আচৰিত! ফোনত কথা পাতি থাকোতেই প্ৰাণ হেৰুৱালে এজন লোকে; এঠাইত বহি বন্ধুৰ সৈতে কথা পাতি আছিল, হঠাৎ মাটিত ঢলি পৰি কৰুণ মৃত্যুক সাৱটিলে লোকজনে
মৃত্যু কেতিয়া, কাৰ, কেনেকৈ আহে কোনোৱে নাজানে। লখিমপুৰত (Lakhimpur) এনে এক আচৰিত ঘটনা সংঘটিত হয়। ফোনত কথা পাতি থাকোতেই মৃত্যু ...
Read more



























