অসহনীয়! বিয়ালৈ আছিল মাথো ৬ মাহ; কিন্তু তাৰ পূৰ্বেই কইনা ‘ৰীমা’ই ত্যাগ কৰিলে এই সংসাৰ, বিয়াৰ পূৰ্বে পৰিয়ালৰ সৈতে গৈছিল ফুৰিবলৈ, ব্ৰেক ফেইল হৈ বাগৰি পৰে বাছ, ভয়ংকৰ দুৰ্ঘটনাত ৰীমাসহ ৬ গৰাকীৰ কৰুণ মৃত্যু, ৪০ গৰাকী গুৰুতৰভাবে আহত
মৃত্যু কাৰ, কেতিয়া, কেনেকৈ হয় কোনোৱে নাজানে। নৱেম্বৰত ঠিক হৈছিল বিয়া! কিন্তু তাক পূৰ্বেই পৰিয়ালৰ সৈতে ফুৰিবলৈ হৈ প্ৰাণ হেৰুৱালে ...
Read more