Wednesday, January 22, 2025

Tag: Khobor

সুৰা বিক্ৰীৰে অভিলেখ! পূজাৰ মাজত দুদিন ড্ৰাই ডে’ আছিল; কিন্তু তাৰ পিছতো সুৰাৰ (Liquor) বিক্ৰীৰে অভিলেখ ৰচে গুৱাহাটীয়ে, পিছে কিমান বিক্ৰী হ’ল সুৰা?

পুনৰ সুৰা বিক্ৰীৰে অভিলেখ ৰচিলে গুৱাহাটীয়ে (Sale Of Liquor During Durga Puja)। বিশ্বকৰ্মা পূজাৰ পিছত পুনৰ দুৰ্গা পূজাতো সুৰা বিক্ৰী ...

Read more

কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ (Tejaswita Baruah) অকাল মৃত্যু! মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক নিলম্বন

সকলোকে আচম্বিত কৰি মাত্ৰ ১৪ বছৰ বয়সতে জীৱন নাট সামৰিলে মাজুলী প্ৰতিভাসম্পন্ন শিল্পী তেজস্বিতা বৰুৱাই (Tejaswita Baruah Death)। শংকৰ জন্মোৎসৱত ...

Read more

খুবেই দুখলগা! পূজা বুলি ঘৰলৈ গৈ আছিল; কিন্তু আদবাটতে প্ৰাণ হেৰুৱালে পাপু আৰু বিপুলে, দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিয়ে বাইকসহ যুৱক দুজনক

দুৰ্গা পূজাৰ (Durga Puja) মহা অষ্টমীৰ পুৱাতেই চামগুৰিৰ (Samaguri) ডাউনটাউন ৰিজৰ্টৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Road ...

Read more

‘সাপ ওলোৱাটো কোনো ইছ্যু নহয়! বেলেগ বেলেগ দেশতো সাপ ওলাই, সাপ ওলোৱা কাৰণে সকলোৱে মনোৰঞ্জনহে পালে’- প্ৰতিক্ৰিয়া অসম ক্ৰিকেট সন্থাৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত (Guwahati Barsapara Cricket Stadium) অনুষ্ঠিত হয় ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ খেল। এই খেলৰ মাজতে দুটা ...

Read more

‘ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচৰ মাজত ফ্লাড লাইট বন্ধ হোৱা ঘটনাৰ বাবে আমি দায়ী নহয়; লাইট বন্ধ হোৱাৰ কাৰণ কোনো বিসংগতিহে’- APDCL

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত (Guwahati Barsapara Cricket Stadium) অনুষ্ঠিত হয় ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ খেল। এই খেলৰ মাজতে দুটা ...

Read more

‘পূজাৰ বতৰত যিমান সম্ভৱ সুৰাপান কৰিব নালাগে; যদি খায়ো কমকে খাওক যাতে মানুহে গম নাপায়, অলপ খাই ঘৰত গৈ শুই থাকিলেই হ’ল’- সুৰাপায়ীসকলক পৰামৰ্শ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

মাজত মাথো এটা দিন শাৰদীয় দুৰ্গোৎসৱক (Durga Puja) লৈ। ইতিমধ্যে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। ৰাজ্যৰ প্ৰতিখন জিলাতে ...

Read more

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! বিবাহিত হওক বা অবিবাহিত সকলো মহিলাই কৰিব পাৰিব গৰ্ভপাত (Abortion), সকলো মহিলাৰ গৰ্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে গৰ্ভপাতৰ আছে অধিকাৰ

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) মহিলাসকলৰ সপক্ষে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Supreme Court Judgment) গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এটা ৰায়দান ...

Read more

চাঞ্চল্যকৰ! আৰক্ষীৰ জিম্মাত বাইক চোৰৰ (Bike Thief) মৃত্যু; পলাবলৈ চেষ্টা কৰোতেই পুখুৰীত পৰি প্ৰাণ হেৰুৱালে ‘বাবু’ই, এই ঘটনাৰ পিছতে নিলম্বন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক

শিৱসাগৰ জিলাৰ (Sivasagar District) গৌৰীসাগৰ আৰক্ষী থানাত (Gaurisagar Police Station) আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু (Bike Thief Died)। গৌৰীসাগৰ আৰক্ষী ...

Read more
Page 4 of 28 1 3 4 5 28

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist