এজনৰ পিছত সিজন গৈয়ে আছে আলফা(স্বাধীন)ত; আলফাত যোৱা এজন যুৱকৰ মাতৃৰ কাতৰ আহ্বান- ‘পৰেশ বৰুৱাই যদি ঘূৰাই নপঠাই তেন্তে মাৰি পেলাওক তাক’
অব্যাহত আছে আলফা স্বাধীনলৈ (Ulfa-I) অসমীয়া যুৱক-যুৱতীৰ আগমন। এজনৰ পিছত সিজন গৈয়ে আছে আলফা(স্বাধীন)ত। পুনৰ আলফা(স্বাঃ)লৈ গ’ল দুই অসমীয়া যুৱক ...
Read more