হায় ৰে শক্তি বিভাগ! ছিঙি পৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি প্ৰথমে বিদ্যুৎস্পৃষ্ট হয় সন্তান; তাৰ পিছত কণমানিটিক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় পিতৃ-মাতৃৰ লগতে ওচৰৰে এজন যুৱক, ৪জনে হেৰুৱালে প্ৰাণ
শক্তি বিভাগৰ (Power Department) গাফিলতিৰ ফলত সংঘটিত হয় এক শোকাৱহ ঘটনা (Tragic Incident)। বিদ্যুৎস্পৃষ্ট (Electrocution) হোৱা এটি কণমানি শিশুৰ প্ৰাণৰক্ষা ...
Read more