কি হৈছে শিক্ষা মন্ত্ৰীৰ; কি হৈছে এইখন চৰকাৰৰ! এইবাৰ হেনো ৰাজ্যৰ ১৮১খন কলেজলৈ দিব এখনকৈ বাইক (Bike) উপহাৰ; একাংশ বাইকৰ কোম্পানীক সন্তুষ্ট কৰাৰ চেষ্টা চলাইছে নেকি এই চৰকাৰখনে, এতিয়া চৰকাৰৰ এই সিদ্ধান্তক লৈ চলিছে বিশেষ চৰ্চা
কি হৈছে শিক্ষা মন্ত্ৰীৰ (Education Minister Ranoj Pegu); কি হৈছে এইখন চৰকাৰৰ (Assam Govt)! ৰাজ্যৰ বহু কেইখন কলেজলৈ চৰকাৰে আগবঢ়াব ...
Read more