লণ্ডনৰ Tavistock Square Gardenত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বিধায়ক শ্বেৰমান আলীৰ (MLA Sherman Ali Ahmed) এখন ফটোৱে এতিয়া চিন্তাৰ খোৰাক যোগাইছে বহুতকে।


লুঙী পিন্ধি লণ্ডনৰ ৰাজপথত বিধায়ক শ্বেৰমান আলী। লণ্ডন (London) এৰাৰ পূৰ্বে বাপুজীৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক শ্বেৰমান আলীয়ে। Tavistock Square Gardens, Bloomsburyত গান্ধীজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন শ্বেৰমানৰ।
লণ্ডনৰ কেইবাখনো ফটো আৰু ভিডিঅ’ ফেচবুকত আপলোড কৰিছে বিধায়কগৰাকীয়ে। ফটো আপলোড কৰি তেওঁ লিখিছে- ‘হয়, মই মিঞা আৰু অসমৰেই স্বাভিমানী অসমীয়া’।
Photo: Facebook




























Discussion about this post