কৰুণ! মাতৃ গৈছিল পুত্ৰক স্কুলৰ বাছত উঠাবলৈ; সেইসময়ত ঘৰতে শুই থকা ৩ বছৰীয়া কণমানি শ্ৰেয়াই (Shreya) সাৰ পাই মাকৰ মোবাইলটো হাতত লৈ মাকক বিচাৰি বিচাৰি বেলকনী পাইছিল, তাৰ পিছত যি ঘটিল সেয়া শুনি হয়তো আপোনাৰো চকু সেমেকি উঠিব….
শিশুক কেতিয়াও অকলে ঘৰত থৈ নাযাব, নহ'লে ভুগিব ভয়ংকৰ পৰিণতি। শুকুৰবাৰে পুৱা মহাৰাষ্ট্ৰৰ (Maharashtra) পালঘৰ জিলাত (Palghar District) ভাছাইৰ (Vasai) ...
Read more