Tag: Lifestyle

Health Tips: তৰমুজ খাই গুটিবোৰ (Watermelon Seeds) কি কৰে? যদি পেলাই দিয়ে তেন্তে আজিয়েই কৰক বন্ধ, কাৰণ এই ১১টা লাভালাভ পঢ়িলে কেতিয়াও পেলাই দিয়াৰ কথা নাভাবিব, আহক জানো কি কি?

তৰমুজ (Watermelon) কেৱল সোৱাদত উৎকৃষ্ট নহয়, লগতে গ্ৰীষ্মকালত শৰীৰক হাইড্ৰেটেডো কৰি ৰাখে। তৰমুজত প্ৰ'টিন, ভিটামিন বি, মেগনেছিয়াম, ফলেট, ফছফৰাছ, আইৰন, ...

Read more

Health Tips: ৰঙালাও (Pumpkin) খাই গুটিবোৰ (Seeds) কি কৰে? যদি পেলাই দিয়ে তেন্তে আজিৰে পৰা বন্ধ কৰি দিয়ক; কাৰণ ৰঙালাও গুটিৰ আছে বহু লাভালাভ, বিশেষকৈ পুৰুষৰ বাবে, আহক জানো কি কি?

যেতিয়া আপুনি ৰঙালাও (Pumpkin) খাই তেতিয়া ইয়াৰ গুটিবোৰ (Seeds) কি কৰে? নিশ্চয়কৈ পেলাই দিয়ে। কিন্তু এতিয়াৰে পৰা এই কাম নকৰিব। ...

Read more

Health Tips: আহাৰ খোৱাৰ পিছত পানী খাব (Drink Water) লাগে নে নালাগে; আহক জানো পানী খোৱাৰ সঠিক সময় কি?

Healthy Diet In Assamese: এজন লোকক স্বাস্থ্যৱান হৈ থাকিবলৈ নিয়মীয়াকৈ ১০ৰ পৰা ১২ গিলাচ পানী (Drink Water) খাব লাগে। কিন্তু ...

Read more

Health Tips: গ্ৰীষ্মকালত প্ৰতিদিনে খাওক এগিলাচ বেলৰ ৰস (Bael Juice); খালে পাব এই আশ্চৰ্যজনক লাভালাভ, আহক জানো কি কি?

Bael Juice Benefit In Summer: গ্ৰীষ্মকালত বেলৰ ৰস (Bael Juice) অতি উপকাৰী। ইয়াক সেৱন কৰিলে প্ৰথমে আপুনি গৰম অনুভৱ নকৰিব। ...

Read more

Health Tips: তামৰ পাত্ৰৰে (Copper Pot) পানী খালে কিয় লাভজনক বুলি কোৱা হয়? লাভালাভবোৰ জানিলে আপুনিও আজিৰে পৰা আৰম্ভ কৰিব খোৱা, আহক জানো কি কি?

ৰাতিপুৱা খালী পেটত তামৰ পাত্ৰত (Copper Pot) পানী খোৱাৰ লাভালাভ স্বাস্থ্যৱান শৰীৰৰ বাবে তাম এক অত্যাৱশ্যকীয় খনিজ। যি আইৰনৰ সৈতে ...

Read more

Health Tips: কিচমিচ (Raisins) খোৱাৰ সঠিক সময়; জানি ল’লে আপোনাৰে লাভ, নাজানিলে লোকচান, আহক জানো কি লাভালাভ?

সাধাৰণতে কিচমিচ (Benefits of Raisins) আপুনি যিকোনো সময়ত খাব পাৰে, কিন্তু যদি আপুনি দ্ৰুতগতিত ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে আপুনি ...

Read more

Lifestyle Tips: শুবলৈ যোৱাৰ আগতে (Before Sleeping) ভুলতেও নাখাব এই ৩টা বস্তু; খালে আপোনাৰে হ’ব সমস্যা, আহক জানো কি কি?

নিদ্ৰাহীনতাৰ বাবে (Sleeplessness) মানুহ বহুতো বিপদজনক ৰোগৰ চিকাৰ হ'ব পাৰে। যদি আপোনাৰ লগতো পৰ্যাপ্ত টোপনি নোপোৱাৰ দৰে সমস্যা আছে, তেনেহ'লে ...

Read more

Lifestyle Tips: আপোনাৰ যৌন জীৱনক (Sex Life) বেয়াকৈ প্ৰভাৱিত কৰি আছে এই ৮টা বস্তুই; আজিৰে পৰা থাকক আঁতৰত, জানো আহক কি কি?

যিকোনো সম্পৰ্ক শক্তিশালী কৰাত যৌনতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যিয়ে দুয়োজন সংগীক ওচৰলৈ আনে আৰু তেওঁলোকৰ শাৰীৰিক প্ৰয়োজনীয়তা পূৰণ ...

Read more

Lifestyle Tips: বিবাহিত পুৰুষে নহৰু (Garlic) খোৱাৰ লাভালাভ; শুনিলে আপুনিও আচৰিত হ’ব, বিশেষকৈ যৌন সমস্যাত ভুগি থকা সকলে

Benefits of Garlic: আজি আমি আপোনালোকৰ বাবে লৈ আহিছো নহৰুৰ লাভালাভ আনিছো। হয়, নিয়মীয়াকৈ নহৰু খালে আপোনাক বহুতো ৰোগৰ পৰা ...

Read more
Page 11 of 22 1 10 11 12 22

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist