ল’বহে পালে, কিন্তু খাব নাপালে! সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰ বাবদ বিচাৰিছিল ১ লাখ টকা ঘোচ (Bribe); আগধন হিচাপে ২০ হাজাৰ টকা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আবকাৰী বিষয়া, এতিয়া ঠিকনা জেল
দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Directorate of Vigilance & Anti-Corruption)। এইবাৰ ঘোচ (Bribe) লৈ হাতে-লোটে ...
Read more