Tag: CM Himanta Biswa Sarma

আজিৰে পৰা বাঢ়িল (Price Hike) ৰন্ধন গেছৰ মূল্য, বিদ্যুৎ মাচুল, টোল টেক্স, ঔষধ, মোবাইল ফোনৰ লগতে এই কেইবিধ সামগ্ৰীৰ দাম, আহক চাওক আৰু কি কি সামগ্ৰীৰ দাম বাঢ়িব

নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোৰ পৰাই জনতাৰ ওপৰত পৰিব মাধমাৰ। বহু সামগ্ৰীৰ লগতে সেৱাৰ দাম বৃদ্ধি ঘটাইছে আজিৰে পৰা। বিদ্যুৎ ...

Read more

আজিও বাঢ়িল পেট্ৰ’ল আৰু ডিজেলৰ দাম; গুৱাহাটীত পেট্ৰ’লৰ দাম হ’লগৈ ৯৯.৯১ টকা, ডিজেলৰ দাম হ’লগৈ ৮৫,৯২ টকা

আজি পুনৰ বাঢ়িল পেট্ৰ’ল আৰু ডিজেলৰ দাম (Petrol-Diesel Price Hike)। ৮ দিনত ৭বাৰকৈ দাম বৃদ্ধি হ'ল। সাধাৰণ জনতাৰ মূৰত মাধমাৰ ...

Read more

গুৰুত্বপূৰ্ণ খবৰঃ আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য; পেট্ৰ’লত বাঢ়িল ৩৩ পইচা, ডিজেলত ৩৭ পইচা

সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই সোমবাৰৰ দিনটোতো বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য (Petrol-Diesel Price Hike)। প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ...

Read more

Govt Job: সুযোগ পুনৰ নাহিব! ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ এক ডাঙৰ সুযোগ; চৰকাৰে প্ৰকাশ কৰিলে মুঠ ২৬,৪৪১টা খালী পদ পূৰণৰ বিজ্ঞাপন; আবেদন কৰিব এনেদৰে…

ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ (Unemployment) ডাঙৰ খবৰ! ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬,৪৪১টা পদৰ বিজ্ঞাপন। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে তৃতীয়-চতুৰ্থ ...

Read more

Happy Holi 2022: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সমগ্ৰ দেশবাসীয়ে পালন কৰিছে ফাঁকুৱা; মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

'ঘেৰিয়া ঘেৰিয়া কানাই মাৰে ফিচকাৰী ভিজি যায় ৰাধা ৰাণীৰ নীলাম্বৰী শাৰী ৷' Happy Holi 2022: আজি গৌৰ পূৰ্ণিমা, সমগ্ৰ দেশজুৰি ...

Read more

‘Who The Hell You Are, তুমি ক’বলৈ কোন? বিহু ৰাইজে পাতে। এমাহ পাতে, দুমাহ পাতে সেয়া ৰাইজৰ কথা’- নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন কণ্ঠশিল্পী জুবিন গাৰ্গৰ

'বিহু ৰাইজে পাতে। তুমি ক’বলৈ কোন?”– ৰহাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীক প্ৰশ্ন জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ (Zubeen Garg)। উল্লেখ্য ...

Read more

‘এসপ্তাহত বিহু শেষ কৰিব নোৱাৰে; এয়া অসম্ভৱ কথা, এটা সপ্তাহত বিহু পাতিবলৈ হ’লে শিল্পীসকলক হেলিকপ্তাৰ দিব লাগিব’- প্ৰতিক্ৰিয়া কণ্ঠশিল্পী জুবিন গাৰ্গৰ

বিহু (Bohag Bihu) অনুষ্ঠিত কৰাক লৈ ৰাজ্যত চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ...

Read more
Page 4 of 8 1 3 4 5 8

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist