মৃত্যু কেতিয়া, কাৰ, কেনেকৈ আহে কোনোৱে নাজানে। লখিমপুৰত (Lakhimpur) এনে এক আচৰিত ঘটনা সংঘটিত হয়। ফোনত কথা পাতি থাকোতেই মৃত্যু হ’ল এজন লোকৰ (Person Died While He Speeking With Friend)।
লগৰ বন্ধু এজনৰ লগত এঠাইত বহি কথা পাতি থাকোতেই মাটিত ঢলি পৰি মৃত্যু হ’ল লোকজনৰ। লখিমপুৰ (Lakhimpur) নগৰৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত আকস্মিকভাবে কৰুণ মৃত্যুক সাৱটিলে লোকজনে। অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়।
Photo & Input: গিৰিশ বৰুৱা
Discussion about this post