গুৰুত্বপূৰ্ণ খবৰঃ মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ হৰমিত সিঙৰ
মহানগৰীৰ আৰক্ষী আয়ুক্ত ৰূপে দায়িত্ব গ্ৰহণ কৰিলে ADGP হৰমিত সিঙে। ইয়াৰ পূৰ্বে আৰক্ষী আয়ুক্ত হিচাপে আছিল মুন্না প্ৰসাদ গুপ্তা। তেওঁৰ ...
Read moreমহানগৰীৰ আৰক্ষী আয়ুক্ত ৰূপে দায়িত্ব গ্ৰহণ কৰিলে ADGP হৰমিত সিঙে। ইয়াৰ পূৰ্বে আৰক্ষী আয়ুক্ত হিচাপে আছিল মুন্না প্ৰসাদ গুপ্তা। তেওঁৰ ...
Read moreশীঘ্ৰে মহানগৰীত বন্ধ হ'ব হুক্কা বাৰসমূহ। বিগত ১৬ জুলাইত অৰ্থাৎ শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমে এখন বৈঠকত এই জাননী জাৰি কৰিছিল। ...
Read moreক'ৰোনাক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগত আচলতে কি চলিছে ? কোন দিশে গতি কৰিছে ক'ভিডৰ নামত অব্যাহত থকা ৰাজ্যৰ চিকিৎসা ব্যৱস্থা? ...
Read moreআৰক্ষী সেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠক অনুষ্ঠিত কৰে। ...
Read moreদেওবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। পামহিৰ দীপৰ বিল অঞ্চলত থকা ২২০ কেভি হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰ পৰিবাহী খুঁটাত ...
Read moreগুৱাহাটীৰ দীঘলীপুখুৰীত বহু মাছৰ মৃত্যু। পানীত ওপঙি উঠিছে শ শ মৰা মাছ। মাছৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। ঘটনাস্থলীত ...
Read moreমহানগৰ আৰক্ষীৰ বৃহৎ সফলতা । গুৱাহাটীৰ ধাৰাপুৰত সন্ধিয়া মহানগৰ আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে চলালে ড্ৰাগছ (Drugs) বিৰোধী অভিযান। অভিযানত জব্দ ...
Read moreগুৱাহাটীৰ জু-ৰোডৰ স্পেনিচ গাৰ্ডেনত CBIৰ অভিযান। বিলাসী এপাৰ্টমেণ্টটোৰ B-BLOCKত অভিযান চলাই CBI-এ। অভিযান চলিল দশম মহলাত। ‘ঘোষ ব্ৰাডাৰ্ছ’ৰ স্বত্বাধিকাৰী প্ৰণৱ ...
Read more© 2021 Developed & Maintained by ClickNext