ভয়ংকৰ পথ দুৰ্ঘটনা; জলসিঞ্চন বিভাগৰ অভিযন্তাসহ ২জনে হেৰুৱালে প্ৰাণ, কাৰ্লভাৰ্টৰ ৰেলিঙত খুন্দা ব’লেৰৰ
শুকুৰবাৰে আবেলি লামডিং সংৰক্ষিত বনাঞ্চল (Lumding Reserve Forest)ৰ মাজৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Accident) সংঘটিত হয়। দুৰ্ঘটনাত...





































