Health Tips: জিকা (Ridge Gourd) খাই হয়তো বহুতেই ভাল পাই বা নাপাই; কিন্তু এই সাধাৰণ পাচলিবিধৰ লাভালাভবোৰ পঢ়িলে, ভাল নোপোৱাসকলেও ভাল পাবলৈ আৰম্ভ কৰিব, তাৰ আগতে জানি লওক গুণাগুণবোৰ কি কি?
Ridge Gourd Benefits: পাচলি হিচাপে ব্যৱহৃত জিকা কেৱল অসম বুলিয়েই নহয় দেশৰ অন্য কেইবাখনো ৰাজ্যতো পোৱা যায়। ইংৰাজীত Ridge Gourd ...
Read more