Tag: Pijush Hazarika

‘ভয়-ভাবুকি কিয় দিব লাগে; খেলিবলৈয়ে মানুহ নাই কংগ্ৰেছৰ, যি কেইজন আছে অলপ মৰম কৰিলেই যোগদান কৰিব বিজেপিত’- এই মন্তব্য পীয়ুষ হাজৰিকাৰ

পৌৰসভা নিৰ্বাচনলৈ (Municipal Election) মাজত মাত্ৰ কেইটামান দিন! শিৱসাগৰত (Sivasagar) অখিল গগৈৰ বাবে যেন মূৰৰ কামোৰণি হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা ...

Read more

চূড়ান্ত অপমান অসমীয়াৰ স্বাভিমানক; ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জাপি-শৰাই ভাঙি চুৰমাৰ কৰিলে

অসমীয়াৰ স্বাভিমান, সংস্কৃতিৰ প্ৰতীক শৰাই, জাপি আদিক চূড়ান্ত অপমান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। এই ঘটনা সংঘটিত হৈছে চামগুৰিৰ (Samaguri) পক্ষীতীৰ্থ ...

Read more

ক’ত উন্নয়ন? মন্ত্ৰী আহিব বুলিয়েই হেনো ৰাস্তাটো নিৰ্মাণ কৰিছিল; কিন্তু দুৰ্ভাগ্য, মন্ত্ৰীৰ কনভয়ে…চাওক VIDEO

মন্ত্ৰী পিয়ুষ হাজৰিকাৰ কনভয়ত অথন্তৰ। বাক্সাৰ গোৱৰ্ধনাত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ অহা মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু ৰঞ্জিত কুমাৰ দাসৰ কনভয়ত ...

Read more

সাংবাদিকসকলে মাহে লাভ কৰিব ১০ হাজাৰ টকাৰ পেঞ্চন; সদনত এই সিদ্ধান্ত

ক'ভিডৰ সময়ত বহু কেইজন সাংবাদিক মৃত্যুমুখত পৰিছে। কেইবাগৰাকীও ক'ভিডত আক্ৰান্ত হৈছে। এই সাংবাদিকসকলৰ বাবে বিশেষ কিবা আঁচনি গ্ৰহণ কৰিছে নেকি? ...

Read more

জাতীয় সংগীতেৰে আৰম্ভ হ’ব, ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰিব চৰকাৰী অনুষ্ঠান

কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মন্ত্ৰী পীযুষ হাজৰিকাই কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে। বুধবাৰে সম্পন্ন হয় ...

Read more

পিয়ুষৰ বিৰুদ্ধে অখিল, অখিলৰ বিৰুদ্ধে পিয়ুষ; প্ৰত্যুত্তৰ এজনে আনজনক

বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছতে মন্ত্ৰী পিয়ুষ হাজৰিকাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক। ডাঙৰ মানুহৰ ...

Read more

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist