ্ৰৱাৰ...
'মোক পুনৰ গ্ৰেপ্তাৰ কৰিবৰ বাবে অভিসন্ধি কৰিছে। মই জেলৰ পৰা ওলোৱাটো অসম চৰকাৰ মূলত হিমন্ত বিশ্ব শৰ্মা, গৃহ মন্ত্ৰী অমিত...
"আৰক্ষীৰ গুলীত নিহত নগাঁও জিলাৰ ধিঙৰ শালকাটিৰ জয়নাল আবেদিন এজন দুধৰ্ষ অপৰাধী আছিল। জয়নালৰ বিৰুদ্ধে অকল ধিং আৰক্ষী থানাতে চাৰিটাকৈ...
নগাঁৱৰ ধিঙত আৰক্ষীৰ গুলীত মৃত ডকাইত জয়নাল আবেদিনৰ পৰিয়ালৰ গুণ্ডামি। বাতৰি সংগ্ৰহৰ বাবে যোৱা ধিঙৰ সাংবাদিক দ্বীপজ্যোতি কাকতি আৰু এগৰাকী...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক'লে যে, বৃহৎ সংখ্যক পাহাৰীয়া ঠাই আৰু বজাৰত মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব অনুসৰণ নকৰাটো...
দিছপুৰৰ মিনিষ্টাৰ ক'লনিত সাংসদ গৌৰৱ গগৈৰ সংবাদমেল। সংবাদমেলত গো-সুৰক্ষা বিধেয়ক আৰু এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ গগৈ। ১৯৫০, গো-সংৰক্ষণ আইন থকাৰ পিছতো...
© 2021 Developed & Maintained by ClickNext