জ্যেষ্ঠজনৰ কথা নুশুনাই হৈ পৰিল কাল! প্ৰচণ্ড গৰমৰ বাবে পৰীক্ষা দিবলৈ বাছেৰে যাবলৈ কৈছিল; কিন্তু কথা নুশুনি বাইকেৰে গ’ল, পৰীক্ষা দি উভতাৰ পথতে প্ৰাণ হেৰুৱালে ৩জন ছাত্ৰই, দ্ৰুতবেগী কণ্টেইনাৰে প্ৰচণ্ড খুন্দা মাৰে এখন চাৰিচকীয়া গাড়ী আৰু বাইকক, লগতে আৰু ২ গৰাকী লোক নিহত
ৰাজস্থানৰ (Rajasthan) ঝালাৱাৰ জিলাত (Jhalawar District) NH-52ত শনিবাৰে সন্ধিয়া ৪.৩০ বজাত আসনাৱাৰৰ ওচৰত গাড়ী-কণ্টেইনাৰ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষত (Container, Car ...
Read more