ভয়ংকৰ ঘটনা! নৱমীৰ দিনা ছাগলীৰ বলি (Sacrifice) দি থকা সময়তে বলি কটা ‘দা’ চিটিকি গৈ ডিঙিত লাগে ৪ বছৰীয়া শিশুৰ; মৃত্যুক সাৱটে কণমানিটিয়ে, কিন্তু তাৰ পিছতো চলি থাকিল এই বলিপ্ৰথা
ঝাৰখণ্ডৰ (Jharkhand) গুমলা জিলাৰ (Gumla District) ঘাঘৰা আৰক্ষী থানাৰ অন্তৰ্গত লালপুৰ গাঁৱত (Lalpur Village) দুৰ্গা পূজাৰ নৱমীৰ দিনা ছাগলীৰ বলিদানৰ...


































