‘মুখ্যমন্ত্ৰীয়ে মোৰ ভাষণৰ ওপৰত ডেৰ ঘণ্টা ভাষণ দিয়ে আৰু মই এক মিনিট কথা ক’লেই বহিষ্কাৰ কৰে’- বাজেট অধিবেশনৰ প্ৰথম দিনটোতে বিধানসভাৰ পৰা বহিষ্কৃত হৈ বিধায়ক অখিল গগৈৰ (Akhil Gogoi) ক্ষোভ প্ৰকাশ
অসম বিধানসভাৰ (Assam Assembly) ২০২২-২৩ বৰ্ষৰ বাজেট অধিবেশনৰ প্ৰথম দিনাখনে বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক ...
Read more